ৰম্যা নাম্বীচান (ইংৰাজী ভাষা: Remya Nambessan) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম ভাষা আৰু তামিল ভাষা চলচ্চিত্ৰত কাম কৰে। তেওঁ ৭১খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল
কেৰালাৰ কোচিৰ ছোটানিক্কৰাত ৰম্যা নাম্বীচানৰ জন্ম হৈছিল।১ তেওঁৰ পিতৃ সুব্ৰহ্মণ্যম উন্নী আৰু মাতৃ জয়শ্ৰী।২৩ তেওঁৰ পিতৃ এগৰাকী প্ৰাক্তন থিয়েটাৰ শিল্পী আছিল, যিয়ে জুবিলী আৰু হৰিশ্ৰী আদি নাট্যদলৰ সক্ৰিয় সদস্য আছিল। তেওঁৰ ৰাহুল নামৰ এজন ভাতৃ আছে,২ যিয়ে মালয়ালম চলচ্চিত্ৰ ফিলিপছ এণ্ড দি মাংকী পেন-ত সংগীত পৰিচালক হিচাপে আৰু তাতাতিন মৰায়তু চলচ্চিত্ৰত প্লেবেক কণ্ঠশিল্পী হিচাপে কাম কৰিছে।৪ ৰম্যায় ছোটানিক্কৰাৰ ওচৰৰ অম্বডীমালাত অৱস্থিত মহাত্মা গান্ধী পাব্লিক স্কুলত পঢ়া-শুনা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ইৰ্নাকুলামৰ চেইণ্ট টেৰেছাছ কলেজৰপৰা কমিউনিকেটিভ ইংলিছ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৫
কৰ্মজীৱন
ৰম্যায় তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিতে সৰু সৰু সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। তাৰ ভিতৰত সত্যন অতিকাৰৰ ব্যংগাত্মক চলচ্চিত্ৰ নৰেন্দ্ৰন মকন জয়কান্তন বকা (২০০১) আৰু গ্ৰামোফোন (২০০৩) অন্যতম।
২০০৬ চনৰ চলচ্চিত্ৰ আনাচন্দম-ত তেওঁ এগৰাকী সাহসী নৃত্য শিক্ষয়িত্ৰীৰ চৰিত্ৰত প্ৰথমবাৰৰ বাবে মুখ্য ভূমিকা পালন কৰে।৬৭৮২৯১০ ১১১২১৩১৪১৫১৬
২০১২ চনত তেওঁক বেচেলৰ পাৰ্টি চলচ্চিত্ৰত দেখা গৈছিল আৰু ইভান মেঘৰূপন (২০১২) চলচ্চিত্ৰত তেওঁ এটা বিশেষ দৃশ্যত (কেমিঅ’ অপিয়েৰেন্স) অভিনয় কৰিছিল।১৪ ইয়াৰ উপৰি তেওঁ সাজি সুৰেন্দ্ৰনৰ হাস্যকৰ চলচ্চিত্ৰ হাজবেণ্ডছ ইন গোৱা (২০১২)১৭ আৰু ওৰু যাত্ৰায়িল (২০১৩) চলচ্চিত্ৰত অভিনয় কৰিবলৈ চুক্তিৱদ্ধ হৈছিল।১৮১৯২০২১২২২৩২৪
অন্যান্য কাৰ্যসূচী
অভিনয় জগতত ভৰি দিয়াৰ পূৰ্বে তেওঁ এগৰাকী দূৰদৰ্শনৰ আঁতধৰোঁতা আছিল।২৫৫ তেওঁ ছোটানিক্কৰা ভগৱতীৰ উদ্দেশ্যে কেইবাখনো ভক্তিগীতৰ এলবামত কণ্ঠদান কৰিছে।২ ইয়াৰ উপৰি তেওঁ কেইখনমান মালয়ালম চলচ্চিত্ৰতো গীত গাইছে।২৬২৭৪২৮
ফিল্মগ্ৰাফী
চলচ্চিত্ৰপঞ্জী
মালয়ালম চলচ্চিত্ৰ
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০০০ | ছায়াহ্নম | অমলা | শিশু শিল্পী হিচাপে প্ৰথম চলচ্চিত্ৰ |
| ২০০১ | নৰেন্দ্ৰন মকন জয়কান্তন বকা | সেতুলক্ষ্মী | |
| ২০০২ | স্থিতি | ৰম্যা | |
| ২০০৩ | গ্ৰামোফোন | সচ্চিদানন্দনৰ ভগ্নী | |
| মীৰায়ুদে দুখভুম মুথুৱিন্তে স্বপ্নভুম | অশ্বথীৰ ভগ্নী | ||
| ২০০৪ | পেৰুমঝাক্কালম | নীলিমা | |
| ২০০৫ | অন্নোৰিক্কাল | বীণা | |
