অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

সৰুপথাৰ

সৰুপথাৰ (Sarupathar) অসমৰ গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ৷

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৫ ৭০ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

সৰুপথাৰ (Sarupathar) অসমৰ গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ৷

জনসংখ্যা

২০০১ বৰ্ষৰ লোকপিয়ল অনুসৰি, সৰুপথাৰৰ জনসংখ্যা ৯৮২৭ গৰাকী৷ ইয়াৰে ৫৫% পুৰুষ আৰু ৪৫% মহিলা৷ সৰুপথাৰৰ গড় সাক্ষৰতাৰ হাৰ ৬০%; ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথককৈ সাক্ষৰতাৰ হাৰ ক্ৰমে ৮৪% আৰু ৭৭% ৷ মুঠ জনসংখ্যাৰ প্ৰায় ১১% ছয় বছৰৰ অনুৰ্ধৰ৷

সৰুপথাৰৰ গৰিষ্ঠসংখ্যক লোকেই হিন্দু ধৰ্মাৱলম্বী যদিও মুছলমান, বৌদ্ধ, খ্ৰীষ্টান লোকো আছে৷

ৰাজনীতি

সৰুপথাৰ অঞ্চলটো কাজিৰঙা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ ১

মহাবিদ্যালয়

  • সৰুপথাৰ মহাবিদ্যালয়

বিদ্যালয়

  • সৰুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়

তথ্যসূত্ৰ

  1. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰগোলাঘাট জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰুপথাৰ” প্ৰবন্ধৰ সংশোধন ৫৪০৩৯৫ (২৮ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।