অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দূৰদৰ্শন

দূৰদৰ্শন বা টিভি (ইংৰাজীত Telivision/TV/Telly/Tube টেলিভিজন/টিভি/টেলি/ট্যুব) এটি মাধ্যম যাৰ জৰিয়তে শব্দ আৰু লৰচৰ কৰা ছবি পঠিয়াব পাৰি। ই ক'লা-বগা, ৰঙীন বা ত্ৰিমাত্ৰিক হ'ব পাৰে। দূৰদৰ্শন এটি জনমাধ্যম, মনোৰঞ্জন, শিক্ষা, বাতৰি তথা বিজ্ঞাপন প্ৰচাৰ কৰিবলৈ।

হালনাগাদ: ৩ আগষ্ট ২০২৬ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

দূৰদৰ্শন বা টিভি (ইংৰাজীত Telivision/TV/Telly/Tube টেলিভিজন/টিভি/টেলি/ট্যুব) এটি মাধ্যম যাৰ জৰিয়তে শব্দ আৰু লৰচৰ কৰা ছবি পঠিয়াব পাৰি। ই ক'লা-বগা, ৰঙীন বা ত্ৰিমাত্ৰিক হ'ব পাৰে। দূৰদৰ্শন এটি জনমাধ্যম, মনোৰঞ্জন, শিক্ষা, বাতৰি তথা বিজ্ঞাপন প্ৰচাৰ কৰিবলৈ।

নামকৰণ

দূৰদৰ্শন শব্দটো "দূৰ" আৰু "দৰ্শন" শব্দৰে গঠিত। অসমীয়াৰ দৰেই ইংৰাজী টেলিভিজন শব্দ প্ৰাচীন গ্ৰীক শব্দ টেলি, যাৰ অৰ্থ দূৰ আৰু ভিজন, যাৰ অৰ্থ দৰ্শনেৰে গঠিত।

সামাজিক প্ৰভাৱ

দূৰদৰ্শনৰ সামাজিক প্ৰভাৱ বৃহৎ, তাৰ মাজত সংবাদ মাধ্যমৰ হিংসাৰ দৰে কু-প্ৰভাৱো আছে। নতুন গৱেষণাই দেখুৱা মতে অকলশৰীয়া লোকে দূৰদৰ্শনৰ চৰিত্ৰসমূহকে সংগী মানি মনৰ অকলশৰীয়াভাব আঁতৰাব পাৰে, এনে কৰাক পেৰাচ'ছিয়েল বা ফক্স ৰিলেছন্সিপ (Parasocial/faux relationship) বোলে।১ গৱেষণাই এই কথাও দেখুৱাইছে যে শৈক্ষিক দূৰদৰ্শনৰ বহুতো সুবিধা আছে।২৩

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ Butler, Fionnuala, Cynthia Pickett. "Imaginary Friends." Scientific American. Scientific American Magazine. 28 July 2009. Web. 26 Mar. 2010. www.scientificamerican.com/article.cfm?id=imagin
  2. ↑ Media Awareness Network, "The Good Things About Television"
  3. ↑ Media Awareness Network

সম্পৰ্কিত শ্ৰেণী

গণমাধ্যম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দূৰদৰ্শন” প্ৰবন্ধৰ সংশোধন ৬২২৯৮৩ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।