ডবকা (IPA: ˈdʌbəkə} (Dabaka) অসমৰ নগাঁও জিলাত অৱস্থিত এখন ঠাই।
ভৌগোলিক বিৱৰণ
ভৌগোলিকভাৱে ডবকাৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা প্ৰায় ৬১ মিটাৰ। ১
আন্তঃগাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি ডবকাৰ মুঠ জনসংখ্যা ১১,০৪৩ জন। ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা। মুঠ জনসংখ্যাৰ ১৮% ছয় বছৰৰ অনুৰ্ধৰ। ডবকাৰ গড় সাক্ষৰতাৰ হাৰ ৫৮%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৬৪% আৰু ৫১%।
যাতায়ত ব্যৱস্থা
ডবকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নগাঁও জিলাৰ অন্যান্য অংশ আৰু ডিমাপুৰৰ সৈতে সংযোজিত হৈ আছে।
উল্লেখযোগ্য স্থান
- আকাশীগংগা জলপ্ৰপাত
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডবকা” প্ৰবন্ধৰ সংশোধন ৬২২০৯৫ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।