বৰপেটা ৰোড (Barpeta Road) অসমৰ বৰপেটা জিলাত অৱস্থিত এখন ঠাই৷
ভৌগোলিক বিৱৰণ
বৰপেটা ৰোডৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা প্ৰায় ৫০ মিটাৰ (১৬৫ ফুট)৷
আন্ত:গাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি বৰপেটা ৰোডৰ মুঠ জনসংখ্যা ৫৭,০০০ জন৷ ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ মুঠ জনসংখ্যাৰ ১১% ছয় বছৰৰ অনুৰ্ধৰ৷ বৰপেটা ৰোড ৰ গড় সাক্ষৰতাৰ হাৰ ৭৪% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৫৭% আৰু ৫৩%৷
যাতায়ত ব্যৱস্থা
গুৱাহাটীৰ পৰা বৰপেটালৈ দূৰত্ব ১৩৫ কি:মি:(৮৪ মাইল) আৰু ৰে'লেৰে এই দূৰত্ব ১১৩ কি:মি:(৭০ মাইল) ৷ গুৱাহাটী চহৰলৈ বৰপেটাৰ পৰা ৰে'ল আৰু বাছেৰে আহিব পাৰি ৷
শিক্ষা
বিদ্যালয়-
- গোপীনাথ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়
- কে কে দাস বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
মহাবিদ্যালয়-
- গণেশলাল চৌধুৰী মহাবিদ্যালয়
উল্লেখযোগ্য স্থান
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰপেটা ৰোড” প্ৰবন্ধৰ সংশোধন ২৮৭৪৯৭ (২২ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।