ডি এছ চি পুৰস্কাৰ (DSC Prize for South Asian Literature) হৈছে দক্ষিণ এছিয়াৰ বিষয়ে লিখা যিকোনো জাতি বা ৰাষ্ট্ৰীয়তাৰ লেখকসকলক বছেৰেকীয়াকৈ দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা এক আন্তৰ্জাতিক সাহিত্য বঁটা।১ এই বঁটাই সংস্কৃতি, ৰাজনীতি, ইতিহাস বা মানুহ বিষয়ক উপন্যাসসমূহ সামৰি লয়।২ এই পুৰস্কাৰ ইংৰাজীত লিখা বা ইংৰাজীলৈ অনুবাদ কৰা এখন মূল পূৰ্ণ দৈৰ্ঘ্যৰ উপন্যাসৰ বাবে প্ৰদান কৰা হয়।২ পুৰস্কাৰ ঘোষণা কৰাৰ আগৰ বছৰত প্ৰকাশ হোৱা উপন্যাসক এই পুৰস্কাৰৰ বাবে বিবেচনা কৰা হয়।২ বিজয়ী গৰাকীয়ে পুৰস্কাৰ স্বৰূপে ২৫,০০০ ইউএছডি বা প্ৰায় ২ লাখ ৮৪ হাজাৰ ভাৰতীয় টকা লাভ কৰে।২ সুৰিয়া নেৰুলা আৰু মানহাদ নেৰুলাই ২০১০ চনত এই বঁটা প্ৰতিষ্ঠা কৰিছিল। দক্ষিণ এছিয়া বিষয়ক সৰ্বশ্ৰেষ্ঠ লেখনি প্ৰদৰ্শন আৰু পুৰস্কৃত কৰা তথা ইয়াক বিশ্বব্যাপী দৰ্শকৰ কাষলৈ লৈ যোৱাই এই বঁটাৰ উদ্দেশ্য। এই বঁটাই ঘাইকৈ ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, ভূটান, ম্যানমাৰ, নেপাল, মালদ্বীপ আৰু আফগানিস্তানক সামৰি লৈছে।৩
বঁটা বিজয়ী আৰু মনোনীতসকল
| বৰ্ষ | বিজয়ী লেখক | পুৰস্কৃত কিতাপ (প্ৰকাশক) | সহ-বিজেতা | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০১১ | এইচ এম নাকভি | হম বয় (হাৰপাৰ ক’লিনছ ইণ্ডিয়া) | * অমিত চৌধৰী, দ্য ইম’ৰটেলচ্ (পিকাড’ৰ ইণ্ডিয়া) * মুছাৰফ আলি ফাৰুকী, দ্য ষ্ট’ৰি অৱ আ উইণ্ড’ (পিকাড’ৰ ইণ্ডিয়া) * তানিয়া জেমছ, এটলাছ অৱ আননৌনচ্ (পকেট বুকচ্) * মঞ্জু কাপুৰ, দ্য ইমিগ্ৰেণ্ট (ফেবাৰ এণ্ড ফেবাৰ) * নীল মুখাৰ্জী, আ লাইফ এপাৰ্ট (কনষ্টাবল এণ্ড ৰবিনচন) | ৪৫ |
| ২০১২ | চেহান কৰুণাতিলকা | চাইনাম্যেন (ৰেনডম হাউচ, ভাৰত) | * ইউ আৰ অনন্তমূৰ্তি, ভাৰতীপুৰা (অক্সফৰ্ড ইউনিভাৰচিটি প্ৰেছ, ভাৰত; সুশীলা পুনিতাৰ দ্বাৰা অনূদিত) * চন্দ্ৰকান্ত, আ ষ্ট্ৰীট ইন শ্ৰীনগৰ (জুবান বুকচ্, ভাৰত; মনিষা চৌধুৰীৰ দ্বাৰা অনূদিত) * উষা কে আৰ, মাংকি-ম্যেন (পেংগুইন ইণ্ডিয়া) * তাবিশ খইৰ, দ্য থিং এবাউট থগচ্ (ফৰ্থ ষ্টেটচ্/ হাৰপাৰ কলিন্স ইণ্ডিয়া) * কাবেৰী নাম্বিসন, দ্য ষ্ট’ৰি ড্যেট মাষ্ট নট বি ট’ল্ড (বাইকিং/ পেংগুইন ইণ্ডিয়া) | ৬৭৮৯ |
| ২০১৩ | জীত থাইল | নাৰ্ক’পলিচ (ফেবাৰ এণ্ড ফেবাৰ, লণ্ডন) | * জামিল আহমদ, দ্য ৱেণ্ডাৰিং ফেলকন (হামিশ হেমিলটন/পেংগুইন ইণ্ডিয়া) * তাহমিমা আনম, দ্য গুড মুচলিম (পেংগুইন বুকচ্) * অমিতাভ ঘোষ, ৰিভাৰ অৱ স্মক (হামিশ হেমিলটন/ পেংগুইন ইণ্ডিয়া) * মহম্মদ হানিফ, আৱাৰ লেডী অৱ এলিচ ভট্টি (ৰেণ্ডম হাউচ ইণ্ডিয়া) * উদয় প্ৰকাশ, দ্য ৱালচ্ অৱ দেলহি (Jason Grunebaumৰ দ্বাৰা অনূদিত; ইউডব্লিউআ পাব্লিচিং, ডব্লিউ. অষ্ট্ৰেলিয়া) | ১০১১১২ |