| ২০০৬ | আনাচন্দম | গৌৰী | মুখ্য চৰিত্ৰত প্ৰথম অভিনয় |
| ২০০৭ | চংগাথিপূছা | ইন্দু শ্ৰীধৰণ নায়াৰ | |
| পন্থা কভি | মায়া | ||
| সূৰ্য কিৰীডম | পূজা বিশ্বনাথন নায়াৰ | ||
| চকলেট | সুজানা | ||
| অতীতম | অমৃতা | ||
| নালু পেন্নুংগল | পোডিমল | ||
| ২০০৮ | শলভম | মীৰা | |
| অন্তিপনভেট্টম | বনিতা | ||
| ২০০৯ | নাম্মল থাম্মিল | উমা | |
| ব্লেক ডালিয়া | নৃত্যশিল্পী | বিশেষ দৃশ্যত উপস্থিতি | |
| ২০১১ | ট্ৰাফিক | শ্বেতা | |
| ছাপ্পা কুৰিশ্ব | ছোনিয়া | মনোনীত, শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা (মালয়ালম) | |
| ২০১২ | বেচেলৰ পাৰ্টি | বিশেষ দৃশ্যত উপস্থিতি | "ভিজনা সুৰভি" গীতটিত বিশেষ দৃশ্যত উপস্থিতি |
| ইভান মেঘৰূপন | ৰাজলক্ষ্মী | শ্ৰেষ্ঠ মহিলা প্লেবেক কণ্ঠশিল্পীৰ ছিমা বঁটা মনোনীত – শ্ৰেষ্ঠ মহিলা প্লেবেক কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা (মালয়ালম) | |
| হাজবেণ্ডছ ইন গোৱা | বীণা | ||
| অয়ালুম নজানুম থাম্মিল | ড° সুপ্ৰিয়া | ||
| ২০১৩ | ওৰু যাত্ৰায়িল | সৌমিণী শিক্ষয়িত্ৰী | খণ্ড – মৰিচাভাৰুদে কাদাল |
| ইথু পাথিৰামনল | ছাৰা | ||
| ইংলিছ: এন অটাম ইন লণ্ডন | গৌৰী | ||
| আপ এণ্ড ডাউন - মুকালিল ওৰালুণ্ডু | কালামণ্ডলম প্ৰসন্না | ||
| পিগমেন | স্নেহা | ||
| লেফ্ট ৰাইট লেফ্ট | জেনিফাৰ/ৰম্যা | ||
| অৰিকিল ওৰাল | বীণা | ||
| ফিলিপছ এণ্ড দি মাংকী পেন | সমীৰা ৰয় | ||
| নাদান | জ্যোতি | শ্ৰেষ্ঠ অভিনেত্ৰীৰ কেৰালা চলচ্চিত্ৰ সমালোচক সংস্থা বঁটা | |
| ২০১৫ | লাইলা ও লাইলা | ৰম্যা | |
| লুক্কা চুপ্পী | ৰেণুকা | ||
| জিলেবি | শিল্পা | ||
| ছায়গল পাডুকায়ানু | দীপা | ||
| ২০১৭ | হানি বি ২.৫ | নিজে | কেমিঅ’ অপিয়েৰেন্স |
| ২০১৯ | ভাইৰাছ | ৰাজী | |
| ২০২০ | অঞ্জাম পাথীৰা | ফাতিমা আনোৱাৰ | |
| ২০২২ | ললিতম সুন্দৰম | ছফিয়া | ডিজনী+ হটষ্টাৰত মুক্তিপ্ৰাপ্ত |
| পিছ | ড° এঞ্জেল | ||
| ২০২৩ | বি ৩২ মুথল ৪৪ বৰে | মালিনী | |
| ২০২৪ | হাৰ | ৰেছমা | মনোৰমা মেক্সত মুক্তিপ্ৰাপ্ত |
অন্যান্য ভাষাৰ চলচ্চিত্ৰ
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা |
|---|---|---|---|---|
| ২০০৫ | ওৰু নাল ওৰু কানাবু | বনজা | তামিল ভাষা | প্ৰথম তামিল চলচ্চিত্ৰ |
| ২০০৮ | অন্দমৈনা মনসুলো | সন্ধ্যা | তেলুগু ভাষা | প্ৰথম তেলুগু চলচ্চিত্ৰ |
| ৰমন থেডিয়া সীতৈ | বিদ্যা মাণিক্কাবেল | তামিল | ||
| ২০০৯ | ছাৰাই বীৰাৰাজু | ধনলক্ষ্মী | তেলুগু | |
| ২০১০ | আত্তানায়াগান | ৰাধিকা | তামিল | |
| ২০১১ | ইলাইগ্নন | ৰম্যা | ||
| কুল্লাহনাৰি কূট্টম | প্ৰিয়া | |||
