বদৰপুৰ (Badarpur; বদব়পুব়) অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত এখন নগৰ৷ বদৰপুৰ ২০২২ চনৰ ৩১ ডিচেম্বৰলৈকে কৰিমগঞ্জ জিলাৰ অন্তৰ্গত আছিল।
ভৌগোলিক অৱস্থান
ভৌগোলিকভাৱে বদৰপুৰ অৱস্থানত অৱস্থিত৷১ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ১৬ মিটাৰ (৫২ ফুট)৷
আন্ত:গাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি, বদৰপুৰৰ মুঠ জনসংখ্যা ১১,২৯১ জন৷ ২ ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ বদৰপুৰৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷
বদৰপুৰৰ গড় সাক্ষৰতাৰ হাৰ ৮৪%৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৭৪% আৰু ৫৬%৷
যাতায়ত ব্যৱস্থা
ৰেল আৰু নৈশ বাছ সেৱাৰ সুবিধা আছে।
ৰাজনীতি
বদৰপুৰ কৰিমগঞ্জ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ ৩
তথ্যসূত্ৰ
- ↑ Falling Rain Genomics, Inc - Badarpur
- ↑ Population Finder. Censusindia.gov.in
- ↑ List of Parliamentary & Assembly Constituencies. অসম. Election Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বদৰপুৰ” প্ৰবন্ধৰ সংশোধন ৬২২২৪৪ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।