অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

অসমৰ নগৰ-মহানগৰসমূহৰ তালিকা

অসমৰ নগৰ-মহানগৰসমূহৰ তালিকাত জিলা ভিত্তিক অসমৰ পৌৰ নগৰ সমূহক সূচীভূক্ত কৰা হৈছে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি বৰ্তমান ৰাজ্যখনত ২৭ খন জিলা, ৫৮ টা মহকুমা আৰু ৮৩ খন নগৰ আছে। মহানগৰ অসমত মাত্ৰ এখনেই আৰু সেইখন হৈছে গুৱাহাটী মহানগৰ । ৰাজ্যখনত মুঠ জনসংখ্যা ৩১,১৬৯,২৭২ জন।

হালনাগাদ: ১০ মাৰ্চ ২০২৪ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অসমৰ নগৰ-মহানগৰসমূহৰ তালিকাত জিলা ভিত্তিক অসমৰ পৌৰ নগৰ সমূহক সূচীভূক্ত কৰা হৈছে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি বৰ্তমান ৰাজ্যখনত ২৭ খন জিলা, ৫৮ টা মহকুমা আৰু ৮৩ খন নগৰ আছে। মহানগৰ অসমত মাত্ৰ এখনেই আৰু সেইখন হৈছে গুৱাহাটী মহানগৰ ১। ৰাজ্যখনত মুঠ জনসংখ্যা ৩১,১৬৯,২৭২ জন।২

