টীয়ক অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ঠাই। ই যোৰহাট নগৰৰ পৰা প্ৰায় ২৫ কি:মি: দূৰত অৱস্থিত।
ভৌগোলিক বিৱৰণ
ভৌগোলিকভাৱে টীয়ক ত অৱস্থিত।১২
যাতায়ত
ৰাষ্ট্ৰীয় ঘাইপথ ৩৭এ যোৰহাটক অসমৰ আন ঠাইসমূহৰ লগত সংযোগ কৰিছে। টীয়কত অসম ৰাজ্যিক পৰিবহণ নিগমৰ এক বাছ আস্থান আছে৷ যোৰহাটৰ যোৰহাট বিমানবন্দৰটো হৈছে টীয়কৰ নিকটবৰ্ত্তী বিমানবন্দৰ আৰু মৰিয়নি জংচন ৰেল ষ্টেচন নিকটবৰ্ত্তী ৰেল ষ্টেচন।
শিক্ষা
টীয়কৰ প্ৰধান শিক্ষানুষ্ঠান সমূহ হৈছে-
বিদ্যালয়
- চন্দ্ৰকমল বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়, বলমা
- বনাই উচ্চ মাধ্যমিক বিদ্যালয়
- জ্যোতি বিদ্যাপীঠ, টীয়ক
- টীয়ক জাতীয় বিদ্যালয়
- টীয়ক উচ্চ মাধ্যমিক বিদ্যালয়
- হলি ফ্লাৱাৰ হাই স্কুল
- টীয়ক উচ্চ মাধ্যমিক বালিকা বিদ্যালয়
- টীয়ক ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
- বেন গাৰ্ডেন হাই স্কুল
- টীয়ক ৰজাবাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়
- টীয়ক চিনিয়ৰ ছেকেণ্ডেৰী স্কুল
মহাবিদ্যালয়
নিম্ন: মহাবিদ্যালয়
- জ্ঞানপীঠ একাডেমী
- ৰেণু বড়া মেম'ৰিয়েল একাডেমী
বিশ্ববিদ্যালয়
ৰাজনীতি
টীয়ক ১০২ নং টীয়ক বিধানসভা সমষ্টি আৰু যোৰহাট লোকসভা সমষ্টি ৰ অন্তৰ্গত।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টীয়ক” প্ৰবন্ধৰ সংশোধন ৬৪০৫২২ (১ অক্টোবৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।