অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ডিমছ (উপগ্ৰহ)

ডিমছ (ইংৰাজী: Deimos) মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ সৰু আৰু আটাইতকৈ বাহিৰৰ উপগ্ৰহ। মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ফ'বছ। ৬.২ কিলোমিটাৰ (৩.৯ মিটাৰ) গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩০.৩ ঘণ্টা সময় লয়। গ্ৰীক দেৱতা ডিমছৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ডিমছ (ইংৰাজী ভাষা: Deimos)১ মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ সৰু আৰু আটাইতকৈ বাহিৰৰ উপগ্ৰহ। মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ফ'বছ। ৬.২ কিলোমিটাৰ (৩.৯ মিটাৰ) গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩০.৩ ঘণ্টা সময় লয়। ডিমছ মঙ্গলৰ পৰা ২৩,৪৬০ কিলোমিটাৰ (১৪,৫৮০ মিটাৰ) দূৰত্বত অৱস্থিত।২ গ্ৰীক দেৱতা ডিমছৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। গ্ৰীক উপাখ্যানৰ মতে ডিমছ ফ’বছৰ যমজ ভাতৃ আৰু ইয়াৰ অৰ্থ ‘সন্ত্ৰাস’।১

আৱিষ্কাৰ

accessdate=12 July 2009}}</ref>
accessdate=12 July 2009}}</ref>ছবি: NASA · Public domain

১৮৭৭ চনৰ ১২ আগষ্ট তাৰিখে প্ৰায় ০৭:৪৮ (ইউ.টি.চি.) বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত অৱস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰ নৌসেনা মানমন্দিৰত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী এছাফ হলে ডিমছ আৱিষ্কাৰ কৰিছিল।৩৪৫৬ উল্লেখযোগ্য যে সেই একেটা বছৰৰে ১৮ আগষ্ট তাৰিখে প্ৰায় ০৯:১৪ (জি.এম.টি.) বজাত হলে মঙ্গলৰ আনটো উপগ্ৰহ ফ’বছ আৱিষ্কাৰ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Blunck, Jürgen. (2009). Solar System Moons: Discovery and Mythology. Springer. পৃ. 5. ISBN 978-3-540-68852-5
  2. ↑ Staff. (2016). Deimos. SeaSky.org
  3. ↑ Hall, A.; Observations of the Satellites of Mars, Astronomische Nachrichten, Vol. 91, No. 2161 (17 October 1877, signed 21 September 1877) pp. 11/12–13/14
  4. ↑ Morley, T. A.; A Catalogue of Ground-Based Astrometric Observations of the Martian Satellites, 1877–1982, Astronomy and Astrophysics Supplement Series, Vol. 77, No. 2 (February 1989), pp. 209–226 (Table II, p. 220: first observation of Deimos on 1877-08-12.32526)
  5. ↑ Notes: The Satellites of Mars, The Observatory, Vol. 1, No. 6 (20 September 1877), pp. 181–185
  6. ↑ The Discovery of the Satellites of Mars, Monthly Notices of the Royal Astronomical Society, Vol. 38, No. 4, (8 February 1878), pp. 205–209

সম্পৰ্কিত শ্ৰেণী

প্ৰাকৃতিক উপগ্ৰহসৌৰজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিমছ (উপগ্ৰহ)” প্ৰবন্ধৰ সংশোধন ৬৩১১৩৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।