টংলা ( Tangla)(IPA: ˈtæŋglə or ˈtæŋlə) অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন ঠাই।
ভৌগোলিক বিৱৰণ
- নিকটতম ৰে'লৱে ষ্টেচন: টংলা ৰে'লৱে ষ্টেচন
- নিকটতম বিমানবন্দৰ: গুৱাহাটী
জনসংখ্যা
২০০১ চনৰ বাৰ্ষিক লোকপিয়ল অনুসৰি টংলাৰ মুঠ জনসংখ্যা ১৭,৩১৩ জন। ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। টংলাৰ গড় সাক্ষৰতাৰ হাৰ ৭৬%, পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮১% আৰু ৭০%। ইয়াৰ মুঠ জনসংখ্যাৰ ১০% ছয় বছৰৰ অনুৰ্ধৰ।
শিক্ষা
মহাবিদ্যালয়
- টংলা মহাবিদ্যালয়
- উত্তৰ দৰং মহাবিদ্যালয়
- প্ৰেচিডেঞ্চি কনিষ্ঠ মহাবিদ্যালয়
- পায়নিয়াৰ মহাবিদ্যালয়
- অৰুণোদয় কনিষ্ঠ মহাবিদ্যালয়
- এন.আৰ.দি.এছ কনিষ্ঠ মহাবিদ্যালয়
- প্ৰভিঞ্চ কনিষ্ঠ মহাবিদ্যালয়
বিদ্যালয়
- টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- টংলা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- টংলা মডেল উচ্চ মাধ্যমিক বিদ্যালয়
- টংলা ইংলিছ মেদিয়াম হাই স্কুল
- অৰুণোদয় বিদ্যালয়
- জাতীয় বিদ্যালয় অসম, টংলা
- কেন্দ্ৰীয় জাতীয় বিদ্যালয়
- নৱোদয় জাতীয় বিদ্যালয়
- ডনবস্ক স্কুল
- অক্সিলিয়াম কনভেন্ট
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টংলা” প্ৰবন্ধৰ সংশোধন ২৬২০৪৮ (৭ ফেব্ৰুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।