অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ৰ ১,২৬৫ প্ৰবন্ধ
- ৰবীন বৰুৱাৰবীন বৰুৱা (Rabin Baruah, ১৫ জুন ১৯৫০ – ২১ জুন ২০২২) অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্…
- ৰবীন শৰ্মাৰবিন শৰ্মা এজন কানাডাৰ লেখক। তেওঁৰ "দ্য মংক হু ছল্ড হিজ ফেৰাৰী" গ্ৰন্থখনৰ বাবে বিশ্বত বেছি…
- ৰবীন ৱিলিয়ামছৰবীন ৱিলিয়ামছ (Robin Williams) এগৰাকী আমেৰিকান অভিনেতা, ষ্টেণ্ড-আপ কৌতুক অভিনেতা (Stand-u…
- ৰবীনা খানৰবীনা খান (Rabina Khan; জন্ম ১৫ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী বাংলাদেশী মূলৰ ব্ৰিটিছ লেখিকা, ৰাজ…
- ৰবীনা টেণ্ডনৰবীনা টেণ্ডন (Ravena Tandon; জন্ম: ২৬ অক্টোবৰ ১৯৭২) হিন্দী ছবিৰ বহুধা প্ৰতিভাসম্পন্ন এগৰাক…
- ৰবীন্দ্ৰ কেলকৰৰবীন্দ্ৰ কেলকৰ(Ravindra Kelekar; জন্ম: ৭ মাৰ্চ, ১৯২৫ – ২৭ আগষ্ট, ২০১০) কোংকণী ভাষাৰ এগৰাকী…
- ৰবীন্দ্ৰ গুহৰবীন্দ্ৰ গুহ বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ …
- ৰবীন্দ্ৰ জয়ন্তীৰবীন্দ্ৰ জয়ন্তী বা পঁচিছ ব’হাগ (Rabindra Jayanti) বঙালী জাতিৰ অন্যতম গুৰুত্বপূৰ্ণ সাংস্কৃ…
- ৰবীন্দ্ৰ জাদেজাৰবীন্দ্ৰসিং অনিৰুদ্ধসিং জাদেজা (জন্ম ৬ ডিচেম্বৰ ১৯৮৮) হৈছে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ, যি বৰ…
- ৰবীন্দ্ৰ জৈনৰবীন্দ্ৰ জৈন (Ravindra Jain, रवीन्द्र जैन, ২৮ ফেব্ৰুৱাৰী ১৯৪৪ – ৯ অক্টোবৰ ২০১৫) এগৰাকী ভাৰ…
- ৰবীন্দ্ৰ নৃত্যনাট্যৰবীন্দ্ৰ নৃত্যনাট্য (Rabindra Nritya Natya) হʼল বংগৰ নʼবেল বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰদ্বাৰা…
- ৰবীন্দ্ৰ পুৰস্কাৰৰবীন্দ্ৰ পুৰস্কাৰ বা ৰবীন্দ্ৰ স্মৃতি পুৰস্কাৰ হ'ল পশ্চিমবঙ্গৰ সৰ্বোচ্চ সন্মানীয় সাহিত্য প…
- ৰবীন্দ্ৰ বৰাৰবীন্দ্ৰ বৰা(Rabindra Borah জন্ম: ২৫ ফেব্ৰুৱাৰী, ১৯৩৯- মৃত্যু: ১১ আগষ্ট, ২০২৪) ৰামধেনু যুগ…
- ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় হৈছে ভাৰতৰ কলকাতাত অৱস্থিত এটি ঐতিহাসিক ৰাজ্যিক বিশ্ববিদ্যাল…
- ৰবীন্দ্ৰ সংগীতৰবীন্দ্ৰ সংগীত হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনা আৰু সংগীতৰ সুৰ কৰা গীতৰ সংকলন। ভাৰত আৰু বাংলাদে…
- ৰবীন্দ্ৰ সৰকাৰৰবীন্দ্ৰ সৰকাৰ (Rabindra Sarkar,৭ আগষ্ট, ১৯৪১-১ চেপ্তেম্বৰ, ২০২৩) অসমৰ এগৰাকী বিশিষ্ট কবি,…
