অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ডাহিনী - দ্য ৱিচ্চ

ডাহিনী - দ্য ৱিচ্চ (ইংৰাজী: Dahini: The Witch) ২০২২ চনত ৰাজেশ টচৰিভাৰৰ পৰিচালনা, সুনীতা কৃষ্ণন, আৰু প্ৰদীপ নাৰায়ণনৰ প্ৰযোজনাত হিন্দী ভাষাত নিৰ্মিত এখন ভাৰতীয় অতিপ্ৰাকৃতিক থ্ৰিলাৰ ছবি। ছবিখনত তন্নিষ্ঠা চেটাৰ্জী, জে. ডি. চক্ৰৱৰ্তী আৰু শ্ৰুতি জয়নে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৫ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ডাহিনী - দ্য ৱিচ্চ (ইংৰাজী: Dahini: The Witch) ২০২২ চনত ৰাজেশ টচৰিভাৰৰ পৰিচালনা, সুনীতা কৃষ্ণন, আৰু প্ৰদীপ নাৰায়ণনৰ প্ৰযোজনাত হিন্দী ভাষাত নিৰ্মিত এখন ভাৰতীয় অতিপ্ৰাকৃতিক থ্ৰিলাৰ ছবি।১২ ছবিখনত তন্নিষ্ঠা চেটাৰ্জী, জে. ডি. চক্ৰৱৰ্তী আৰু শ্ৰুতি জয়নে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।৩

মুক্তিৰ পিছত ছবিখনে ব্যাপক প্ৰশংসা লাভ কৰে আৰু টাইটান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি আৰু পেচিফিক বিচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিকে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷৪ ছুইডেনৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈও ছবিখন মনোনীত হয়।৫৬৭

পটভূমি

ছবিখন পূব ভাৰতৰ ডাইনী হত্যা পৰম্পৰাৰ আধাৰত নিৰ্মাণ কৰা হৈছে।৬

অভিনয়

কমলাৰ চৰিত্ৰত তন্নিষ্ঠা চেটাৰ্জী, প্ৰতাপৰ চৰিত্ৰত জে ডি চক্ৰৱৰ্তী, পল্লৱীৰ চৰিত্ৰত শ্ৰুতি জয়ন, চুনিয়াৰ চৰিত্ৰত বদৰুল ইছলাম, ওঝাৰ চৰিত্ৰত মহম্মদ আছিক হুছেইন, উমাৰ চৰিত্ৰত অংগনা ৰায়, ৰিজু বাজাজ আদি অভিনেতাই অভিনয় কৰিছে৷

তথ্যসূত্ৰ

  1. ↑ (23 October 2021). JD Chakravarthi's 'Dahini' to expose scourge of witch-hunting
  2. ↑ Today, Telangana. (2022-11-09). 'Dahini: The Witch' makes it to the Swedish International Film Festival. Telangana Today
  3. ↑ (2021-10-23). Rajesh Touchriver directs a controversial film on witch-hunting titled 'Dahini: The Witch' | Telugu Movie News - Times of India. Timesofindia.indiatimes.com
  4. ↑ Rajesh Touchriver's social thriller 'Dahini: The Witch' makes it to the Swedish International Film Festival. The Times of India
  5. ↑ (23 November 2022). Touchriver's 'Dahini - The Witch' wins 'Best Feature Film Award in Australia. The Times of India
  6. ↑ Rajesh Touchriver directs a controversial film on witch-hunting titled 'Dahini: The Witch' - Times of India. The Times of India
  7. ↑ Today, Telangana. (22 November 2022). Rajesh TouchRiver's 'Dahini – The Witch' wins best feature film in Australia. Telangana Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাহিনী - দ্য ৱিচ্চ” প্ৰবন্ধৰ সংশোধন ৪৮১৭৪৫ (২৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।