অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ড ৩৫২ প্ৰবন্ধ
- ডায়োনিচিয়াডায়োনিচিয়া (খ্ৰী. পূ. ১ম শতিকী) এগৰাকী প্ৰাচীন ৰোমৰ নৃত্যশিল্পী-অভিনেত্ৰী আছিল। ডায়োনিচ…
- ডালডাল, যাক উদ্ভিদ বিজ্ঞানত ৰেমুছ বুলিও কোৱা হয়, এটা কাণ্ডৰ পৰা ওলোৱা আন এটা কাণ্ড, বা পাতৰ …
- ডাল ঢোকলিডাল ঢোকলি (গুজৰাটী: દાળ ઢોકળી) হৈছে ৰাজস্থানী আৰু গুজৰাটী খাদ্য সমূহৰ অন্তগৰ্ত সাধাৰণ ভাৰত…
- ডাল-মাখানীডাল মাখানী ভাৰতৰ পঞ্জাৱ অঞ্চলত সততে পোৱা এক ৰন্ধা খাদ্য। পৰম্পৰাগত মচুৰ দাইলৰ ব্যঞ্জনৰ তুল…
- ডালিমীনেপী ৱাংচা ওৰফে ডালিমী ৱাংচু ৰাজ্যৰ ৰাজকুমাৰী আৰু আহোমৰ স্বৰ্গদেউ গদাধৰ সিংহৰ পত্নী আছিল। …
- ডালিয়া (দেৱী)লিথুৱেনিয়াৰ পৌৰাণিক কাহিনীত ডালিয়াক এগৰাকী পৌত্তলিক দেৱীৰ ৰূপত মানৱজাতিৰ পৃষ্ঠপোষক বা ভা…
- ডালিয়ানৰ ঝংছান চৌহদত আধুনিক অট্টালিকাডালিয়ানৰ ঝংছান চৌহদত থকা আধুনিক অট্টালিকাবোৰে চীনৰ লিয়াওনিং প্ৰদেশৰ ডালিয়ানৰ ঝংছান চৌহদ…
- ডালু জনগোষ্ঠীডালু জাতি (Dalu) ভাৰত আৰু বাংলাদেশত বসবাস কৰা এটা ক্ষুদ্ৰ জাতিগোষ্ঠী। বাংলাদেশত তেওঁলোক প্…
- ডাহিনী - দ্য ৱিচ্চডাহিনী - দ্য ৱিচ্চ (ইংৰাজী: Dahini: The Witch) ২০২২ চনত ৰাজেশ টচৰিভাৰৰ পৰিচালনা, সুনীতা কৃ…
- ডাৰউইন (গ্ৰন্থ)ডাৰউইন (Darwin ) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এ…
- ডাৰ্ক কুইজিনডাৰ্ক কুইজিন বা হেই আন লিয়াও লি (চীনা: 黑暗料理) হৈছে এক চীনা নৱশব্দ (neologism), যিটো এনে এক…
- ডাৰ্লিন কেটছৰীতা ডাৰ্লিন কেটছ (ইংৰাজী: Darlene Cates; জন্মগত নাম: গাত্ৰী; ১৩ ডিচেম্বৰ, ১৯৪৭ – ২৬ মাৰ্চ…
- ডাৱৰবতৰবিজ্ঞানৰ মতে ডাৱৰ বা মেঘ হৈছে কোনো গ্ৰহ বা তেনে স্থানৰ বায়ুমণ্ডলত ঘনীভূত হৈ থকা অতি ক্…
- ডাৱৰ আৰু নাইডাৱৰ আৰু নাই (Daawor aru Nai) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক যোগেশ দাসৰ দ্বাৰা লিখিত এখনি …
- ডি এছ চি পুৰস্কাৰডি এছ চি পুৰস্কাৰ (DSC Prize for South Asian Literature) হৈছে দক্ষিণ এছিয়াৰ বিষয়ে লিখা য…
- ডি এন এডিঅক্সিৰাইব' নিউক্লিক এচিড বা ডিএনএ হৈছে একপ্ৰকাৰৰ যৌগ যি সকলো জ্ঞাত জীৱ আৰু ভাইৰাছৰ বিকাশ…
- ডি জে খালিদখালিদ মহম্মদ খালিদ (Khaled Mohamed "DJ" Khaled) (জন্ম: ২৬ নবেম্বৰ, ১৯৭৫) আমেৰিকা যুক্তৰাষ্…
