অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দেওধাই লিপি

দেওধাই লিপি বৰ্তমানে এক বিলুপ্ত লিপি, যিটো কিছু বিশেষজ্ঞৰ অনুসৰি কছাৰী জনগোষ্ঠীৰ মাজত প্ৰচলিত আছিল। বিষ্ণুপ্ৰসাদ ৰাভাই ডিমাপুৰ অঞ্চলৰ পৰা অন্য কোনো লিপিৰ সৈতে মিল নথকা এক লিপিৰ কিছু নমুনা উদ্ধাৰ কৰিছিল আৰু ইয়াক দেওধাই লিপিৰ নামাকৰণ কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

দেওধাই লিপি বৰ্তমানে এক বিলুপ্ত লিপি, যিটো কিছু বিশেষজ্ঞৰ অনুসৰি বড়ো-কছাৰীৰ মাজত প্ৰচলিত আছিল।১ বিষ্ণুপ্ৰসাদ ৰাভাই ডিমাপুৰ অঞ্চলৰ পৰা অন্য কোনো লিপিৰ সৈতে মিল নথকা এক লিপিৰ কিছু নমুনা উদ্ধাৰ কৰিছিল আৰু ইয়াক দেওধাই লিপিৰ নামাকৰণ কৰিছিল।২ বিষ্ণুপ্ৰসাদ ৰাভাৰ অনুসৰি দেওধাই লিপি আৰু প্ৰাচীন ব্ৰাহ্মী লিপিৰ মাজত মিল দেখা যায়। কছাৰী জনগোষ্ঠীৰ ভাষাসমূহ লিখিবৰ বাবে বিৰ্তমান লেটিন লিপি আৰু দেৱনাগৰী লিপিৰ ব্যৱহাৰ কৰা হয়।২৩

তথ্যসূত্ৰ

  1. ↑ (2007-12-12). Battle of the Bodo language. Merinews
  2. ↑ Gazetteer of India Assam State: Vol-01
  3. ↑ Bishnu Rabha's collection of Deodhai scriptAssam Online

সম্পৰ্কিত শ্ৰেণী

লিপিঅসমৰ ভাষা আৰু লিপিবড়ো ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেওধাই লিপি” প্ৰবন্ধৰ সংশোধন ৩৮১৩৭৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।