অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডিম্পল যাদৱ

ডিম্পল যাদৱ (জন্ম ১৫ জানুৱাৰী ১৯৭৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২২ চনৰ ডিচেম্বৰৰ পৰা মৈনপুৰিৰ পৰা বৰ্তমান সংসদ সদস্য আৰু তাৰ আগতে কনৌজৰ পৰা দুই বাৰ লোকসভাৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ সমাজবাদী পাৰ্টিৰ সভাপতি আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ পত্নী।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ডিম্পল যাদৱ (জন্ম ১৫ জানুৱাৰী ১৯৭৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২২ চনৰ ডিচেম্বৰৰ পৰা মৈনপুৰিৰ পৰা বৰ্তমান সংসদ সদস্য আৰু তাৰ আগতে কনৌজৰ পৰা দুই বাৰ লোকসভাৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ সমাজবাদী পাৰ্টিৰ সভাপতি আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ পত্নী। ১

তথ্যসূত্ৰ

  1. ↑ लोकसभा चुनाव में जीत के बाद मथुरा पहुंची डिंपल यादव, बेटी टीना संग लिया बांके बिहारी का आशीर्वाद. News18

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিম্পল যাদৱ” প্ৰবন্ধৰ সংশোধন ৬০২৩২৪ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।