- ৰবীন্দ্ৰনাথ উপাধ্যায়ৰবীন্দ্ৰনাথ উপাধ্যায় (১৯২৩–২০১০) এগৰাকী ভাৰতীয় গান্ধীবাদী সমাজ সেৱক। তেওঁ অসমৰ কুমাৰিকা …
- ৰবীন্দ্ৰনাথ ঠাকুৰৰবীন্দ্ৰনাথ ঠাকুৰ (Rabindranath Tagore, ব়বীন্দ্ৰনাথ ঠাকুব়; ৭ মে', ১৮৬১–৭ আগষ্ট, ১৯৪১) বঙ…
- ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় অসমৰ হোজাই জিলাৰ হোজাইত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয…
- ৰবীশ কুমাৰৰবীশ কুমাৰ (জন্ম: ৰবীশ কুমাৰ পাণ্ডে, ৫ ডিচেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় টিভি এংকৰ, সাংবাদিক, …
- ৰবৰৰবৰ একপ্ৰকাৰৰ স্থিতিস্থাপক কঠিন দ্ৰব্য। ৰবৰ দুই প্ৰকাৰৰ- * প্ৰাকৃতিক বা স্বাভাৱিক ৰবৰ, কৃত…
- ৰমজানৰমজান (رمضان ৰমাদ্বান, ) হ'ল ইছলামিক বৰ্ষপঞ্জিকা অনুসৰি নৱম মাহ, যি মাহত বিশ্বব্যাপী মুছলি…
- ৰমণী গাভৰুনাং-ছেং ওৰফে ৰমণী গাভৰু (জন্ম- আনুমানিক ১৬৫৬) আছিল আহোম চাওফা চুতাম্লা আৰু পত্নী নাং পাখৰি…
- ৰমণী বৰ্থলোমিউজৰমণী এলিজাবেথ বৰ্থলোমিউজ (সিংহলী: රමණි බර්තොලමියුස්; ১ ছেপ্টেম্বৰ ১৯৬৬ – ৩০ জুন ১৯৮৭) এগৰা…
- ৰমন গৱেষণা প্ৰতিষ্ঠান১৯৪৮ চনত বাংগালোৰত ৰমণ গৱেষণা প্ৰতিষ্ঠান (Raman Research Institute) স্থাপিত হয়। বৈজ্ঞানিক…
- ৰমন মেগছেছে বঁটাৰমন মেগছেছে বঁটা ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত প্ৰতি বছৰে আগবঢ়োৱা আন্তৰ্জাতিক…
- ৰমন মেগছেছে বঁটা বিজয়ীসকলৰ তালিকাতলৰ তালিকাখন ফিলিপাইন ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত বাৰ্ষিকভাৱে প্ৰদান কৰা 'ৰমন মেগছেছে …
- ৰমন্যাসবাদৰমন্যাসবাদ (Romanticism) বুলিলে এক শৈল্পিক, সাহিত্যিক, সাংগীতিক আৰু বৌদ্ধিক আন্দোলনক বুজা …
- ৰমলা সিনহাৰমলা সিনহা (Romola Sinha, ১৯১৩–২০১০) ভাৰতৰ পশ্চিমবংগৰ এগৰাকী মহিলা অধিকাৰকৰ্মী আৰু সমাজ-কৰ…
- ৰমা দাশৰমা দাশ (ইংৰাজী:Rama Das ১৯০৯-১৯৮১) ৩০ৰ দশকৰ এজন অসমীয়া চুটি গল্পকাৰ। আৱাহন আলোচনীৰ যোগেদ…
- ৰমা দেৱীৰমা দেৱী (জন্ম ১৯৪৮) হৈছে বিহাৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্যা…
- ৰমা পায়লটৰমা পায়লট (Rama Pilot; জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৪৮) ৰাজস্থান ৰাজ্যৰ এগৰাকী ভাৰতীয় জাতীয় কং…
- ৰমাই দেৱৰমাই দেৱ (ইংৰাজী: Ramai Deva বা Ramai Deo) এজন ৰাজপুত শাসক আছিল, যিয়ে ১৩৬০ খ্ৰীষ্টাব্দত আ…
- ৰমাই পণ্ডিতৰমাই পণ্ডিত বংগৰ ৰাঢ় অঞ্চলৰ এজন মধ্যযুগীয় বাংলা কবি আছিল। তেওঁৰ জন্মৰ সঠিক তাৰিখ জনা নায…
