দৈনিক অগ্ৰদূত (Dainik Agradoot) হৈছে অসমৰ এখন অসমীয়া ভাষাৰ বাতৰি কাকত। কাকতখন গুৱাহাটী, যোৰহাট আৰু তেজপুৰৰ পৰা প্ৰকাশিত হয়। দৈনিক অগ্ৰদূতৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ দিছপুৰত অৱস্থিত।
অগ্ৰদূত পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড হৈছে কাকত খনৰ প্ৰকাশক। এই কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো আছে। কাকতখনত মুঠ ১৬খন পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ বিভিন্ন প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়।
লগতে চাওক
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৈনিক অগ্ৰদূত” প্ৰবন্ধৰ সংশোধন ৬০৭১৮০ (১৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।