- ডি ভোটাৰডি ভোটাৰ, যাক অসমত কেতিয়াবা সন্দেহজনক ভোটাৰ বা সন্দেহযুক্ত ভোটাৰ বুলি কোৱা হয়, সেইসকল ভো…
- ডি শ্ৰীদেৱীডি শ্ৰীদেৱী (২৮ এপ্ৰিল ১৯৩৯ – ৫ মাৰ্চ ২০১৮)এগৰাকী ভাৰতীয় অধিবক্তা, ন্যায়াধীশ আৰু সমাজ কৰ…
- ডি ৰামানাইডুডগ্গুবটি ৰামানাইডু ( ইংৰাজী: Daggubati Ramanaidu; ৬ জুন ১৯৩৬ – ১৮ ফেব্ৰুৱাৰী ২০১৫) তেলেগু …
- ডি. ৰায় হোৱাইটডোনাল্ড ৰায় হোৱাইট (১৭ এপ্ৰিল ১৯২৭ – ২ জুলাই ১৯৮৫) এজন আমেৰিকান পাহাৰীয়া নৃত্যশিল্পী আৰু…
- ডিং লিৰেনডিং লিৰেন (জন্ম ২৪ অক্টোবৰ ১৯৯২) এজন চীনা দবা গ্ৰেণ্ডমাষ্টাৰ আৰু প্ৰাক্তন বিশ্ব দবা চেম্পি…
- ডিংগি ডিংগিডিংগি ডিংগি নৃত্য, যাক আচোলি শিশু নৃত্য বুলিও কোৱা হয়, উত্তৰ উগাণ্ডাৰ আচোলি জনগোষ্ঠীৰ লোক…
- ডিউ দ্বীপডিউ দ্বীপ বা দিউ দ্বীপ হৈছে গুজৰাটৰ কাঠিয়াৱাৰ উপদ্বীপৰ দক্ষিণ উপকূলত থকা এটা দ্বীপ, যিটো …
- ডিএনপি লিমিটেডডিএনপি লিমিটেড (DNP Limited) অসম চৰকাৰৰ এক ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ। অসম গেছ …
- ডিকি ডলমাডিকি ডলমা (Dicky Dolma; জন্ম: ৫ এপ্ৰিল ১৯৭৪) ডিকি ডলমা এগৰাকী ভাৰতীয় নাৰী, তেওঁ ১৯ বছৰ বয…
- ডিগবৈডিগবৈ অসমৰ তিনিচুকীয়া জিলাৰ এক নগৰাঞ্চল, যাক এছিয়াৰ প্ৰথম বাণিজ্যিক খাৰুৱা তেল উৎপাদনস্থ…
- ডিগবৈ তেল শোধনাগাৰডিগবৈ তেল শোধনাগাৰ (Digboi Refinery) অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত এখন খাৰুৱা তেলৰ…
- ডিগবৈ বিধানসভা সমষ্টি{| ! নিৰ্বাচন !! সদস্য !! দলৰ সংযোগ |- | || ১৯৫১ || যাদৱ চন্দ্ৰ খাটনিয়াৰ || ভাৰতীয় জাতীয…
- ডিগবৈ যুদ্ধ সমাধিক্ষেত্ৰডিগবৈ যুদ্ধ সমাধিক্ষেত্ৰ বা ডিগবৈ ৱাৰ চিমেট্ৰী অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত এক সম…
- ডিচমেনৰিয়াডিচমেনৰিয়া (Dysmenorrhea) হৈছে নাৰীৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ যিয়ে তেওঁৰ দৈনিক…
- ডিচেম্বৰডিচেম্বৰ (December) জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ বা সাধাৰণভাৱে ইংৰাজী কেলেণ্ডাৰ অনুস…
- ডিজি (বাদ্যযন্ত্ৰ)ডিজি (চীনা: 笛子; পিনয়িন: dízi, উচ্চাৰণ [tǐt͡sɨ]) হৈছে এখন চীনা অনুভূমিক বাাঁহী। এইটো কেতিয…
- ডিজিট (আলোচনী)ডিজিট ৯.৯ মেডিয়াই প্ৰকাশ কৰি উলিওৱা এখন মাহেকীয়া প্ৰযুক্তিবিদ্যা, কম্পিউটাৰ আৰু ইলেকট্ৰন…
- ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ (ইংৰাজী: Digital object identifier) বা DOI হৈছে ইলেক্ট্ৰনিক…
