অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

খাৰুপেটীয়া

খাৰুপেটীয়া (IPA: ˌkɑːrʊˈpiːtɪə)(Kharupetia) অসমৰ দৰং জিলাত অৱস্থিত এখন নগৰ। এই অঞ্চলটো মঙলদৈ আৰু গুৱাহাটীৰ পৰা ক্ৰমে ১৭ কিমি আৰু ৮৭ কিমি দুৰত্বত অৱস্থিত। এই অঞ্চলটোৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৩ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

খাৰুপেটীয়া (IPA: ˌkɑːrʊˈpiːtɪə)(Kharupetia) অসমৰ দৰং জিলাত অৱস্থিত এখন নগৰ। এই অঞ্চলটো মঙলদৈ আৰু গুৱাহাটীৰ পৰা ক্ৰমে ১৭ কিমি আৰু ৮৭ কিমি দুৰত্বত অৱস্থিত। এই অঞ্চলটোৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে।

ভৌগোলিক অৱস্থান

খাৰুপেটীয়াৰ ভৌগোলিক অৱস্থান .১ সাগৰপৃষ্ঠৰ পৰা এই অঞ্চলৰ গড় উচ্চতা প্ৰায় ৩৭ মিটাৰ ( ১২১ ফুট)। খাৰুপেটীয়াৰ পৰা নিকটতম ৰে'লৱে ষ্টেচন গুৱাহাটী।

আন্তঃগাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি, খাৰুপেটীয়াৰ জনসংখ্যা ১৭,৭৮৪ জন। ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। এই অঞ্চলৰ গড় সাক্ষৰতাৰ হাৰ ৭৩%, ইয়াৰে পুৰুষ আৰু মহিলাৰ পৃথকভাৱে সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৭৮% আৰু ৬৮%। খাৰুপেটীয়াৰ মুঠ জনসংখ্যাৰ ১২% ৰ বয়স ছয় বছৰৰ অনুৰ্ধৰ।

শিক্ষা

বিদ্যালয়-

  • খাৰুপেটীয়া উচ্চ মাধ্যমিক বিদ্যালয়
  • শৈলবালা উচ্চ মাধ্যমিক বিদ্যালয়
  • খাৰুপেটীয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
  • ৰয়েল একাডেমী খাৰুপেটীয়া

মহাবিদ্যালয়-

  • খাৰুপেটীয়া মহাবিদ্যালয়
  • আজমল মহাবিদ্যালয়
  • ইউনাইটেড ষ্টাৰচ্ একাডেমী
  • মহাম্মদ আলী মধ্য-ইংৰাজী বিদ্যালয়
  • নৱৰত্ন জাতীয় বিদ্যালয়
  • মহাম্মদ আলী উচ্চমাধ্যমিক বিদ্যালয়
  • জোনাকী জাতীয় বিদ্যালয়

তথ্যসূত্ৰ

  1. ↑ Falling Rain Genomics, Inc - Kharupetia

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাৰুপেটীয়া” প্ৰবন্ধৰ সংশোধন ৩৯৬১৯৫ (১০ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।