দুমকা জিলা (চাওঁতালি: ডুমকৗ) ভাৰতৰ অংগৰাজ্য ঝাৰখণ্ডৰ ২৪খন জিলাৰ ভিতৰত এখন। দুমকা এই জিলাৰ প্ৰশাসনিক সদৰ ঠাই। দুমকা জিলাৰ মুঠ মাটিকালি ৩৭১৬.০২ বৰ্গকিলোমিটা। ২০০০ চনত গঠিত ঝাৰখণ্ড ৰাজ্যৰ দ্বিতীয় ৰাজধানী চহৰ ঘোষণা কৰা হৈছিল।
অৰ্থনীতি
২০০৬ চনত ভাৰত চৰকাৰে দুমকা জিলাক দেশৰ ২৫০তম অতি পিচপৰা জিলাৰ তালিকাত ৰাখে (৬৪০ টা জিলাৰ ভিতৰত)। দুমকা জিলাই ভাৰত চৰকাৰৰ পিছপৰা অঞ্চল অনুদান ন্যাস প্ৰগ্ৰেম চমুকৈ বিআৰজিএফ পৰা অনুদান প্ৰহণ কৰে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুমকা জিলা” প্ৰবন্ধৰ সংশোধন ৫২৭৫৭৫ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।