অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

দুলীয়াজান ক্লাব

দুলীয়াজান ক্লাব দুলীয়াজানৰ মাজমজিয়াত অৱস্থিত এটা অনুষ্ঠান। অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত কৰ্মচাৰীসকলে পেচাগত চিন্তাধাৰাৰ পৰা নিজকে নিলগাই ৰাখি মনোৰঞ্জনৰ বাবে আৰু তেখেতসকলৰ পৰিয়ালৰ সদস্যসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ হেতুকে এক উমৈহতীয়া অনুষ্ঠানৰ প্ৰয়োজন আছিল আৰু তাৰেই ফলশ্ৰুতিত…

হালনাগাদ: ১০ জুলাই ২০২২ ৫২ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

দুলীয়াজান ক্লাব দুলীয়াজানৰ মাজমজিয়াত অৱস্থিত এটা অনুষ্ঠান। অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত কৰ্মচাৰীসকলে পেচাগত চিন্তাধাৰাৰ পৰা নিজকে নিলগাই ৰাখি মনোৰঞ্জনৰ বাবে আৰু তেখেতসকলৰ পৰিয়ালৰ সদস্যসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ হেতুকে এক উমৈহতীয়া অনুষ্ঠানৰ প্ৰয়োজন আছিল আৰু তাৰেই ফলশ্ৰুতিত দুলীয়াজান ক্লাবৰ জন্ম দিয়া হয়।

ইতিহাস

১৯৬৩ চনৰ এটি শুভ দিনত এই ক্লাবৰ জন্ম হয়।

সম্পৰ্কিত শ্ৰেণী

অনুষ্ঠান প্ৰতিষ্ঠানডিব্ৰুগড় জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুলীয়াজান ক্লাব” প্ৰবন্ধৰ সংশোধন ৩২৭২৮৪ (১০ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।