অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডি জে খালিদ

খালিদ মহম্মদ খালিদ (Khaled Mohamed "DJ" Khaled) (জন্ম: ২৬ নবেম্বৰ, ১৯৭৫) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিখ্যাত সংগীতকাৰ, ৰেকৰ্ড লেবেল সঞ্চালক, ৰেডিঅ' ব্যক্তি, ডি:জে আৰু লেখক। তেওক সাধাৰণতে ডি:জে খালিদ বুলি জনা যায়।

হালনাগাদ: ১৩ জুন ২০২১ ৫৫ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

খালিদ মহম্মদ খালিদ (Khaled Mohamed "DJ" Khaled) (জন্ম: ২৬ নবেম্বৰ, ১৯৭৫) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিখ্যাত সংগীতকাৰ, ৰেকৰ্ড লেবেল সঞ্চালক, ৰেডিঅ' ব্যক্তি, ডি:জে আৰু লেখক। তেওক সাধাৰণতে ডি:জে খালিদ বুলি জনা যায়। তেওঁ‌ক আগতে আৰব এটেক নামেৰে জনাজাত আছিল, যদিও পিছত নাম তেওঁ‌ নাম সলনি কৰি ল'লে কাৰণ তেও উগ্ৰপন্থী লগত কোনো সম্পৰ্ক ৰাখিব বিচৰা নাছিল।

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডি জে খালিদ” প্ৰবন্ধৰ সংশোধন ২৮২০৭১ (১৩ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।