- ডিজিটেল ইণ্ডিয়াডিজিটেল ইণ্ডিয়া (Digital India) হৈছে ভাৰত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অভিযান, যাৰ ল…
- ডিজিটেল কবিতাডিজিটেল কবিতা ইলেক্ট্ৰনিক সাহিত্যৰ এটা প্ৰকাৰ, যিয়ে কম্পিউটাৰৰ বিশিষ্ট আৰু গুৰুত্বপূৰ্ণ ব…
- ডিজিটেল টকাডিজিটেল টকা (e₹) ( Digital Rupee) বা “e-INR’’ বা “ই-টকা’’ ভাৰতীয় টকাৰ এটা টোকেনাইজড ডিজিট…
- ডিজিটেল মিডিয়াৰ ব্যৱহাৰ আৰু মানসিক স্বাস্থ্যডিজিটেল মিডিয়াৰ ব্যৱহাৰ আৰু মানসিক স্বাস্থ্যৰ মাজত থকা সম্পৰ্কটোক বিগত সময়ত বহুতো গৱেষক;…
- ডিজিটেল মুদ্ৰাডিজিটেল মুদ্ৰা (Digital currency; ডিজিটেল ধন, ইলেক্ট্ৰনিক ধন বা ইলেক্ট্ৰনিক মুদ্ৰা) হৈছে ম…
- ডিজিটেল লাইব্ৰেৰীডিজিটেল লাইব্ৰেৰী, যাক অনলাইন লাইব্ৰেৰী, ইণ্টাৰনেট লাইব্ৰেৰী, ডিজিটেল পুথিভঁৰাল বা ডিজিটেল…
- ডিজিটেল সাহিত্যইলেক্ট্ৰনিক সাহিত্য বা ডিজিটেল সাহিত্য হৈছে কম্পিউটাৰ, টেবলেট, মোবাইল ফোন, কিণ্ডল আদি ডিজি…
- ডিজিলকাৰডিজিলকাৰ বা ডিজিটেল লকাৰ হৈছে ভাৰত চৰকাৰৰ অন্তৰ্গত ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰা…
- ডিজু চাহ বাগিচাডিজু চাহ বাগিচা লখিমপুৰ জিলাৰ অন্তৰ্গত ডিজুত অৱস্থিত এখন চাহ বাগিচা। এই বাগিচাখন উত্তৰ লখি…
- ডিডি নিউজডিডি নিউজ (DD News) হৈছে ভাৰতৰ এটা ফ্ৰি টু এয়াৰ ধৰণৰ হিন্দী ভাষাৰ ৰাজহুৱা সম্প্ৰচাৰিত টেল…
- ডিডি নেচনেলডিডি নেচনেল / ডিডি১ হ'ল ভাৰত চৰকাৰ দ্বাৰা প্ৰতিষ্ঠিত তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মা…
- ডিডি নেচনেলৰ দ্বাৰা সম্প্ৰচাৰিত অনুষ্ঠানৰ তালিকাএয়া বৰ্তমান আৰু পূৰ্বতে দূৰদৰ্শনৰ ডিডি নেচনেল চেনেলৰদ্বাৰা সম্প্ৰচাৰিত অনুষ্ঠানৰ তালিকা।
- ডিডি বাংলাডি ডি বাংলা (DD Bangla, DD7 নামেও জনা যায়) হৈছে ভাৰত চৰকাৰৰদ্বাৰা প্ৰচাৰিত তথা দূৰদৰ্শনৰদ…
- ডিডিয়াৰ কুয়েলজডিডিয়াৰ কুয়েলজ (২৩ ফেব্ৰুৱাৰি, ১৯৬৬) এজন ছুইছ জ্যোতিৰ্বিজ্ঞানী আৰু জেনেভা বিশ্ববিদ্যালয়…
- ডিনা নুথহেডডিনা নুথহেড (অনুমাণিক 1696) মেৰিলেণ্ড প্ৰভিন্সত বাস কৰা এগৰাকী ঔপনিৱেশিক মুদ্ৰক আছিল। তেৰট…
- ডিনা বাকষ্টডিনা বাকষ্ট (Dina Bakst) এগৰাকী আমেৰিকান অধিবক্তা আৰু শ্ৰমিকৰ অধিকাৰৰ সমৰ্থক। তেখেত এ বেটা…