| ২০১৪ | চাইৰাছ মিষ্ট্ৰী | ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ (আলেফ বুক ক’ম্পেনি, ভাৰত) | * আনন্দ, বুক অৱ ডেচষ্ট্ৰাকচন (চেতনা সচিদানন্দনৰ দ্বাৰা অনূদিত; পেংগুইন ইণ্ডিয়া) * বেন্যামিন, Goat Days (Translated by Joseph Koyippalli;পেংগুইন ইণ্ডিয়া) * মহচিন হামিদ, হাও টু গেট ফিলথি ৰিচ্ ইন ৰাইজিং এছিয়া (হামিশ হেমিলটন/ পেংগুইন ইণ্ডিয়া) * নাদিম আচলম, দ্য ব্লাইণ্ড ম্যেনচ্ গাৰ্ডেন (ৰেণ্ডম হাউচ, ভাৰত) * নায়মি মুনাৱীৰা, 'আইলেণ্ড অৱ থাউজেণ্ড মিৰ’ৰচ্ (পেৰাৰা হুছেইন পাব্লিচিং, শ্ৰীলংকা) | ১৩১৪ |- ! scope="row"| ২০১৫ | ঝুম্পা লাহিড়ী | দ্য ল’লেণ্ড (ভিনটেজ বুকচ্/ৰেণ্ডম হাউচ, ভাৰত) | * বিলাল তনৱীৰ, দ্য স্কেটাৰ হিয়েৰ ইজ টু গ্ৰেইট (ভিনটেজ বুকচ্/ৰেণ্ডম হাউচ, ইণ্ডিয়া) * কামিলা শমসেই, আ গড ইন এভ্ৰি ষ্ট’ন (বুল্মবেৰী, ভাৰত) * ৰমেশ গুনশেখৰ, নুনটাইড টল (হামিশ হেমিলটন/পেংগুইন, ভাৰত) * শমচুৰ ৰহমান ফাৰুকী, দ্য মি’ৰৰ অৱ বিউটি (পেংগুইন বুকচ্, ভাৰত) | ১৫১৬ |- ! scope="row"| ২০১৬ | অনুৰাধা ৰায় | শ্লিপিং অন জুপিটাৰ (Hachette, India) | * অখিল শৰ্মা, ফেমেলি লাইফ (ফেবাৰ এণ্ড ফেবাৰ, ইউকে) * কে আৰ মীৰা, হেং ৱ’মেন (জে দেৱিকাৰ দ্বাৰা অনূদিত; পেংগুইন, ইণ্ডিয়া) * মিৰ্জা ৱাহিদ, দ্য বুক অৱ গল্ড লিভচ্ (বাইকিং/পেংগুইন ব, ভাৰত) * নীল মুখাৰ্জী, দ্য লাইফচ্ অৱ আডাৰচ্ (ভিনটেজ/পেংগুইন ৰেণ্ডম হাউচ, ইউকে) * ৰাজ কমল ঝা, চি উইল বিল্ড হিম আ চিটি (ব্লুম্বেৰী, ভাৰত) | ১৭১৮ |- ! scope="row"| ২০১৭ | Anuk Arudpragasam | দ্য ষ্ট’ৰি অৱ আ ব্ৰিফ মেৰিজ (Granta Books, UK) | * অঞ্জলি জোছেফ, দ্য লিভিং (ফৰ্থ ষ্টেট, হাৰপাৰ কলিন্স, ইউ কে) * অৰবিন্দ আদিজা, চিলেকচন ডে (ফৰ্থ ষ্টেট, হাৰপাৰ কলিনচ্, ভাৰত) * কৰণ মহাজন, দ্য এছ’চিয়েচন অৱ স্মল বম্বচ্ (Chatto & Windus, ইউকে এণ্ড বাইকিং, ইউএছএ এণ্ড ফৰ্থ ষ্টেট, হাৰপাৰ কলিন্স, ইণ্ডিয়া) * ষ্টিফেন অলটাৰ, ইন দ্য জাংগল অৱ দ্য নাইট (আলেফ বুক ক’ম্পেনি, ভাৰত) | ১৯ |- ! scope="row"| ২০১৮ | জয়ন্ত কইকিনি | ন’ প্ৰেজেণ্ট প্লিজ (তেজস্বীনি নিৰঞ্জনাৰ দ্বাৰা অনূদিত, হাৰপাৰ কলিন্স, ইণ্ডিয়া) | * Kamila Shamsie, হম ফায়াৰ (ৰিভাৰহেড বুকচ্, ইউএছএ এণ্ড ব্লুমবেৰী, ইউকে) * মনু জোছেফ, মিচ্ লেইলা আৰ্মড এণ্ড ডেঞ্জেৰাচ্ (ফৰ্থ ষ্টেট, হাৰপাৰ কলিন্স, ইণ্ডিয়া) * মহচিন হামিদ, একজিট ৱেষ্ট (ৰিভাৰহেড বুকচ্, ইউএছএ এণ্ড হামিশ হেমিলটন, পেংগুইন ৰেণ্ডম হাউচ, ভাৰত) * নীল মুখাৰ্জী, আ ষ্টেট অৱ ফ্ৰীডম (Chatto & Windus, ভিনটেজ, ইউকে এণ্ড হামিশ হেমিলটন, পেংগুইন ৰেণ্ডম হাউচ, ভাৰত) * সুজিত চৰফ, হৰিলাল এণ্ড চানচ্ (স্পীকিং টাইগাৰ, ভাৰত) | ২০ |- ! scope="row"| ২০১৯ | অমিতাভ বাগচি | হাফ দ্য নাইট ইজ গান (Juggernaut Books, ভাৰত) | * জামিল জান ক'চাই, নাইনটি নাইন নাইটচ্ ইন ল’গাৰ (ব্লুম্বেৰী চাৰ্কাছ, ব্লুম্বেৰী, ইণ্ডিয়া এণ্ড ইউকে, আৰু বাইকিং, পেংগুইন ৰেণ্ডম হাউচ, ইউএছএ) * মাধুৰী বিজয়, দ্য ফাৰ ফিল্ড (গ্ৰুভ প্ৰেছ, গ্ৰুভ আটলাণ্টিক, ইউএছএ) * মনোৰঞ্জন ব্যাপাৰি, ডেয়াৰচ্ গানপাউডাৰ ইন দ্য এয়াৰ ((অৰুণাভ সিনহাই বঙালী ভাষাৰপৰা কৰা অনুবাদ, একা, এমেজন ৱেষ্টলেণ্ড, ভাৰত)) * ৰাজ কমল ঝা, দ্য চিটি এণ্ড দ্য চী (হামিশ হেমিলটন, পেংগুইন ৰেণ্ডম হাউচ, ভাৰত) * সাজিয়া আব্বাছ, দ্য এম্প্টি ৰুম'' (জুবান প্ৰকাশন, ভাৰত) | ২১ |