| নুব্বিলা | ৰাণী | তেলুগু | ||
| ২০১২ | পিজ্জা | অনু | তামিল | |
| ২০১৩ | তেলুগাব্বাই | চান্দামামা | তেলুগু | |
| ২০১৪ | দামাল দুমেল | মীৰা | তামিল | |
| ২০১৫ | নালু পুলিচুম নল্লা ইৰুন্ধা উৰুম | সুভা | ||
| ২০১৬ | সেথুপাতি | মলাৰভিঝি | ||
| ষ্টাইল কিং | ৰম্যা | কন্নড় ভাষা | প্ৰথম কন্নড় চলচ্চিত্ৰ | |
| শয়তান | জয়লক্ষ্মী | তামিল | কেমিঅ’ অপিয়েৰেন্স | |
| ২০১৭ | সধ্যা | শ্বেতা | ||
| ২০১৮ | মাৰ্চুৰী | অন্ধ মানুহজনৰ পত্নী | শব্দহীন | |
| সীতাকাথী | নিজে | তামিল | ||
| ২০১৯ | অগ্নি দেৱ | দীপা | ||
| নটপুনা এন্নানু থেৰিয়ুমা | শ্ৰুতি | |||
| ২০২১ | এন্দ্ৰাৱথু ওৰু নাল | ৰাছাথি | ||
| প্লেন পান্নি পান্নানুম | এম্বল | |||
| ২০২২ | মাই ডিয়াৰ বুথাম | থিৰুনাভুকাৰাছুৰ মাতৃ | ||
| ইষ্টেট | দুৰ্গা বেণুগোপাল | |||
| ২০২৩ | বাঘীৰা | বেদাবল্লী | ||
| তমিলাৰছন | লীনা | |||
| ৰাথথাম | কীৰ্তি |
ৱেব ধাৰাবাহিক
| বৰ্ষ | ৱেব ধাৰাবাহিক | চৰিত্ৰ | ভাষা | প্লেটফৰ্ম | টোকা |
|---|---|---|---|---|---|
| ২০২১ | নৱৰস | লক্ষ্মী | তামিল ভাষা | নেটফ্লিক্স | খণ্ড° ছামাৰ অৱ ৯২২৯ |
| ২০২২ | কাইয়ুম কালাভুম | গৃহিণী | তামিল | ছনী লিভ | |
| মডাৰ্ণ লাভ চেন্নাই | ৰেৱতী | তামিল | আমাজনে প্ৰাইম ভিডিঅ’ | ৫ম খণ্ড° পৰৱৈ কূট্টীল বাঝুম মাংগল৩০ | |
| ২০২৩ | দয়া | কবিতা নাইডু | তেলুগু ভাষা | ডিজনী+ হটষ্টাৰ | |
| ২০২৪ | থালাইমাই চিয়ালাগম | অমুধাৱল্লী | তামিল | জি-ফাইভ | ৩১ |
| গোলী ছ’ডা ৰাইজিং | ভাৰ্গৱী | তামিল | ডিজনী+ হটষ্টাৰ | ৩২ |
দূৰদৰ্শন
| চৰিত্ৰ | অনুষ্ঠান / কাৰ্যসূচী | চেনেল |
|---|---|---|
| আঁতধৰোঁতা | হেল্ল’, গুড ইভনিং | কৈৰালী টিভি |
| বিচাৰক | ছা ৰে গা মা পা চিনিয়ৰ্ছ - ৩ | জি তামিল |
| ছুপাৰ ষ্টাৰ জুনিয়ৰ | অমৃতা টিভি | |
| ছেন ছিংগাৰ | ছেন টিভি | |
| টপ ছিংগাৰ | ফ্লাৱাৰ্ছ টিভি | |
| ছুপাৰ ৪ ছিজন ২ | মজহাভিল মনোৰমা | |
| ডি ৪ ডান্স, ডি ৩ ডান্স | মজহাভিল মনোৰমা | |
| ডান্সিং ষ্টাৰ্ছ ছিজন ১ | এছিয়ানেট টিভি | |
| দূৰদৰ্শন ধাৰাবাহিক | পদ্মজা পদাভুকাল ইৰাংগুনুশকু নমআম্ৰপালী | ডিডি মালয়ালম |
| অতিথি | কান্নি থিভু উল্লাছা উলাগম ২.০ | কালাৰ্ছ তামিল |
| মাষ্টাৰচেফ ইণ্ডিয়া – তামিল | ছেন টিভি | |
| ছুপাৰ ৪ ছিজন ২ | মজহাভিল মনোৰমা | |
| মাম্ভাঝাম | কৈৰালী টিভি |
সংগীতপঞ্জী
| বৰ্ষ | গীত | চলচ্চিত্ৰ | ভাষা | টোকা |
|---|---|---|---|---|
| ২০১২ | "আন্দে লেন্দে" | ইভান মেঘৰূপন | মালয়ালম | |
| "ভিজনা সুৰভি" | বেচেলৰ পাৰ্টি | |||
| "মুথুচিপ্পী পোলোৰু" | তাতাতিন মৰায়তু | |||