- ডিপথেৰীয়াডিপথেৰীয়া বা ঘোঁৰা--শলখা'Corynebacterium diphtheriae নামৰ বেক্টেৰিয়াবিধে কৰা এক সংক্ৰামক…
- ডিপ্ল’পিডিয়াডিপ্ল’পিডিয়া, যাক আমেৰিকাৰ বিদেশ বিভাগৰ বিশ্বকোষ বুলি দাবী কৰা হয়, ৰাষ্ট্ৰৰ অভ্যন্তৰীণ ই…
- ডিফুডিফু অসমৰ পাহাৰীয়া চহৰ আৰু কাৰ্বি আংলং জিলাৰ সদৰ ঠাই। জনজাতীয় সমাজ-সংস্কৃতিৰ বহুমাত্ৰিক …
- ডিফু (লোকসভা সমষ্টি)ডিফু লোকসভা সমষ্টি (ইংৰাজী: Diphu Lok Sabha constituency) অসমৰ নৱ গঠিত এটা লোকসভা সমষ্টি। …
- ডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয় অসমৰ পূব কাৰ্বি আংলং জিলাৰ ডিফুত অৱস্থিত এখন চৰকাৰী…
- ডিফু বিধানসভা সমষ্টিডিফু বিধানসভা সমষ্টি (ইংৰাজী: Diphu Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ…
- ডিবুকইহুদী পৌৰাণিক কাহিনীত ডিবুক (অৰ্থাৎ 'আঁকোৱালি লোৱা' বা 'আঁকোৱালি লোৱা') হৈছে মৃত ব্যক্তিৰ …
- ডিব্বুক বক্সডিব্বুক বক্স (ইংৰাজী: Dybbuk box; হিব্ৰু: קופסת דיבוק) হ’ল এটা পুৰণি সুৰা ৰখা কেবিনেট যাক …
- ডিব্ৰু নদীডিব্ৰু নদী (Dibru River) হৈছে ব্ৰহ্মপুত্ৰৰ উপনদী। অসমৰ বুঢ়ী দিহিং সংৰক্ষিত বনাঞ্চলৰ মাজৰ …
- ডিব্ৰু মহাবিদ্যালয়ডিব্ৰু মহাবিদ্যালয় ১৯৬৩ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত স্থাপন কৰা হৈছিল। কলা, বিজ্ঞান আৰু বাণিজ…
- ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (Dibru-Saikhowa National Park) অসমৰ পৰ্য্যটন স্থান সমূহৰ ভ…
- ডিব্ৰু-শদিয়া ৰেলৱেডিব্ৰু-শদিয়া ৰেলৱে (Dibru Sadiya Railway, চমুকৈ DSR) ব্ৰিটিছ অসমৰ প্ৰথম ৰেল প্ৰতিষ্ঠান। ম…
- ডিব্ৰুগড়ডিব্ৰুগড় উজনি অসমত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ এখন ঐতিহাসিক মহানগৰ আৰু ডিব্ৰুগড় জিলাৰ সদ…
- ডিব্ৰুগড় (লোকসভা সমষ্টি)ডিব্ৰুগড় লোকসভা সমষ্টি (Dibrugarh Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত…
- ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় (Dibrugarh Govt. Boys' Higher Secondary Sc…
- ডিব্ৰুগড় জিলাডিব্ৰুগড় জিলা অসম ৰাজ্যৰ এটা প্ৰশাসনিক জিলা, ভাৰতৰ উত্তৰ-পূব অংশত অৱস্থিত। জিলাখনৰ সদৰ ঠা…
- ডিব্ৰুগড় টাউন ৰেল ষ্টেচনডিব্ৰুগড় টাউন ৰেল ষ্টেচন (Dibrugarh Town railway station) ডিব্ৰুগড় জিলাৰ এটা প্ৰধান ষ্টে…
- ডিব্ৰুগড় পলিটেকনিকডিব্ৰুগড় পলিটেকনিক অসমৰ ডিব্ৰুগড় জিলাৰ লাহোৱালত অৱস্থিত এখনি প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান…
