অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বোকাজান

বোকাজান (Bokajan)(IPA: ˈbəʊkəˌdʒɑːn)অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন ঠাই৷

হালনাগাদ: ১ আগষ্ট ২০২৬ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

বোকাজান (Bokajan)(IPA: ˈbəʊkəˌdʒɑːn)অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন ঠাই৷

ভৌগোলিক অৱস্থান

বোকাজানৰ ভৌগোলিক অৱস্থান .১ ৷ এই অঞ্চলৰ সাগৰ-পৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ১৩৮ মিটাৰ অৰ্থাৎ ৪৫২ ফুট৷ এই অঞ্চল নাগালেণ্ডৰ ডিমাপুৰৰ পৰা প্ৰায় ১৫ কি:মি দুৰত্বত অৱস্থিত৷

জনসংখ্যা

২০০১ চনৰ বাৰ্ষিক লোকপিয়ল অনুসৰি বোকাজানৰ মুঠ জনসংখ্যা ১৪,৯৩৮ জন৷ ইয়াৰে ৫৬% পুৰুষ আৰু ৪৪% মহিলা৷ বোকাজানৰ গড় সাক্ষৰতাৰ হাৰ ৫৯.৫%, পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮০% আৰু ৬৮%৷ ইয়াৰ মুঠ জনসংখ্যাৰ ১২% ছয় বছৰৰ অনুৰ্ধৰ৷

শিক্ষা

বোকাজানৰ প্ৰধান শিক্ষাৰ প্ৰতিষ্ঠানসমূহ হ'ল-

  • বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • শান্তিনিকেতন ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়
  • কেন্দ্ৰীয় বিদ্যালয়, বোকাজান
  • জিন বাবা হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়
  • বিদ্যাসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়
  • বিদ্যাসাগৰ কনিষ্ঠ মহাবিদ্যালয়
  • ৰাধা গোবিন্দ উচ্চ মাধ্যমিক বিদ্যালয়

ৰাজনীতি

বোকাজান স্বায়ত্ব শাসিত জিলা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ ২

তথ্যসূত্ৰ

  1. ↑ Falling Rain Genomics, Inc - Bokajan
  2. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰকাৰ্বি আংলং জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বোকাজান” প্ৰবন্ধৰ সংশোধন ৬২২৩০১ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।