- ৰমাকান্ত চৌধুৰীৰমাকান্ত চৌধুৰী (১৮৪৬-১৮৮৯) অৰুণোদয় যুগৰ এগৰাকী অসমীয়া কবি আৰু নাট্যকাৰ। তেখেত আধুনিক অস…
- ৰমাকান্ত মুক্তিয়াৰ আতাৰমাকান্ত মুক্তিয়াৰ আতা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন জন্মদাতা। তেখেতৰ জন্মগত উপাধি ভূঞা,…
- ৰমাবাই ভীমৰাও আম্বেদকাৰৰমাবাই ভীমৰাও আম্বেদকাৰ (৭ ফেব্ৰুৱাৰী ১৮৯৮ – ২৭ মে' ১৯৩৫) বি আৰ আম্বেদকাৰৰ পত্নী যিয়ে কয়…
- ৰমাবাঈ ৰানডেৰমাবাঈ ৰানডে (Ramabai Ranade; रमाबाई रानडे; ২৫ জানুৱাৰী ১৮৬২ – ২৫ জানুৱাৰী ১৯২৪) এগৰাকী ভা…
- ৰমাবেন পেটেলৰমাবেন ৰামজীভাই মাৱনী পেটেল (Ramaben Ramjibhai Mavani Patelজন্ম ১৯৫৩) গুজৰাটৰ এগৰাকী অধিবক…
- ৰমিলা থাপাৰৰমিলা থাপাৰ (Romila Thapar; জন্ম: ৩০ নৱেম্বৰ, ১৯৩১) হ'ল এগৰাকী ভাৰতীয় ইতিহাসবিদ। তেওঁৰ অধ…
- ৰমেন ডেকাৰমেন ডেকা (জন্ম ১ মাৰ্চ ১৯৫৪) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য।…
- ৰমেন বৰুৱাৰমেন বৰুৱা অসমৰ চলচ্চিত্ৰ-সংগীত ক্ষেত্ৰৰ অন্যতম প্ৰভাৱশালী সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী। …
- ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰমেন্দ্ৰ নাৰায়ণ কলিতা অসমৰ অসম গণ পৰিষদৰ এজন ৰাজনীতিবিদ তথা এজন বিধায়ক। পশ্চিম গুৱাহাটী …
- ৰমেশ চন্দ্ৰ কলিতাৰমেশ চন্দ্ৰ কলিতা (Ramesh Chandra Kalita) হৈছে এজন ইতিহাসবিদ, অধ্যাপক, লেখক, পাঠ্যপুথি ৰচক…
- ৰমেশ চন্দ্ৰ ডেকাৰমেশ চন্দ্ৰ ডেকা(Ramesh Chandra Deka) এগৰাকী প্ৰখ্যাত চকু,নাক আৰু কাণ বিশেষজ্ঞ তথা সৰ্বভাৰ…
- ৰমেশ পাঠকড° ৰমেশ পাঠক (জন্ম: ১ মে' ১৯৪২- মৃত্যু: ২৬ জানুৱাৰী ২০২১) এগৰাকী গৱেষক, অধ্যাপক, বিশ্লেষক,…
- ৰমেশবাবু প্ৰজ্ঞানন্দৰমেশবাবু প্ৰজ্ঞানন্দ (Rameshbabu Praggnanandhaa; জন্ম: ১০ আগষ্ট ২০০৫) এজন ভাৰতীয় দবা গ্ৰে…
- ৰমেশবাবু বৈশালীৰমেশবাবু বৈশালী (Vaishali Rameshbabu; জন্ম ২১ জুন ২০০১) এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ।…
- ৰমোলা দেৱীৰমোলা দেৱী (৭ জুলাই ১৯১৭ – ১০ ডিচেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় জিউ ইহুদি অভিনেত্ৰী। তেওঁ ৰেচে…
- ৰম্বাছযি চতুৰ্ভূজৰ চাৰিডাল বাহু সমান আৰু দুই বিপৰীতযোৰ কোণ সমান তাকেই ৰম্বাছ (Rhombus) বোলা হয়।
- ৰম্ভা (অপ্সৰা)ৰম্ভা (সংস্কৃত: रम्भा) হিন্দু পৌৰাণিক কাহিনীত বৰ্ণিত এগৰাকী স্বৰ্গৰ অপ্সৰা৷ নৃত্য, সংগীত আ…