ক্ৰমজিলাRTO Codeজিলা সদৰমহকুমানগৰশ্ৰেণীজনসংখ্যা ২০১১ চনৰ লোকপিয়ল
১ওদালগুৰিAS27ওদালগুৰিওদালগুৰি সদৰ মহকুমাওদালগুৰিপৌৰসভা
ভেৰগাঁও মহকুমাটংলাপৌৰসভা
২কৰিমগঞ্জAS10 কৰিমগঞ্জকৰিমগঞ্জ সদৰ মহকুমাকৰিমগঞ্জপৌৰসভা
বদৰপুৰনগৰ সমিতি
৩কাছাৰAS11 শিলচৰশিলচৰ সদৰ মহকুমাশিলচৰপৌৰসভা
লক্ষীপুৰ মহকুমালক্ষীপুৰনগৰ সমিতি
৪কামৰূপAS25 আমিনগাঁওৰঙিয়াৰঙিয়াপৌৰসভা
গুৱাহাটীপলাশবাৰীপৌৰসভা
৫কামৰূপ মহানগৰAS01 গুৱাহাটীগুৱাহাটী সদৰগুৱাহাটীপৌৰনিগম
উত্তৰ গুৱাহাটীনগৰ সমিতি
৬কাৰ্বি আংলংAS09 ডিফুডিফুডিফুনগৰ সমিতি
ডকমোকানগৰ সমিতি
হাওৰাঘাটনগৰ সমিতি
বকলীয়ানগৰ সমিতি
বোকাজানবোকাজাননগৰ সমিতি
৭কোকৰাঝাৰAS16 কোকৰাঝাৰকোকৰাঝাৰ সদৰকোকৰাঝাৰপৌৰসভা
গোঁসাইগাঁওগোসাঁইগাঁওনগৰ সমিতি
৮গোলাঘাটAS05 গোলাঘাটগোলাঘাট সদৰগোলাঘাটপৌৰসভা
দেৰগাঁওনগৰ সমিতি
বোকাখাত মহকুমাবোকাখাতনগৰ সমিতি
ধনশিৰিসৰুপথাৰনগৰ সমিতি
বৰপথাৰনগৰ সমিতি
৯গোৱালপাৰাAS18 গোৱালপাৰাগোৱালপাৰা সদৰগোৱালপাৰাপৌৰসভা
লক্ষীপুৰনগৰ সমিতি
১০চিৰাংAS26 বাসুগাঁওবাসুগাঁওবাসুগাঁওনগৰ সমিতি
কলাইগাঁওনগৰ সমিতি
বিজনীবিজনীনগৰ সমিতি
১১ডিব্ৰুগড়AS06ডিব্ৰুগড়ডিব্ৰুগড় সদৰডিব্ৰুগড়পৌৰসভা
নাহৰকটীয়ানগৰ সমিতি
নামৰূপনগৰ সমিতি
চাবুৱানগৰ সমিতি
১২ডিমা হাছাও (পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা)AS08হাফলংহাফলংহাফলংনগৰ সমিতি
উমৰাংছুনগৰ সমিতি
মাহুৰনগৰ সমিতি
মাইবংমাইবংনগৰ সমিতি
১৩তিনিচুকীয়াAS23 তিনিচুকীয়াতিনিচুকীয়া সদৰতিনিচুকীয়াপৌৰসভা
ডিগবৈপৌৰসভা
ডুমডুমানগৰ সমিতি
মাকুমনগৰ সমিতি
শদিয়াচাপাখোৱানগৰ সমিতি
মাৰ্ঘেৰিটা মহকুমামাৰ্ঘেৰিটা মহকুমানগৰ সমিতি
১৪দৰংAS13 মঙলদৈমঙ্গলদৈ সদৰমঙলদৈপৌৰসভা
খাৰুপেটীয়ানগৰ সমিতি
১৫ধুবুৰীAS17 ধুবুৰীধুবুৰী সদৰধুবুৰীপৌৰসভা
গৌৰীপুৰনগৰ সমিতি
সাপটগ্ৰামনগৰ সমিতি
বিলাসীপাৰাবিলাসীপাৰানগৰ সমিতি
চাপৰনগৰ সমিতি
১৬ধেমাজিAS22 ধেমাজিধেমাজি সদৰধেমাজিনগৰ সমিতি
চিলাপথাৰনগৰ সমিতি
জোনাই
১৭নগাঁওAS02 নগাঁওনগাঁও সদৰনগাঁওপৌৰসভা
ধিংপৌৰসভা
কামপুৰনগৰ সমিতি
ৰহানগৰ সমিতি
ডবকানগৰ সমিতি
কলিয়াবৰ মহকুমা
১৮নলবাৰীAS14 নলবাৰীনলবাৰী সদৰনলবাৰীপৌৰসভা
টিহুনগৰ সমিতি
১৯বঙাইগাঁওAS19 বঙাইগাঁওবঙাইগাঁও সদৰবঙাইগাঁওপৌৰসভা
উত্তৰ শালমাৰাঅভয়াপুৰীনগৰ সমিতি
২০বৰপেটাAS15বৰপেটাবৰপেটা সদৰবৰপেটাপৌৰসভা
বৰপেটা ৰোডপৌৰসভা
হাউলীনগৰ সমিতি
সৰ্থেবাৰীনগৰ সমিতি
২১বাক্সাAS28 মুছলপুৰমুছলপুৰ
শালবাৰী
২২মৰিগাঁওAS21মৰিগাঁওমৰিগাঁও সদৰমৰিগাঁওপৌৰসভা
২৩যোৰহাটAS03যোৰহাটযোৰহাট সদৰযোৰহাটপৌৰসভা
মৰিয়নিনগৰ সমিতি
টীয়কনগৰ সমিতি
তিতাবৰ মহকুমাতিতাবৰ মহকুমানগৰ সমিতি
২৪লখিমপুৰAS07 উত্তৰ লখিমপুৰউত্তৰ লখিমপুৰউত্তৰ লখিমপুৰপৌৰসভা
বিহপুৰীয়া (নগৰ)নগৰ সমিতি
নাৰায়ণপুৰনগৰ সমিতি
ঢকুৱাখনাঢকুৱাখনানগৰ সমিতি
২৫ শিৱসাগৰAS04 শিৱসাগৰশিৱসাগৰ সদৰশিৱসাগৰপৌৰসভা
আমগুৰিনগৰ সমিতি
ডিমৌনগৰ সমিতি
শিমলুগুৰিনগৰ সমিতি
নাজিৰানাজিৰাপৌৰসভা
২৬ শোণিতপুৰAS12 তেজপুৰতেজপুৰতেজপুৰপৌৰসভা
ৰঙাপাৰানগৰ সমিতি
জামুগুৰিহাটনগৰ সমিতি
ঢেকিয়াজুলিঢেকীয়াজুলিপৌৰসভা
২৭হাইলাকান্দিAS24 হাইলাকান্দিহাইলাকান্দি সদৰহাইলাকান্দিপৌৰসভা
লালানগৰ সমিতি
২৮চৰাইদেউAS33 সোণাৰিচৰাইদেউ সদৰসোণাৰিপৌৰসভা
মৰাণহাটনগৰ সমিতি
২৯দক্ষিণ শালমাৰা-মানকাচৰAS34 হাটশিঙিমাৰিহাটশিঙিমাৰি সদৰ
৩০পশ্চিম কাৰ্বি আংলংAS হামৰেণহামৰেণ সদৰহামৰেণনগৰ সমিতি
ডংকামোকামনগৰ সমিতি
৩১বিশ্বনাথAS32 বিশ্বনাথ চাৰিআলিবিশ্বনাথ সদৰবিশ্বনাথ চাৰিআলিপৌৰসভা
গহপুৰনগৰ সমিতি
চতিয়ানগৰ সমিতি
৩২মাজুলীAS29 গড়মূৰমাজুলী সদৰগড়মূৰনগৰ সমিতি
৩৩হোজাইAS31 হোজাই জিলাহোজাই সদৰহোজাই জিলাপৌৰসভা
লামডিংপৌৰসভা
লংকাপৌৰসভা
৩৪তামুলপৰ'তামুলপুৰ মহকুমাতামুলপুৰ সদৰগোৰেশ্বৰনগৰ সমিতি
৩৫বজালীপাঠশালাবজালী সদৰপাঠশালানগৰ সমিতি
সৰভোগনগৰ সমিতি
পাটাচাৰকুছিনগৰ সমিতি
এই ৰঙৰ অৰ্থ "কোনো নগৰ নাই"

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ভাৰতৰ মহাপঞ্জীয়ক আৰু জনগণনা আয়ুক্তৰ কাৰ্যালয়ে প্ৰকাশ কৰা অসমৰ পৌৰ আৰু পিয়ল নগৰসমূহৰ তালিকা
  2. ↑ ২০১১ বৰ্ষত হোৱা লোকপিয়লৰ পৰিসংখ্যা, ভাৰতৰ জনগণনা বিভাগৰ দ্বাৰা প্ৰকাশিত

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰঅসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ নগৰ-মহানগৰসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪১০৭৪১ (১০ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।