সাহিত্য সভাৰ এটা শাখা দুলীয়াজান সাহিত্য সভা। ১৯৬৪ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে এই শাখা প্ৰতিষ্ঠা হৈছিল। যদিও অসম সাহিত্য সভাৰ এক শাখা হিচাপে দুলীয়াজান সাহিত্য সভাই কাম কৰি আছে তথাপি এই শাখাৰ সৈতে 'শাখা সাহিত্য সভা' লিখা নহয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুলিয়াজান সাহিত্য সভা” প্ৰবন্ধৰ সংশোধন ৪৬৩১৫৭ (১১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।