অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)

দেৱদাস ১৯৩৬ চনত মুক্তি পোৱা শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা এখন হিন্দী চলচ্চিত্ৰ। এইখন আছিল ১৯৩৫ চনত মুক্তি পোৱা বঙালী ভাষাৰ ছবি দেৱদাসৰ হিন্দী সংস্কৰণ।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৬ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দেৱদাস ১৯৩৬ চনত মুক্তি পোৱা১ শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা এখন হিন্দী চলচ্চিত্ৰ। এইখন আছিল ১৯৩৫ চনত মুক্তি পোৱা বঙালী ভাষাৰ ছবি দেৱদাসৰ হিন্দী সংস্কৰণ।২ দেৱদাসৰ হিন্দী সংস্কৰণৰ পৰিচালক আছিল প্ৰমথেশ বৰুৱা, সঙ্গীত পৰিচালনা কৰিছিল ৰাজ চন্দ বড়াল, পঙ্কজ মল্লিক আৰু তিমিৰ বৰণে। ছবিখনত দেৱদাসৰ ভূমিকাত আছিল কুন্দন লাল চাইগল, পাৰ্বতীৰ ভাওত আছিল যমুনা বৰুৱা আৰু চন্দ্ৰমুখীৰ ভাওত আছিল টি. আৰ. ৰাজকুমাৰী।

মুখ্য ভূমিকাত

  • কুন্দল লাল চাইগল (দেৱদাস)
  • যমুনা বৰুৱা (পাৰ্বতী)
  • টি.আৰ. ৰাজকুমাৰী (চন্দ্ৰমুখী)
  • বিশ্বনাথ ভাদুৰী
  • কৃষ্ণচন্দ্ৰ দে
  • বিক্ৰম কাপুৰ
  • ক্ষেত্ৰবালা
  • লীলা
  • নেমো
  • পাহাড়ী সান্যাল
  • কিদাৰ নাথ শৰ্মা
  • এ.এইচ. শোৰ
  • চুলতানা
  • জুবেইদা

তথ্যসূত্ৰ

  1. ↑ Devdas 1935 [[:en:National Film Archive of India]| National Film Archive of India]], nfaipune.nic.in
  2. ↑ Dedas phenomenon

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰনাৰীবাদীচলচ্চিত্ৰভাৰতীয় নাৰীবাদী চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰভাৰতৰ পতিতাবৃত্তি সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৭৫৫৪২ (৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।