| "পুদামিনি মোচে" | তেলুগাব্বাই | তেলুগু | ||
| ২০১৩ | "পম্পৰা পম্পৰা পা পা" | আমেন | মালয়ালম | |
| "ৰাভিন চেৰুভিল" | আপ এণ্ড ডাউন: মুকালিল ওৰালুণ্ডু | |||
| "মায়ুমী" | ইংলিছ: এন অটাম ইন লণ্ডন | |||
| "কানাবিল কানাবিল" | অৰিকিল ওৰাল | |||
| "ফাই ফাই ফাই কালাচিফাই" | পাণ্ডিয়ানাড়ু | তামিল | মনোনিহিত—শ্ৰেষ্ঠ মহিলা প্লেবেক কণ্ঠশিল্পীৰ ছিমা বঁটা | |
| "বাল্যথিল নাম" | ফিলিপছ এণ্ড দি মাংকী পেন | মালয়ালম | প্ৰমো গীত | |
| "মঞ্জিন কুলীৰিন" | মিছ লেখা থাৰুৰ কানুম্নাথু | |||
| "মেলে ভানিলে" | বাইচাইকেল থিভছ | |||
| ২০১৪ | "পোগাথে পোগাথে" | দামাল দুমেল | তামিল | |
| "ই মঝা মেঘম" | ওম শান্তি ওশানা | মালয়ালম | ||
| ২০১৫ | "অদিয়ে ৰথিয়ে" | সগাপ্তম | তামিল | |
| "ৰাভিন নিজালোৰম" | নেল্লিস্কা | মালয়ালম | ||
| "হিট-উ চং" | সকলকলা বল্লভন | তামিল | ||
| "উল্লাচগায়িকে" | আদি কাপ্যাৰে কূটামণি | মালয়ালম | ||
| ২০১৬ | "মায়ুম সান্ধ্যে" | আকাশবাণী | ||
| ২০১৭ | "অক্কম পক্বম" | মুন্নোডি | তামিল | |
| "ভানম্পাদিকাল" | আচায়ানছ | মালয়ালম | ||
| ২০১৮ | "আন্নানা পথি কভালাইল্লা" | মান্নাৰ ভাগাইয়্যাৰা | তামিল | |
| "কেৰম বোৰ্ড" | নটপুনা এন্নানু থেৰিয়ুমা | |||
| "কাধল কাত্তু মেৰাণ্ডি" | কুথান | |||
| ২০১৯ | "থিৰি থিৰি" | ডিয়াৰ কমৰেড | মালয়ালম | 'ডিয়াৰ কমৰেড' তেলুগু চলচ্চিত্ৰৰ মালয়ালম ডাবড সংস্কৰণ |
| ২০২০ | "আল্লোলা কাল্লোলাম" | প্লেন পান্নি পান্নানুম | তামিল | |
| "ওৰু ভেনাল কাট্টু" | ওৰু নুৰুংগু চামচায়াম | মালয়ালম | ||
| "কানমণি আনবোডু" | টাইম আপ | তামিল | ||
| ২০২১ | "থিৰুপ্পাভাই" | মাৰ্গঝি থিংগল | মিউজিক ভিডিঅ’ | |
| "কথা পাডু" | আনুম পেন্নুম | মালয়ালম | ||
| "ৰা থিংকালিন" | হোম | |||
| "ও চোল্লুন্নো ও ও চোল্লুন্নো" | পুষ্পা: দি ৰাইজ | মালয়ালম | 'পুষ্পা: দি ৰাইজ' তেলুগু চলচ্চিত্ৰৰ মালয়ালম ডাবড সংস্কৰণ | |
| ২০২২ | "আইচাক্কা আইচাক্কা" | মাই ডিয়াৰ লিছা | তামিল | |
| ২০২৫ | "ৰাভে ৰাভে বাংগনাপল্লী" | কুত্ৰম থাভিৰ | তামিল |
তথ্যসূত্ৰ
- ↑ Remya Nambessan News · Latest News of Remya Nambeesan. The Times of India
- ↑ Sathyendran, Nita. (7 April 2011). Dream run. The Hindu
- ↑ Actress Remya Nambessan Biography – Filmography · Actress Remya Nambessan. www.remyanambeesan.com
- ↑ (8 February 2012). Ramya Nambeesan on a singing spree!. The Times of India
- ↑ Sahacevan, Rajini V. (30 September 2006). A different act. The Hindu
