অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা

দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা (Durga Prasad Majinder Baruah) হৈছে অসমৰ এগৰাকী কবি আৰু নাট্যকাৰ। আধুনিক অসমীয়া নাটৰ বুৰঞ্জী গঢ়োতা সকলৰ ভিতৰত এজন। বিংশ শতিকাৰ শেষ দশকত যি সকলে অসমীয়া নাট ৰচনা কৰিবলৈ সংকল্প গ্ৰহণ কৰে তেওঁ তাৰে ভিতৰত অন্যতম।

হালনাগাদ: ৬ এপ্ৰিল ২০২৩ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা (Durga Prasad Majinder Baruah) হৈছে অসমৰ এগৰাকী কবি আৰু নাট্যকাৰ। আধুনিক অসমীয়া নাটৰ বুৰঞ্জী গঢ়োতা সকলৰ ভিতৰত এজন। বিংশ শতিকাৰ শেষ দশকত যি সকলে অসমীয়া নাট ৰচনা কৰিবলৈ সংকল্প গ্ৰহণ কৰে তেওঁ তাৰে ভিতৰত অন্যতম। তেখেতৰ নাট সমূহ ধেমেলীয়া আৰু গ্ৰাম্য হাস্য ৰসৰ প্ৰাধান্য দেখা যায়।১

জন্ম

দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ ১৮৭০চনত শিৱসাগৰ জিলাৰ বেতবাৰীৰ শুকানপুখুৰীত জন্ম হয়।২

বংশ পৰিচয়

তেখেতৰ পিতৃৰ নাম নৰোত্তম মজিন্দাৰ বৰুৱা।৩

শিক্ষা

তেওঁ যোৰহাট চৰকাৰী হাইস্কুলত পঢ়িছিল।৪

মৃত্যু

১৯২৮ চনত দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ মৃত্যু হয়।৫

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সাহিত্যৰ সমীক্ষত্মক ইতিবৃত্ত,ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ পুনৰ মুদ্ৰণ:২০১৮,পৃষ্ঠা নং:৩৩৬
  2. ↑ অসমীয়া সাহিত্যৰ সমীক্ষত্মক ইতিবৃত্ত,ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ পুনৰ মুদ্ৰণ:২০১৮,পৃষ্ঠা নং:৩৩৬
  3. ↑ ভট্যাচাৰ্য্য, ড॰ শ্ৰীহৰিচন্দ্ৰ (১৯৮৮). "দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা". অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি. প্ৰকাশক গুৱাহাটী -১: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২০৪
  4. ↑ ভট্যাচাৰ্য্য, ড॰ শ্ৰীহৰিচন্দ্ৰ (১৯৮৮). "দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা". অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি. প্ৰকাশক গুৱাহাটী -১: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২০৪
  5. ↑ অসমীয়া সাহিত্যৰ সমীক্ষত্মক ইতিবৃত্ত,ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ পুনৰ মুদ্ৰণ:২০১৮,পৃষ্ঠা নং:৩৩৬

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবিঅসমীয়া নাট্যকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৫৩০৩২ (৬ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।