অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেৱলিনা ভট্টাচাৰ্য্য

দেৱলিনা ভট্টাচাৰ্য্য (Devoleena Bhattacharjee) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আৰু প্ৰশিক্ষিত ভাৰতনাট্যম নৃত্যশিল্পী।তেওঁ ষ্টাৰ প্লাছৰ দীৰ্ঘদিনীয়া জনপ্ৰিয় অনুষ্ঠান সাথ নিভানা সাথিয়াত গোপী মোদীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। বিগ বছ ১৩, বিগ বছ ১৪ আৰু বিগ বছ ১৫ আদি অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল।

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৪ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

দেৱলিনা ভট্টাচাৰ্য্য (Devoleena Bhattacharjee) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আৰু প্ৰশিক্ষিত ভাৰতনাট্যম নৃত্যশিল্পী।১তেওঁ ষ্টাৰ প্লাছৰ দীৰ্ঘদিনীয়া জনপ্ৰিয় অনুষ্ঠান সাথ নিভানা সাথিয়াত গোপী মোদীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। বিগ বছ ১৩, বিগ বছ ১৪ আৰু বিগ বছ ১৫ আদি অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল। ২৩

জীৱন

দেৱলীনা ১৯৮৫ চনৰ ২২ আগষ্টত উজনি অসমৰ শিৱসাগৰ জিলাৰ এটি অসমীয়া-বাঙালী পৰিয়ালত জন্মগ্ৰহণ কৰে।৪৫মাক আৰু সৰু ভায়েকৰ সৈতে বৰ্তমান গুৰুগ্ৰামত থাকে।৬

কেৰিয়াৰ

দেৱলিনা এগৰাকী টেলিভিছন অভিনেত্ৰী আৰু প্ৰশিক্ষিত ভাৰত্নট্যম নৃত্যশিল্পী। তেওঁ প্ৰথমে মুম্বাইৰ গিলি ইণ্ডিয়া লিমিটেডত গহনা ডিজাইনাৰ হিচাপে কাম কৰিছিল। যেতিয়া তেওঁ প্ৰথমবাৰ নৃত্য ৰিয়েলিটি ধাৰাবাহিক ডান্স ইণ্ডিয়া ডান্স ২ৰ বাবে অডিচন দিছিল তেতিয়া জনপ্ৰিয়তা লাভ কৰে।৭তেওঁ ২০১১ চনত NDTV Imagineৰ Sawaare Sabke Sapne Preetoৰ জৰিয়তে অভিনয়ৰ জগতত আত্মপ্ৰকাশ কৰে। ৮

তথ্যসূত্ৰ

why

তথ্যসূত্ৰ

  1. ↑ (18 July 2017). Gopi bahu from Saathiya is not just a character for me, I've lived the part: Devoleena Bhattacharjee. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (30 September 2019). Bigg Boss 13 contestant Devoleena Bhattacharjee: Know all about TV's popular bahu. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (8 January 2022). Bigg Boss 15: Devoleena Bhattacharjee reveals her mother suffered from mental illness; says 'she once felt I would leave her in mental asylum on the pretext of taking abroad'. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (22 August 2020). Devoleena Bhattacharjee Birthday
  5. ↑ (22 August 2017). Happy Birthday Devoleena Bhattacharjee: TV's Gopi Bahu is excited to celebrate the day with Ganpati. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  6. ↑ (8 May 2020). bn:এ বাৰ কৰোনাৰ হানা 'গোপী বহু' দেবলীনাৰ বাড়িতেও
  7. ↑ (22 September 2016). Watch: When Saath Nibhana Saathiya's Gopi Bahu auditioned for Dance India Dance. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ (23 December 2015). Hot or not? Gopi Bahu's hair makeover gets mixed reviews

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱলিনা ভট্টাচাৰ্য্য” প্ৰবন্ধৰ সংশোধন ৪৪৮৬২১ (২৬ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।