- ↑ (7 August 2006). Aanachandam is watchable. Rediff
- ↑ Movie Review:Changathi Poocha. Sify
- ↑ Panthayakozhi is a big let down. Rediff
- ↑ Chat with actor Jayasurya. Rediff
- ↑ Movie Review:Nammal Thammil. Sify
- ↑ (10 February 2012). Being sexy is not easy: Ramya Nambeesan. দ্য টাইমছ অৱ ইণ্ডিয়া
- ↑ (18 June 2012). I'm happy to do key roles: Remya Nambeesan. দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ
- ↑ Deccan ChronicleHyderabad Chronicle
- ↑ (7 October 2011). I've no regrets: Ramya Nambeesan. দ্য টাইমছ অৱ ইণ্ডিয়া
- ↑ (28 March 2011). Review: Kullanari Koottam's a feel-good love story. Rediff
- ↑ Chowdhary, Y Sunita. (5 November 2011). Youngsters get a boost. দ্য হিন্দু
- ↑ (11 January 2012). Remya Nambeesan: Sauve, stylish and sexy. The Times of India
- ↑ (4 March 2012). Vineeth Kumar turns 70!. দ্য টাইমছ অৱ ইণ্ডিয়া
- ↑ (27 March 2014). Interview with Remya Nambeesan. দ্য টাইমছ অৱ ইণ্ডিয়া
- ↑ (23 February 2016). Happy being single for now: Remya Nambeesan
- ↑ (March 2016). Remya Nambeesan, the Sethupathi girl who emotes through her heart. হিন্দুস্তান টাইমছ
- ↑ (3 May 2016). Making a Stylish Kannada Debut
- ↑ (22 March 2019). Sibi Sathyaraj and Remya Nambeesan team up once again
- ↑ Remya Nambeesan denies wedding rumours
- ↑ Ramya Nambeesan croons for Gopi Sunder. দ্য টাইমছ অৱ ইণ্ডিয়া
- ↑ Priya Sreekumar DC Kochi. (15 February 2012). Ramya Nambeeshan's new role offscreen. Deccan Chronicle
- ↑ (15 November 2013). A new singing star. Deccan Chronicle
- ↑ Nagarajan, Saraswathy. (19 April 2013). Up on cloud nine. দ্য হিন্দু
- ↑ Ramya Nambeesan opens up about working with Priyadarshan in Netflix anthology, 'Navarasa'
- ↑ (8 May 2023). Modern Love Chennai to premiere on Prime Video on May 18. See poster. ইণ্ডিয়া টুডে
- ↑ B, Jayabhuvaneshwari. (2024-05-18). 'Thalaimai Seyalagam' series review: Commendable writing in this complex tale of power play. দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ
- ↑ Features, C. E. (2024-09-04). Goli Soda Rising Trailer: The Koyambedu boys are back. চিনেমা এক্সপ্ৰেছ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰম্যা নাম্বীচান” প্ৰবন্ধৰ সংশোধন ৬৪০৩৬০ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।