অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দুলীয়াজান মহাবিদ্যালয়

দুলীয়াজান মহাবিদ্যালয় (Duliajan College), ১৯৬৯ চনত স্থাপন কৰা অসমৰ দুলীয়াজানত অৱস্থিত এখন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

দুলীয়াজান মহাবিদ্যালয় (Duliajan College), ১৯৬৯ চনত স্থাপন কৰা অসমৰ দুলীয়াজানত অৱস্থিত এখন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১

বিভাগসমূহ

বিজ্ঞান

  • পদাৰ্থ বিজ্ঞান (Physics)
  • গণিত (Mathematics)
  • ৰসায়ন বিদ্যা (Chemistry)
  • কম্পিউটাৰ বিজ্ঞান (Computer Science)
  • উদ্ভিদ বিজ্ঞান (Botany)
  • প্ৰাণী বিজ্ঞান (Zoology)

কলা আৰু বাণিজ্য

  • অসমীয়া
  • বঙালী
  • হিন্দী
  • ইংৰাজী
  • বুৰঞ্জী
  • শিক্ষা
  • অৰ্থনীতি
  • দৰ্শন
  • ৰাজনীতি বিজ্ঞান
  • সমাজ তত্ত্ব
  • বাণিজ্য

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Dibrugarh University

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুলীয়াজান মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮৫২২৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।