অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বাসুগাঁও

বাসুগাঁও (Basugaon, (IPA:ˈbɑːsʊˌgɑ̃ʊ)) অসমৰ চিৰাং জিলাত অৱস্থিত এখন নগৰ৷

হালনাগাদ: ৭ আগষ্ট ২০২৪ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

বাসুগাঁও (Basugaon, (IPA:ˈbɑːsʊˌgɑ̃ʊ)) অসমৰ চিৰাং জিলাত অৱস্থিত এখন নগৰ৷

শিক্ষা

উল্লেখযোগ্য বিদ্যালয়

  • বাসুগাঁও উচ্চত্তৰ মাধ্যমিক বিদ্যালয়
  • নেতাজী সুভাষ বিদ্যানিকেতন
  • জ্ঞানপীঠ জাতীয় বিদ্যালয়
  • ৰাজা অজিত নাৰায়ন দেব ছোৱালী এম ই স্কূল
  • গুৰুকুল ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়

উল্লেখযোগ্য মহাবিদ্যালয়

  • বাসুগাঁও মহাবিদ্যালয়১
  • আচাৰ্য কনিষ্ঠ মহাবিদ্যালয়
  • বাসুগাঁও ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল

যাতায়ত ব্যৱস্থা

ৰেলপথ

বাসুগাঁও উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্ভুক্ত৷ চিৰাং জিলাত থকা ৰেলৱে ষ্টেচনৰ ভিতৰত বাসুগাঁও ৰেলৱে ষ্টেচন অন্যতম৷

অন্যান্য পথ

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে বাসুগাঁওক অন্যান্য ৰাজ্য যেনে বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ সৈতে সংযোগ কৰিছে৷ তাৰোপৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথো এই অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে৷

উল্লেখযোগ্য স্থান

মঠ-মন্দিৰ

  • ৰজা ঠাকুৰ মন্দিৰ
  • কালি মন্দিৰ
  • গোবিন্দ মন্দিৰ
  • ৰামকৃষ্ণ আশ্ৰম

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰচিৰাং জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাসুগাঁও” প্ৰবন্ধৰ সংশোধন ৪২৮২৩২ (৭ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।