ডকমোকা ( )(Dokmoka) অসমৰ কাৰ্বি আংলং জিলাৰ এখন পৌৰ-নগৰ। ইয়াৰ এখন নিজা নগৰ-সমিতি আছে।১
আন্তঃগাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি ডকমোকাৰ মুঠ জনসংখ্যা ৪৬৭০ জন। ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। মুঠ জনসংখ্যাৰ ১৫% ছয় বছৰৰ অনুৰ্ধৰ। ডকমোকাৰ গড় সাক্ষৰতাৰ হাৰ ৬৬%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৭৩% আৰু ৫৮%।
যাতায়ত ব্যৱস্থা
ডিফু-নগাওঁ ঘাইপথৰ পৰা ডকমোকাৰ দুৰত্ব প্ৰায় ৮৫ কিমি। ইয়াৰ মাজেৰে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ গৈছে।
শিক্ষা
বিদ্যালয়-Nihang Rongphar English school মহাবিদ্যালয়-Thok Nogbe College
উল্লেখযোগ্য স্থান
- ঝংকেশ্বৰ মহাদেৱ মন্দিৰ
- আকাশী গংগা শিৱ মন্দিৰ
- মহামায়া মন্দিৰ
- ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাত
তথ্যসূত্ৰ
- ↑ (২০০১). অসমৰ পৌৰ আৰু পিয়ল নগৰসমূহৰ তালিকা. ভাৰতৰ মহাপঞ্জীয়ক আৰু জনগণনা আয়ুক্তৰ কাৰ্যালয়
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডকমোকা” প্ৰবন্ধৰ সংশোধন ২৫৯৬৪৮ (১৯ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।