- ৰম্ভা (অভিনেত্ৰী)য়েদী বিজয়লক্ষ্মী (জন্ম: ৫ জুন ১৯৭৬), পেচাগতভাৱে ৰম্ভা (ইংৰাজী: Rambha) নামেৰে পৰিচিত এগৰ…
- ৰম্ভা (অসুৰ)ৰম্ভা হিন্দু পৌৰাণিক কাহিনীৰ এক অসুৰ। ৰম্ভা আৰু কৰম্ভা অসুৰ ভাতৃ, দনু আৰু কাশ্যপৰ বংশধৰ। স…
- ৰম্য সুব্ৰমণিয়ামৰম্য সুব্ৰমণিয়াম (ইংৰাজী: Ramya Subramanian; জন্ম: ৩০ জুলাই), যাক ভিজে ৰম্য নামেৰেও জনা য…
- ৰম্যা নাম্বীচানৰম্যা নাম্বীচান (ইংৰাজী: Remya Nambessan) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়…
- ৰম্যা বৰ্ণাৰম্যা বৰ্ণা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ কন্নড় চলচ্চিত্ৰত অভিনয় কৰে। তাৰোপৰি…
- ৰয়টাৰ্ছৰয়টাৰ্ছ (Reuters) হৈছে থমচন ৰয়টাৰৰ মালিকানাধীন এক আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠান। এই প্ৰতি…
- ৰয়া টলৌইৰয়া টলৌই (Roya Toloui); জন্ম: ২২ মে', ১৯৬৬, ইৰাণৰ কুৰ্দিস্তান প্ৰদেশৰ বানেহত) এগৰাকী বিশি…
- ৰয়া হেশমতীৰয়া হেশমতী (Roya Heshmati) (পাৰ্চী: رويا حشمتی )হৈছে ১৯৯০ চনত ইৰানৰ ছানন্দজত জন্মগ্ৰহণ কৰ…
- ৰয়িংৰয়িং (Roing ভাৰতৰ অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী জিলাৰ সদৰ। ভাৰতৰ উত্তৰ-পূব সীমান্তৰ অন…
- ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয় (Assam Royal Global University) অসমৰ পঞ্চমখন ব্যক্তিগত খণ…
- ৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছ (Royal Society for the Protection of Birds (RSPB))…
- ৰয়েল ফেবল্ছৰয়েল ফেবল্ছ: Royal Fables হৈছে এটা প্ৰদৰ্শনী যি ভাৰতীয় ৰাজকীয় পৰিয়ালৰ পৃষ্ঠপোষকসকলে উ…
- ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান (Royal Manas National Park) ভূটানৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উ…
- ৰয়েল ৰোডৰয়েল ৰোড (Royal Road) আছিল খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত আচেমেনিড সাম্ৰাজ্যই বাণিজ্যৰ বাবে পুনৰ …
- ৰয়ৰ সমীকৰণৰয়ৰ সমীকৰণ ব্যষ্টিবাদী অৰ্থনীতিৰ এক অতিকৈ গুৰুত্বপূৰ্ণ সমীকৰণ। ফঁৰাচী অৰ্থনীতিবিদ ৰেণে ৰয…
- ৰশিদা হক চৌধুৰীৰশিদা হক চৌধুৰী(Rashida Haque Choudhury, জন্ম ২৪ এপ্ৰিল ১৯২৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছ…
- ৰশ্মি আনন্দৰশ্মি আনন্দ (Rashmi Anand;) এগৰাকী ভাৰতীয় লেখক আৰু ঘৰুৱা হিংসা বিষয়ত কাম কৰা এক্টিভিষ্ট।…