- ডিব্ৰুগড় পৌৰ নিগম{{Infobox legislature | background_color = | name = ডিব্ৰুগড় পৌৰ নিগম | transcription_nam…
- ডিব্ৰুগড় বিধানসভা সমষ্টিঅসম বিধান সভাত ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ তালিকা তলত উল্লেখ কৰা হ’ল।…
- ডিব্ৰুগড় বিমানবন্দৰডিব্ৰুগড় বিমানবন্দৰ অসমৰ ডিব্ৰুগড় জিলাৰ মোহনবাৰী অঞ্চলত অৱস্থিত এক অসামৰিক বিমানবন্দৰ, য…
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ ডিব্ৰুগড় চহৰত অৱস্থিত এক ৰাজহুৱা বিশ্ববিদ্যালয়, যি উত্তৰ-প…
- ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয় অসমৰ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত অৱস্থ…
- ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় ১৯৪৫ চনৰ ১৫ জুনত ডিব্ৰুগড়ৰ কদমনিত প্ৰতিষ্ঠা…
- ডিব্ৰুগড় ৰেল ষ্টেচনডিব্ৰুগড় ৰেল ষ্টেচন (Dibrugarh Railway Station) অসমৰ ডিব্ৰুগড় জিলাৰ বাণীপুৰত অৱস্থিত। ই …
- ডিভ (পৌৰাণিক কথা)ডিভ বা ডেৱ (ধ্ৰুপদী পাৰ্চী: دیو dēw; ইৰাণী পাৰ্চী: دیو dīv) (দানৱ বা দানৱৰ দৰে) মধ্যপ্ৰাচ্…
- ডিভোৰ্চ (২০২৩ চলচ্চিত্ৰ)ডিভোৰ্চ (Divorce) ২০২৩ চনত মিনি আই জিৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ভাৰতীয় মালয়ালম ভাষাৰ এখন…
- ডিমছ (উপগ্ৰহ)ডিমছ (ইংৰাজী: Deimos) মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ সৰু আৰু আটাইতকৈ …
- ডিমা হাছাও জিলাডিমা হাছাও জিলা অসমৰ দক্ষিণ ভাগত অৱস্থিত ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত এখন পাহাৰীয়া জিলা, যাৰ স…
- ডিমা হাছাও জিলাৰ মিটাৰগজ ৰে’ললাইনডিমা হাচাও জিলাৰ মিটাৰগজ ৰে’ললাইন বৰ্তমান এক বিলুপ্ত ৰেলপথ৷ ২০১৫ চনত লামডিং বদৰপুৰ ব্ৰডগজ …
- ডিমাছা জনগোষ্ঠীডিমাছা জনগোষ্ঠী অসমৰ এক প্ৰাচীন চীনা-তিব্বতীয় জনগোষ্ঠী, যাৰ মূল বসতি ডিমা হাছাও জিলা আৰু …
- ডিমাছা ভাষাডিমাছা ভাষা (Dimasa Language) ভাৰতৰ অসম বিভিন্ন ঠাইত যেনে, নগাঁও, কাৰ্বি আংলং, ডিমা হাচাও…
- ডিমাণ্ড ড্ৰাফ্টবেংক ড্ৰাফ্ট হৈছে কোনো বেংকে (সাধাৰণতে*) সেই বেংকৰে কোনো নিৰ্দ্দিষ্ট শাখাক নিৰ্দ্দিষ্ট কাৰ…
- ডিমাপুৰডিমাপুৰ (/diməˈpʊər/) হৈছে ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ সৰ্ববৃহৎ চহৰ আৰু পৌৰসভা। ২০২৪ চনলৈকে চহৰ…
