অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দে দে হমে আজাদী

দে দে হমে আজাদী অথবা সবৰমতী কে শান্ত হৈছে কভী প্ৰদীপে ৰচনা কৰা এটা ভাৰতীয় গীত। মহাত্মা গান্ধী আৰু তেওঁৰ অহিংস প্ৰকৃতিলৈ উচৰ্গিত এইটো এটা দেশপ্ৰেমমূলক গীত। বলিউডৰ ছবি জাগৃতি (১৯৫৪)-ৰ এটা ছাউণ্ডট্ৰেক। গীতটোত কণ্ঠদান কৰিছিল আশা ভোছলে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

দে দে হমে আজাদী অথবা সবৰমতী কে শান্ত হৈছে কভী প্ৰদীপে ৰচনা কৰা এটা ভাৰতীয় গীত। মোহনদাস কৰমচান্দ গান্ধী আৰু তেওঁৰ অহিংস প্ৰকৃতিলৈ উচৰ্গিত এইটো এটা দেশপ্ৰেমমূলক গীত।১২৩ বলিউডৰ ছবি জাগৃতি (১৯৫৪)-ৰ এটা ছাউণ্ডট্ৰেক। গীতটোত কণ্ঠদান কৰিছিল আশা ভোছলে।৪

তথ্যসূত্ৰ

  1. ↑ Pramod Kumar Sharma. Mahatma a Scientist of the Intuitively Obvious. Partridge Publishing. পৃ. 9. ISBN 9781482819236
  2. ↑ (4 October 2008). Driving home a point through songs. দ্য হিন্দু
  3. ↑ Shyamhari Chakra. (3 October 2007). Tributes through songs. The Hindu
  4. ↑ Vijay Lokapally. (13 June 2009). Jagriti 1954. The Hindu

সম্পৰ্কিত শ্ৰেণী

গীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দে দে হমে আজাদী” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৮০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।