- ৰশ্মি উৰ্ধ্বৰ্দেশৰশ্মি উৰ্ধ্বৰ্দেশ জন্ম ৰশ্মি ৰানাদে (: Rashmi Urdhwardeshe born Rashmi Ranade, জন্ম প্ৰায়…
- ৰশ্মি তিৱাৰীড° ৰশ্মি তিৱাৰী 'আহান ফাউণ্ডেশ্যন ফৰ ছ'চিয়েল চেঞ্জ ইণ্ডিয়া'ৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক৷ তে…
- ৰশ্মি দেশাইশিৱানী দেশাই (Rashami Desai; জন্ম ১৩ ফেব্ৰুৱাৰী ১৯৮৬), পেছাগতভাৱে ৰশ্মি দেশাই নামে জনাজাত,…
- ৰশ্মি নাৰ্জাৰীৰশ্মি নাৰ্জাৰী (Rashmi Narzary) অসমৰ এগৰাকী সাহিত্যিক তথা অনুবাদক। ইংৰাজী ভাষাত ৰচিত শিশু …
- ৰশ্মি বনচলৰশ্মি বনচল ((Rashmi Bansal) এগৰাকী ভাৰতীয় অ-কল্পকাহিনী লেখক আৰু উদ্যোগী। ২০১৯ চন পৰ্যন্ত …
- ৰশ্মিকা মন্দান্নাৰশ্মিকা মন্দান্না (ರಶ್ಮಿಕಾ ಮಂದಣ್ಣ; জন্ম ৫ এপ্ৰিল ১৯৯৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী …
- ৰশ্মিলা ভট্টাচাৰ্যৰশ্মিলা ভট্টাচাৰ্য এগৰাকী ভাৰতীয় সাংবাদিক, লেখিকা আৰু সম্পাদিকা, যিয়ে ২০১৩ চনৰ পৰা দ্য ট…
- ৰশ্মিৰথীৰশ্মিৰথী (Rashmirathi) (অৰ্থাৎ 'পোহৰৰ ৰথৰ আৰোহী'; 'ৰশ্মি' মানে পোহৰৰ ৰশ্মি আৰু 'ৰথী' মানে …
- ৰস (নন্দনতত্ত্ব)ভাৰতীয় নন্দনতত্ত্বত, ৰস (रस)ৰ আক্ষৰিক অৰ্থ হৈছে "ৰস, সাৰ বা সোৱাদ।" ই ভাৰতীয় কলাত এটা ধা…
- ৰসগোল্লাৰসগোল্লা (Rasgulla ) দক্ষিণ এছিয়াৰ পূব অংশৰ এবিধ জনপ্ৰিয় চেনিৰ ৰসযুক্ত মিঠাই। ইয়াক চানা…
- ৰসনা আত্ৰেয়ৰসনা আত্ৰেয়া এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ লেখিকা। তেওঁৰ প্ৰথম উপন্যাস টেল এ থাউজেণ্ড লাইছ …
- ৰসমালাইৰসমালাই হৈছে ভাৰতীয় উপমহাদেশৰ পৰা উদ্ভৱ হোৱা এটা মিঠাই। মিঠাইটোক বঙালী ভাষাত ৰসমালাই, উৰ্…
- ৰসায়ন বিজ্ঞানৰসায়ন বিজ্ঞান হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত পদাৰ্থৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্…
- ৰসিয়াৰসিয়া হৈছে ভাৰতৰ উত্তৰ প্ৰদেশৰ ব্ৰজ অঞ্চলত প্ৰচলিত ভাৰতীয় লোকসংগীতৰ এক জনপ্ৰিয় ধাৰা। ৰস…
- ৰসী গাহেনৰসী গাহেন ( Rochi Gaheen) হাজংসকলৰ জাতীয় কৃষ্টিৰ অন্যতম লোক-সংগীত। কৃষিকাৰ্যৰ জীৱন জীৱিকা…
- ৰসেশ্বৰ শইকীয়া বৰবায়নৰসেশ্বৰ শইকীয়া বৰবায়ন একাধাৰে বৰবায়ন, নৃত্যবিদ, সত্ৰীয়া সংস্কৃতিৰ সাধক। তেওঁ কমলাবাৰী …
- ৰহস্য গল্পৰহস্য গল্প (ইংৰাজী: Rahasya Galpa) অসমীয়া কল্পবিজ্ঞান, ৰহস্য আৰু ভৌতিক গল্পৰ এক নিৰ্বাচিত…