- ডিমাপুৰ জিলাডিমাপুৰ (Pron:/ˌdɪməˈpʊə/) নাগালেণ্ডৰ এখন জিলা। ইয়াৰ সদৰ ঠাই হৈছে ডিমাপুৰ চহৰ। ২০১১ চনৰ ল…
- ডিমিটাৰদেমেতেৰ বা ডিমিটাৰ (Demeter) হৈছে প্ৰাচীন গ্ৰীচৰ কৃষিকাৰ্য আৰু শস্য চপোৱা কাৰ্যৰ দেৱী। তেও…
- ডিমিট্ৰি মুৰাটভডিমিট্ৰি আন্দ্ৰেয়েভিচ মুৰাটভ (Dmitry Muratov, জন্ম: ৩০ অক্টোবৰ ১৯৬১) এগৰাকী ৰাছিয়ান সাংব…
- ডিমিট্ৰী মেণ্ডেলিভডিমিট্ৰী ইভানোভিচ মেণ্ডেলিভ (Дми́трий Ива́нович Менделе́ев; ৮ ফেব্ৰুৱাৰী ১৮৩৪ – ২ ফেব্ৰুৱা…
- ডিমেন্চিয়াডিমেন্চিয়া (Dementia) এক প্ৰকাৰৰ মানসিক ৰোগ। এনে মানসিক অৱস্থাত ভুগি থকা ব্যক্তিৰ বুদ্ধি…
- ডিমৌশিৱসাগৰ জিলাৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত চহৰ তথা ৰাজহ চক্ৰ ডিমৌ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মা…
- ডিমৌ নদীডিমৌ নদী হৈছে দিচাঙ নদীৰ উপনদী। এই নদীখনৰ দৈৰ্ঘ্য ৫৮ কি:মি: আৰু অৱবাহিকাৰ কালি ৩২০ বৰ্গ কি…
- ডিমৌ বিধানসভা সমষ্টিডিমৌ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সম…
- ডিমৌ, ধেমাজিডিমৌ (ইংৰাজী: Dimow), লোকপিয়লৰ তথ্যত ডিমৌ চাৰিআলি নামেৰে নথিভুক্ত, ভাৰতৰ অসম ৰাজ্যৰ ধেমাজ…
- ডিম্পল কপাড়িয়াডিম্পল কপাড়িয়া (Dimple Kapadia; डिम्पल कपाड़िया; জন্ম: ৮ জুন, ১৯৫৭) এগৰাকী ভাৰতীয় চলচ্চ…
- ডিম্পল যাদৱডিম্পল যাদৱ (জন্ম ১৫ জানুৱাৰী ১৯৭৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২২ চনৰ ডিচেম্বৰৰ পৰা…
- ডিম্পল হায়াথিডিম্পল হায়াথি (জন্ম ২১ আগষ্ট ১৯৯৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মুখ্যতঃ তেলুগু আৰু…
- ডিম্পী গাংগুলীডিম্পী গাংগুলী (ইংৰাজী: Dimpy Ganguli; জন্ম নাম: সৌমশ্ৰী গাংগুলী; ২৫ জুলাই ১৯৮৮) এগৰাকী ভা…
- ডিম্পু বৰুৱাডিম্পু বৰুৱা (Dimpu Baruah) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এজন ইউটিউবাৰ। অসমীয়া ভাষাত ভিডিঅ’ আপল’ড…
- ডিম্ব কোষডিম্ব কোষ, ব ডিম্বাণু বেছিভাগ অসমজননকোষী প্ৰাণীৰ স্ত্ৰী জনন কোষ। অসমজননকোষী প্ৰাণীয়ে এটা …
- ডিম্বেশ্বৰ নেওগডিম্বেশ্বৰ নেওগ (Dimbeswar Neog) (১৮৯৯ -১৯৬৬) অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যা…
- ডিমৰীয়া বিধানসভা সমষ্টিডিমৰীয়া বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ভ…
