অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ৰঙাপাৰা

ৰঙাপাৰা (IPA: ˈræŋgəˌpɑːrə) (Rangapara) অসমৰ শোণিতপুৰ জিলাৰ এখন নগৰ।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৬ ২১৬ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ৰঙাপাৰা (IPA: ˈræŋgəˌpɑːrə) (Rangapara) অসমৰ শোণিতপুৰ জিলাৰ এখন নগৰ।

ভৌগোলিক বিৱৰণ

ভৌগোলিকভাৱে ৰঙাপাৰা ত অৱস্থিত।১ এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ২০৬ মিটাৰ ( ৬৭৫ ফুট)।

আন্ত:গাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি, ৰঙাপাৰাৰ মুঠ জনসংখ্যা ১৮,৮২২ জন।২ ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। ৰঙাপাৰাৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনূৰ্ধ্বৰ।

ৰঙাপাৰাৰ গড় সাক্ষৰতাৰ হাৰ ৭৬%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮১ শং

শিক্ষা

ৰঙাপৰা হ'ল শিক্ষাপ্ৰাণ কেন্দ্ৰ। ৰঙাপৰাত বিভিন্ন শিক্ষা অনুষ্ঠান-প্ৰতিষ্ঠান আছে। তাৰে ভিতৰত অন্যতম শিক্ষাপ্ৰতিষ্ঠান হ'ল-

  • ৰঙাপৰা মহাবিদ্যালয় (১৯৭৯ চনত স্থাপন কৰা হয়)
  • শ্ৰী পি এম ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • ৰঙাপৰা শংকৰদেৱ শিশু নিকেতন
  • ৰঙাপৰা গ্ৰেণা ডীল ইংলিছ স্কুল
  • চেস্পল ইংলিছ স্কুল
  • ৰঙাপৰা বাঙালী উচ্চ মাধ্যমিক বিদ্যালয়
  • হেম প্ৰভা শকীয়ানী হিন্দী বিদ্যালয়
  • ৰাজেন্দ্ৰজ্যোতি হিন্দী বিদ্যালয়
  • কস্তুৰবা গান্ধী বালিকা বিদ্যালয়
  • ৰঙাপৰা বালিকা বিদ্যালয়

ৰঙাপৰা বিধানসভা হ'ল অসমৰ আন আন বিধানসভা ভিতৰত অন্যতম বিধানসভা বর্তমান ৰঙাপৰা বিধানসভা সমষ্টি অন্তগত কেইখনমান গাঁও / চাহ বাগিছা আছে। ==ৰাজনীতি== ৰঙাপাৰা তেজপুৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।৩

উল্লেখযোগ্য অনুষ্ঠান-প্ৰতিষ্ঠান

  • ঠাকুৰবাৰী খেলপথাৰ
  • ধেন্দাই চাহ বাগিছা (ৰঙাপৰা পৰা ৯ কিলোমিটাৰ দূৰৈত অৱস্থিত)
  • মাঁ কালী মন্দিৰ (প্ৰাচীন মন্দিৰ)
  • নামনিগাঁও খেলপথাৰ
  • ৰঙাপৰা বৌদ্ধ মঠ

উল্লেখযোগ্য ব্যক্তি

  • ৰজনী বসুমতাৰী - পৰিচালক, প্ৰযোজক,
  • কৃষা কমল তাঁতী, বিধায়ক ৰঙাপৰা বিধান সভা সমষ্টি।
  • ভূবেশ মিশ্ৰ - বিশিষ্ট ব্যক্তি
  • অজয় তাঁতী - সাংগঠনিক সস্পাদক, অসম জাতীয় পৰিষদ, এসময়ৰ আট্ছা নেতা
  • বাপন দাস বড়ো - সাংগঠনিক সস্পাদক, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা।
  • অভিজিত হাজৰিকা - প্ৰাক্তন বিধায়ক।

তথ্যসূত্ৰ

  1. ↑ Falling Rain Genomics, Inc - Rangapara
  2. ↑ Population Finder. Censusindia.gov.in
  3. ↑ List of Parliamentary & Assembly Constituencies. অসম. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰশোণিতপুৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙাপাৰা” প্ৰবন্ধৰ সংশোধন ৬৩৪৪২৬ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।