অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

লক্ষীপুৰ

লক্ষীপুৰ (IPA: ˈlækɪˌpʊə) (Lakhipur) অসমৰ কাছাৰ জিলাত অৱস্থিত এখন ঠাই।

হালনাগাদ: ১ আগষ্ট ২০২৬ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

লক্ষীপুৰ (IPA: ˈlækɪˌpʊə) (Lakhipur) অসমৰ কাছাৰ জিলাত অৱস্থিত এখন ঠাই।

ইতিহাস

লক্ষীপুৰ নামটোৰ উৎপত্তি সম্পৰ্কে প্ৰধানকৈ দুটা ধাৰণা প্ৰচলিত। প্ৰথমটোৰ মতে এই নামটো হিন্দুসকলৰ ঐশ্বৰ্যৰ দেৱী লক্ষ্মীৰ পৰা আহিছে। দ্বিতীয়টো ধাৰণা অনুসৰি ইয়াত ৰাজত্ব কৰা প্ৰখ্যাত ডিমাছা ৰজা লক্ষ্মীনাৰায়ণৰ পৰা ঠাইখনৰ নামটো লক্ষীপুৰ হ'ল।

ভৌগোলিক বিৱৰণ

ভৌগোলিকভাৱে লক্ষীপুৰ .১ ত অৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ২২ মিটাৰ (৭২ফুট)

আন্তঃগাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি লক্ষীপুৰৰ মুঠ জনসংখ্যা ৯৭০৮ জন। ইয়াৰে ৪৯৭৬ জন পুৰুষ আৰু ৪৭৩২ গৰাকী মহিলা। মুঠ জনসংখ্যাৰ ১৬% ছয় বছৰৰ অনুৰ্ধ্বৰ।

লক্ষীপুৰৰ গড় সাক্ষৰতাৰ হাৰ ৬০%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৬৭% আৰু ৫২%।

যাতায়ত ব্যৱস্থা

আলিপথ-

  1. Fulertal – Lakhipur – Sapormoina Road.
  2. Pailapool- Kumacherra Road.
  3. Joypur Sibasthan Road.
  4. Banskandi-Sonai Road
  5. Binnakandi-Singerband

ৰে'লপথ: শিলচৰৰ পৰা লক্ষীপুৰ হৈ মণিপুৰলৈ এটা মিটাৰ গজ লাইন পাৰ হৈ গৈছে।

শিক্ষা

  • মহাবিদ্যালয়ৰ সংখ্যা- ৩
  • উচ্চতৰ মাধ্যমিক বিদ্যালয়- ৪খন
  • হাই মাদ্ৰাছা- ৬
  • উচ্চ মাধ্যমিক বিদ্যালয়- ৫
  • প্ৰাথমিক বিদ্যালয়- ৩৩৫

ৰাজনীতি

লক্ষীপুৰ শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।২

তথ্যসূত্ৰ

  1. ↑ Falling Rain Genomics, Inc - Lakhipur
  2. ↑ List of Parliamentary & Assembly Constituencies. অসম. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰকাছাৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষীপুৰ” প্ৰবন্ধৰ সংশোধন ৬২২৪২২ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।