right|thumb|300x300px|দেৱনাগৰীত ৰচিত ঋকবেদ|ঋগবেদৰ পাণ্ডুলিপি
দেৱনাগৰী ভাৰতীয় উপমহাদেশত ব্যৱহৃত প্ৰাচীন ব্ৰাহ্মী লিপিৰ ওপৰত ভিত্তি কৰি বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয় ৷ প্ৰাচীন ভাৰতত খ্ৰীষ্টীয় ১ম শতিকাৰ পৰা চতুৰ্থ শতিকালৈকে ইয়াৰ বিকাশ ঘটিছিল আৰু খ্ৰীষ্টীয় সপ্তম শতিকালৈকে ইয়াৰ নিয়মীয়া ব্যৱহাৰ হৈছিল। ১৪টা স্বৰবৰ্ণ আৰু ৩৩টা ব্যঞ্জনবৰ্ণকে ধৰি ৪৭টা প্ৰাথমিক বৰ্ণ থকা দেৱনাগৰী লিপি ১২০টাতকৈও অধিক ভাষাৰ বাবে ব্যৱহাৰ কৰা হয়। ই বিশ্বৰ ভিতৰতে চতুৰ্থ সৰ্বাধিক গ্ৰহণ কৰা লিখন ব্যৱস্থা।১
তথ্যসূত্ৰ
- ↑ ScriptSource - Devanagari (Nagari). scriptsource.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱনাগৰী লিপি” প্ৰবন্ধৰ সংশোধন ৬৩০৮৬৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।