সৰভোগ {IPA:ˈsə(r)ˌbɒg} (Sarbhog) অসমৰ বৰপেটা জিলাত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো বেঁকী নৈৰ পাৰত অৱস্থিত৷
ইতিহাস
সৰভোগৰ নামটো গাখীৰৰ প্ৰাচুৰ্যতাৰ পৰা অহা বুলি কোৱা হয়৷ এই অঞ্চলত স্থানীয়ভাৱে উৎপাদন কৰা গাখীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীৰ বাবে অঞ্চলটো প্ৰখ্যাত৷
ভৌগোলিক বিৱৰণ
ভৌগোলিকভাৱে সৰভোগ ত অৱস্থিত৷ ১ এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ৫০ মিটাৰ ৷
আন্ত:গাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি, সৰভোগৰ মুঠ জনসংখ্যা ৭৫৫৩ জন৷২ ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা৷ সৰভোগৰ গড় সাক্ষৰতাৰ হাৰ ৭৮% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮৩% আৰু ৭২% ৷ সৰভোগৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷
যাতায়ত ব্যৱস্থা
সৰভোগ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ সৈতে ৰে'লপথ আৰু আলিবাটেৰে সংযোজিত হৈ আছে৷ ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে ইয়াক ভাৰতৰ অন্যন্য অংশ সমূহৰ সৈতে সংযোগ কৰিছে৷
ৰাজনীতি
সৰভোগ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷.৩
উল্লেখযোগ্য ঠাই
- মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ থান
উল্লেখযোগ্য ব্যক্তি
১। স্বৰ্গীয় ঘনশ্যাম তালুকদাৰ, জননেতা/বৰনগৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতা ২৷ সৰভোগ অঞ্চলৰ প্ৰতিষ্ঠিত শিক্ষাবিদ সকলৰ ভিতৰত হ'ল শিক্ষাবিদ কালীনাথ গোস্বামী,হৰমোহন নাথ,গৰ্গেশ্বৰ দাস,অশ্বিনী তালুকদাৰ,সত্যতিংকৰ ভট্টাচাৰ্য আদি মহান ব্যক্তি আৰু শিক্ষাবিদ সকল ৷
তথ্যসূত্ৰ
- ↑ Falling Rain Genomics, Inc - Sorbhog
- ↑ Population Finder. Censusindia.gov.in
- ↑ List of Parliamentary & Assembly Constituencies. অসম. Election Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰভোগ” প্ৰবন্ধৰ সংশোধন ৬২২৯০২ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।