- ৰহস্যময় বিষাদ আৰু যন্ত্ৰণাৰহস্যময় বিষাদ আৰু যন্ত্ৰণা (Rohosyomoi Bikhad Aaru Jontrona) হৈছে অসমীয়া সাহিত্যিক, সাংব…
- ৰহাৰহা নগাঁও জিলাৰ এখন সৰু অথচ ব্যস্ত চহৰ। সকলো ধৰ্মৰ লোকেই এই চহৰত মিলা-প্ৰীতিৰে বাস কৰে। ৩৭…
- ৰহা বিধানসভা সমষ্টিৰহা বিধানসভা সমষ্টি (ইংৰাজী: Raha Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১…
- ৰহা মহাবিদ্যালয়ৰহা মহাবিদ্যালয় অসমৰ নগাঁও জিলাৰ ৰহাত অৱস্থিত এখন মহাবিদ্যালয়। মহাবিদ্যালয়খন প্ৰতিষ্ঠা …
- ৰহামা সদৌৰহামা ইব্ৰাহিম সদৌ (জন্ম ৭ ডিচেম্বৰ ১৯৯৩) এগৰাকী নাইজেৰিয়ান অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্ম…
- ৰহাৰ ৰহদৈৰহাৰ ৰহদৈ ( Rohar Rohdoi) নামে পৰিচিত ৰহদৈ নামৰ নাৰীগৰাকী নগাঁও জিলাৰ ৰহাৰ বাসিন্দা আছিল ব…
- ৰহিঙীয়াৰহিঙীয়া বা ৰহিঙ্গিয়া হৈছে ম্যানমাৰ (পূৰ্বৰ বাৰ্মা বা ব্ৰহ্মদেশ)-ৰ ৰাখাইন (পূৰ্বৰ আৰাকান)…
- ৰহিঙীয়া ভাষাৰহিঙীয়া বা ৰুহিংগ্যা (Ruáingga; ; 𐴌𐴗𐴥𐴝𐴙𐴚𐴒𐴙𐴝) হৈছে ম্যানমাৰৰ ৰাখাইন ৰাজ্যত বাস কৰ…
- ৰহিবাই সোমা পপেৰেৰহিবাই সোমা পপেৰে: Rahibai Soma Popere (pronounced [raːhiːbaːiː somaː popɛrɛ]), ১৯৬৪ চনত জ…
- ৰহিমা অৰ্চিয়েণ্ট ইয়ায়াহৰহিমা অৰ্চিয়েণ্ট ইয়ায়াহ (জন্ম: ১৯৭৪) এগৰাকী মালয়েছিয়ান ব্যৱসায়ী, প্ৰাক্তন মডেল আৰু স…
- ৰা (সূৰ্যদেৱতা)ৰা বা ৰে (Ra) হৈছে প্ৰাচীন মিছৰীয় সূৰ্য দেৱতা। খ্ৰীষ্টপূৰ্ব ২৫ আৰু ২৪ শতিকাত পঞ্চম ৰাজবংশ…
- ৰাঁচীৰাঁচী (ᱨᱟᱺᱪᱤ) হৈছে ভাৰতৰ ৰাজ্য ঝাৰখণ্ডৰ ৰাজধানী। ৰাঁচী ঝাৰখণ্ড আন্দোলনৰ কেন্দ্ৰ আছিল, যি আ…
- ৰাং কুকুৰ (নাটক)ৰাং কুকুৰ অভিজিত ভট্টাচাৰ্য ৰচিত ৰাজতিলক থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট।
- ৰাংকুকুৰৰাংকুকুৰ (Dhole; বৈজ্ঞানিক নামঃ Cuon alpinus) হ'ল এচিয়া মহাদেশৰ ৰঙা-মুগা বনৰীয়া কুকুৰ৷ …
- ৰাংঘাৰ (সম্প্ৰদায়)ৰাংঘাৰসকল ভাৰতৰ হাৰিয়ানা, পঞ্জাৱ, হিমাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ ৰাজ্য আৰু দিল্লীৰ কেন্দ্…
- ৰাইৰাই (Secale cereale) হৈছে একপ্ৰকাৰ শস্য। ইয়াক মূলতঃ পূব আৰু উত্তৰ ইউৰোপৰ পৰা ৰাছিয়ালৈকে …
- ৰাই শিলৰাই শিল ( rai stone), বা ফেই শিল, মাইক্ৰ'নেছিয়াৰ য়াপ দ্বীপপুঞ্জৰ থলুৱা বাসিন্দাসকলে নিৰ্…
- ৰাইকমলৰাইকমল ( Raikamal ) সুবোধ মিত্ৰ পৰিচালিত এখন বঙালী নাট্যধৰ্মী চলচ্চিত্ৰ। অভিনয় কৰিছে উত্ত…