- ডিমৰুডিমৰু (Fig, বৈজ্ঞানিক নাম: "ফিকাছ কেৰিকা", প্ৰজাতি ফিকাছ, জাতি কেৰিকা, কুল ম’ৰেছী) পকিলে স…
- ডিয়ান ছাস্ত্ৰোৱাৰ্দয়োডিয়ান পৰমিতা ছাস্ত্ৰোৱাৰ্দোয়ো (জন্ম: ১৬ মাৰ্চ ১৯৮২), অধিক পৰিচিত ডিয়ান ছাস্ত্ৰো নামেৰে,…
- ডিয়েগ' মাৰাড'নাডিয়েগ' আৰ্মাণ্ড' মাৰাড'না ফ্ৰাঙ্ক (৩০ অক্টোবৰ ১৯৬০-২৫ নৱেম্বৰ ২০২০) এজন আৰ্জেণ্টিনীয় ফুট…
- ডিয়েগো ভেলাস্কেজডিয়েগো ৰড্ৰিগেজ ডি চিলভা ৱাই ভেলাস্কেজ (৬ জুন ১৫৯৯ – ৬ আগষ্ট ১৬৬০) আছিল এজন স্পেনিছ চিত্ৰ…
- ডিস্ক'ভাৰী চেনেল১৯৮৫ চনৰ পৰা ১৯৯৫ চনলৈকে ডিস্ক'ভাৰী চেনেল (Discovery Channel) নামে জনাজাত আৰু প্ৰায়ে সৰলভ…
- ডিস্কিট মঠডিস্কিট মঠ, যাক ডেস্কিট গোম্পা বা ডিস্কিট গোম্পা বুলিও কোৱা হয়, লাডাখৰ লেহ জিলাৰ নুব্ৰা উ…
- ডিৱাই ৩৬৫ডি ৱাই ৩৬৫ (DY 365)হৈছে উত্তৰ-পূব ভাৰতৰ ২৪ ঘণ্টীয়া চেটেলাইট নিউজ চেনেল। ইয়াৰ গৰাকী হৈছে …
- ডী ডী অসমডী ডী অসম (DD Assam) হৈছে ভাৰতৰ চৰকাৰী প্ৰতিষ্ঠান প্ৰচাৰ ভাৰতীৰ দ্বাৰা পৰিচালিত অসমকেন্দ্ৰ…
- ডীপছীকহাংচৌ ডীপছীক কৃত্ৰিম বুদ্ধিমত্তা মৌলিক প্ৰযুক্তি গৱেষণা কোম্পানী, লিমিটেড, যাৰ ব্যৱসায়িক …
- ডীল (পৰিধান)ডিল ( Deel) হৈছে মংগোলীয়, তুৰ্কী আৰু টুংগুচিক জনগোষ্ঠীৰ লোকসমূহে সাধাৰণতে শতিকাজুৰি পিন্ধ…
- ডু ইউ ৰিমেম্বাৰ কুনান পোশপোৰা?ডু ইউ ৰিমেম্বাৰ কুনান পোশপোৰা?'(Do You Remember Kunan Poshpora?) হ’ল পাঁচগৰাকী কাশ্মীৰী মহ…
- ডুডৌডুডৌ ( অন্য নামেৰেও জনা যায়) হৈছে চীনৰ পৰম্পৰাগত কাপোৰৰ সামগ্ৰী যিয়ে কান্ধৰ সম্মুখভাগ ঢা…
- ডুবযানডুবযান (সাধাৰণতে ডুবী বুলি জনা যায়) (Submarine, ছাবমেৰিন) হৈছে এক প্ৰকাৰৰ পানীযান, যি পান…
- ডুবাইদুবাই গুল্ফ উচ্চাৰণ: ) হৈছে সংযুক্ত আৰব আমিৰাতৰ এখন অতি জনপ্ৰিয় চহৰ। ই পাৰ্ছিয়ান গ'ল্ফৰ …
- ডুবি তাম্ৰলিপি আৰু ছীলডুবি তাম্ৰলিপি আৰু ছীল সপ্তম শতিকাৰ কামৰূপ ৰাজ্যৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত জাৰি …
- ডুব্ন’ দুৰ্গডুব্ন’ দুৰ্গ (Dubno Castle, ইউক্ৰেনিয়ান: Дубенський замок, ৰোমান: Dubens'kyi zamok; প’লি…
- ডুমডুমাডুমডুমা অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন নগৰ।
- ডুমডুমা বিধানসভা সমষ্টিডুমডুমা বিধানসভা সমষ্টি (ইংৰাজী: Doom Dooma Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অস…