অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ৰবীন্দ্ৰ গুহ

ৰবীন্দ্ৰ গুহ বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ জন্ম ১৯৩৪ চনৰ ২৫ অক্টোবৰ।

হালনাগাদ: ১৩ নৱেম্বৰ ২০২৪ ১৪০ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ৰবীন্দ্ৰ গুহ বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ জন্ম ১৯৩৪ চনৰ ২৫ অক্টোবৰ।

সাহিত্যকৃতি

উপন্যাস

  • ৰাজপুতানাৰ ইতিকথা (১৯৬৫)
  • প্ৰেম আতঙ্ক সন্ত্ৰাস (১৯৬৬)
  • পদধ্বনি প্ৰতিধ্বনি (১৯৬৬)
  • মেবাৰেৰ পতন (১৯৬৭)
  • দহন (১৯৬৯)
  • লোহাৰিয়া (১৯৬৯)
  • দ্ৰোহপুৰুষ (১৯৯৮)
  • সূৰ্যেৰ সাত ঘোড়া (১৯৯৯)
  • নাভিকুণ্ড ঘিৰে (২০০০)
  • শিকঞ্জেৰ পাখি খামোশ (২০০১)
  • ধুনধলা (২০০৩)

আত্মজীৱনী

  • আমি দগ্ধ একজন মানুষ (২০০৪)

নাটক

  • নাটকে লিপ্সা নেই

ছোটগল্প

  • জনমানুষ (১৯৮১)
  • জৈগুণেৰ পদ্ম (১৯৯৮)
  • গল্পেৰ ভূবন (২০০১)

কবিতা

  • ৰবীন্দ্ৰ গুহৰ কবিতা (১৯৮০)
  • নিৰ্বাচিত কবিতা (১৯৯৪)
  • দৰিদ্ৰ যুবৰাজ (১৯৯৬)
  • হাসান তাৰিকেৰ ৰূপোলি ইলিশ (২০০৩)
  • দিল্লি হাটাৰ্স (২০০৩)

তথ্যসূত্ৰ

  • হাওয়া ৪৯ ৰবীন্দ্ৰ গুহ সংখ্যা (২০০৩)। সম্পাদক সমীৰ ৰায়চৌধুৰী।
  • নিমসাহিত্য বেত্তান্ত (২০০৪)। সম্পাদক বিমান চট্টোপাধ্যায়।
  • শহৰ ৰবীন্দ্ৰ গুহ সংখ্যা (২০০২)। সম্পাদক অজিত ৰায়।
  • দিগঙ্গনেৰ কবিতা (২০০১)। অমৰেশ গঙ্গোপাধ্যায়।
  • বাঢ়েৰ ছোটগল্প (১৯৯৬)। ড. উত্তম দাশ।
  • বোধ নিমসাহিত্য সংখ্যা (২০০০)। সম্পাদক অৰুণকুমাৰ চট্টোপাধ্যায়।
  • স্বপ্ন ৰবীন্দ্ৰ গুহ সংখ্যা (২০০৯)। সম্পাদক ড. বিষ্ণুচৰণ দে (অসম বিশ্ববিদ্যালয়)

বহিঃসংযোগ

সম্পৰ্কিত শ্ৰেণী

হাংৰি আন্দোলনবঙালী সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবীন্দ্ৰ গুহ” প্ৰবন্ধৰ সংশোধন ৪৪৪৩২৬ (১৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।