- ৰাইচাঁদ বড়ালৰাইচাঁদ বড়াল ( Rai Chand Boral; ১৯ অক্টোবৰ ১৯০৩ – ২৫ নৱেম্বৰ ১৯৮১) এজন ভাৰতীয় সংগীতকাৰ। …
- ৰাইজমেলৰাইজমেল সমূহ প্ৰাক ব্ৰিটিছ আৰু ব্ৰিটিছ ৰাজত্বৰ আৰম্ভণি কালছোৱাত অসমীয়া সাধাৰণ প্ৰজাৰ এক স…
- ৰাইজৰ দলৰাইজৰ দল (Raijor Dal) ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। ২০২০ চনৰ ২…
- ৰাইটিং উইথ ফায়াৰৰাইটিং উইথ ফায়াৰ (Writing with Fire) হৈছে ২০২১ চনত চলচ্চিত্ৰ নিৰ্মাতা সুস্মিত ঘোষ আৰু ৰিণ…
- ৰাইডাং বেতৰাইডাং বেত (Calamus rotang) ভাৰত, শ্ৰীলংকা আৰু ম্যানমাৰৰ থলুৱা এক বৃহৎ আকাৰৰ বেত জাতীয় উদ…
- ৰাইতাৰাইতা বা ৰাইটা হৈছে ভাৰতীয় খাদ্যত দহি বা দৈৰ সৈতে কেঁচা বা সিজোৱা শাক-পাচলি, ফল-মূল, বা ব…
- ৰাইদঙীয়া দৌলৰাইদঙীয়া দৌল বা ৰাইদঙ্গীয়া দৌল (Raidongia Doul) ডিব্ৰুগড় জিলাৰ লেজাই-কলাখোৱা অঞ্চলত অৱস…
- ৰাইনৰাইন (Rhein; Rhin; Rijn) এখন ইউৰোপীয়ান নদী। ১২৩০ কিমি দীঘল এই নদীখন কেন্দ্ৰীয় আৰু পশ্চিম…
- ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰাইমনা ৰাষ্ট্ৰীয় উদ্যান (Raimona National Park) হৈছে অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান। ২০২১ …
- ৰাইমা সেনৰাইমা সেন (Raima Sen, জন্ম: ৭ নৱেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী আৰু হিন্দ…
- ৰাউটাৰ (কম্পিউটাৰ সম্বন্ধীয়)কম্পিউটাৰ নেটৱৰ্ক বোৰৰ মাজত ডেটা পেকেট সমূহ সৰবৰাহ কৰিবলৈ ৰাউটাৰ বা ৰুটাৰ (Router) নামৰ সঁ…
- ৰাউতা বড়োৰাউতা বড়ো বা ৰাউতাৰাম বড়ো বা ৰাউতা কোচ ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিয়াল্লিছৰ শ্বহীদ৷ তেওঁ…
- ৰাকিব আৰ্শ্বাদৰাকিব আৰ্শ্বাদ (Raquib Arshad) হৈছে এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ বিশেষকৈ হিন্দী ৱেব ছিৰিজ …
- ৰাকুল প্ৰীত সিংৰাকুল প্ৰীত সিং (Rakul Preet Singh) হৈছে ১৯৯০ চনৰ ১০ অক্টোৱৰত পঞ্জাবী পৰিৱাৰত জন্মগ্ৰহণ কৰ…
- ৰাকেল গমেইৰোৰাকেল ৰক গমেইৰো অট্টোলিনি (১৮৮৯–১৯৭০) আছিল এগৰাকী বিশিষ্ট পৰ্তুগীজ চিত্ৰকৰ আৰু ওৱাটাৰ কালা…
- ৰাকেশ কুমাৰৰাকেশ কুমাৰ (Rakesh Kumar, জন্ম ১৩ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় পেৰা-ধনুৰ্বিদ। তেওঁ পুৰুষ…
- ৰাকেশ কুমাৰ সিং ভদৰিয়াএয়াৰ চীফ মাৰ্শ্বেল ৰাকেশ কুমাৰ সিং ভদৰিয়া({Rakesh Kumar Singh Bhadauria) পিভিএছএম (PVSM)…