অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দৈৱচন্দ্ৰ তালুকদাৰ

দৈৱচন্দ্ৰ তালুকদাৰ (DAIBA CHANDRA TALUKDAR) অসমীয়া সাহিত্যৰ পাঠক সমাজত এগৰাকী ঔপন্যাসিক হিচাপে সুপৰিচিত। ছাত্ৰাবস্থাৰ পৰাই সাহিত্য চৰ্চা কৰা তলুকদাৰে ঔপন্যাসৰ উপৰিও গল্প আৰু কবিতাও ৰচনা কৰিছিল। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ 'মিলন'ৰ প্ৰতিষ্ঠা আৰু প্ৰকাশত তেওঁ আগভাগ লৈছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

দৈৱচন্দ্ৰ তালুকদাৰ (DAIBA CHANDRA TALUKDAR) অসমীয়া সাহিত্যৰ পাঠক সমাজত এগৰাকী ঔপন্যাসিক হিচাপে সুপৰিচিত। ছাত্ৰাবস্থাৰ পৰাই সাহিত্য চৰ্চা কৰা তলুকদাৰে ঔপন্যাসৰ উপৰিও গল্প আৰু কবিতাও ৰচনা কৰিছিল। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ 'মিলন'ৰ প্ৰতিষ্ঠা আৰু প্ৰকাশত তেওঁ আগভাগ লৈছিল। ছাত্ৰ সন্মিলনৰ অন্য এখন মুখপত্ৰ তিনিমহীয়া 'জনমভূমি'ৰ সম্পাদক আছিল।

জন্ম আৰু বংশ পৰিচয়

  • দৈৱচন্দ্ৰ তালুকদাৰৰ জন্ম হয় ১৯০০ চনত নলবাৰীৰ ওচৰৰ উলাবৰী গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল জগতচন্দ্ৰ তালুকদাৰ।

শিক্ষা

চাকৰি জীৱন

  • পেছাত এজন কেৰাণী হিচাপে কৰ্মৰত আছিল।২

সাহিত্যৰাজি

উপন্যাস

  • অপূৰ্ণ
  • ধূঁৱলী-কুঁৱলী(১৯২২)
  • বিদ্ৰোহী(১৯৩৯)
  • আদৰ্শ-পাঠ
  • আগ্নেয়গিৰি(১৯২৪)
  • দুনীয়া(১৯৬৩)৩

কবিতা পুথি

  • প্ৰেম-পট(১৯২২)
  • কুঁহিমলা(১৯২৩)
  • সৌন্দৰ্য(১৯৩০)৪

গল্প

  • ষোল্ল অনা
  • ঢেঁকীপ্ৰিয়া
  • ভেকুলী
  • ফটাচোলা
  • লাকি-লুকা৫

নাটক

  • ৰাধা-ৰুক্মিণী(১৯২০)
  • বামুণী-কোঁৱৰ(১৯২৩)
  • অসম প্ৰতিভা(১৯২৩)
  • ভাস্কৰবৰ্মা(১৯৩৫)
  • লহঙা(১৯২৫)৬

মৃত্যু

  • ১৯৬৭ চনত তেখেতৰ মৃত্যু হৈছিল।৭

তথ্যসূত্ৰ

  1. ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ১০৬
  2. ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা: সত্যেন্দ্ৰনাথ শৰ্মা, সপ্তম সংস্কৰণ ১৯৯৬, পৃষ্ঠা নং: ৩২০
  3. ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা,সম্পা:মহেশ্বৰ নেওগ,পঞ্চদশ তাঙৰণ:২০১৮ পৃষ্ঠা নং ৩০০
  4. ↑ অসমীয়া কবি আৰু কবিতা,সম্পা:কৰবি ডেকা হাজৰিকা,তৃতীয় বনলতা সংস্কৰণ:২০১৯,পৃষ্ঠা নং ৭২
  5. ↑ অসমীয়া চুটিগল্পৰ অধ্যয়ন,সম্পা:প্ৰহ্লাদ কুমাৰ বৰুৱা,পুনৰ মুদ্ৰণ ২০১৭,পৃষ্ঠা নং ৩৮৯
  6. ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ১০৬
  7. ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা: সত্যেন্দ্ৰনাথ শৰ্মা, সপ্তম সংস্কৰণ ১৯৯৬, পৃষ্ঠা নং: ৩২০

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ঔপন্যাসিকঅসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৈৱচন্দ্ৰ তালুকদাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৭০৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।