তথ্যসূত্ৰ
- ↑ Note: South Asia for the purposes of the prize is defined as ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, নেপাল, ভূটান, Maldives and আফগানিস্তান. See Eligibility Criteria
- ↑ Eligibility Criteria for Entries to the 2011 DSC Prize. DSC Prize for South Asian Literature
- ↑ Celebrating 10 Years of Literary Excellence. ডি এছ চি প্ৰাইজ ডট কম
- ↑ Ipsita Basu Dasgupta. (8 July 2011). Karachi has more stories than New York: HM Naqvi. DNA India
- ↑ (25 October 2010). Shortlist Announced for the DSC Prize for South Asian Literature. Asia Writes'
- ↑ Lex Delaney. (24 October 2011). Shortlist announced for the 2012 DSC Prize for South Asian Literature. South Asian Literary Festival
- ↑ Madhur Tankha. (15 September 2011). 16 titles for DSC Prize for South Asian Literature. দ্য হিন্দু
- ↑ (21 January 2012). Shehan Karunatilaka wins 2012 DSC Prize. DSC Prize for South Asian Literature
- ↑ Archana Khare Ghose. (22 January 2012). S Karunatilake wins DSC Prize in Literature. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Shreya Roy Chowdhury. (11 July 2012). Jury announced for DSC Prize for South Asian Literature 2013. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Supriya Nair. (21 November 2012). DSC Prize 2013 shortlist announced. Mint
- ↑ Richard Lea. (25 January 2013). Jeet Thayil becomes first Indian winner of South Asian literature prize. The Guardian
- ↑ Ashlin Mathew. (22 November 2013). Three Indians in race for DSC prize for South Asian Literature 2014. ইণ্ডিয়া টুডে
- ↑ Aditi Malhotra. (18 January 2014). Indian Wins South Asian Prize for Literature. The Wall Street Journal
- ↑ (27 November 2014). Five novels make it to the shortlist of the DSC Prize 2015
- ↑ Claire Armitstead. (22 January 2015). Jhumpa Lahiri wins $50,000 DSC prize for south Asian literature. The Guardian
- ↑ (26 November 2015). DSC Prize 2016 Finalists
- ↑ (16 January 2015). Indian author Anuradha Roy wins USD 50,000 DSC Prize. Business Standard. Press Trust of India
- ↑ Anuk Arudpragasam wins the DSC Prize for South Asian Literature 2017
- ↑ (25 January 2019). Jayant Kaikini Along With Translator Tejaswini Niranjana Wins The DSC Prize For South Asian Literature 2018. dscprize.com
- ↑ Archives
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডি এছ চি পুৰস্কাৰ” প্ৰবন্ধৰ সংশোধন ৪৪৫০৬২ (১৫ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।