অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰবীন্দ্ৰ পুৰস্কাৰ

ৰবীন্দ্ৰ পুৰস্কাৰ বা ৰবীন্দ্ৰ স্মৃতি পুৰস্কাৰ হ'ল পশ্চিমবঙ্গৰ সৰ্বোচ্চ সন্মানীয় সাহিত্য পুৰস্কাৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে এই পুৰস্কাৰৰ নামকৰণ কৰা হৈছে। ১৯৫০ চনত পশ্চিমবংগ চৰকাৰে এই পুৰস্কাৰ প্ৰবৰ্তন কৰিছিল। বৰ্তমান পশ্চিমবংগ বাংলা একাডেমীয়ে এই পুৰস্কাৰ প্ৰদান কৰে।

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰবীন্দ্ৰ পুৰস্কাৰ বা ৰবীন্দ্ৰ স্মৃতি পুৰস্কাৰ হ'ল পশ্চিমবংগৰ সৰ্বোচ্চ সন্মানীয় সাহিত্য পুৰস্কাৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে এই পুৰস্কাৰৰ নামকৰণ কৰা হৈছে। ১৯৫০ চনত পশ্চিমবংগ চৰকাৰে এই পুৰস্কাৰ প্ৰবৰ্তন কৰিছিল। বৰ্তমান পশ্চিমবংগ বাংলা একাডেমীয়ে এই পুৰস্কাৰ প্ৰদান কৰে। ১৯৫০ চনৰ পৰা ১৯৮২ চন পৰ্যন্ত এক বা একাধিক লেখকক কোনো এখন বিশেষ গ্ৰন্থ ৰচনাৰ স্বীকৃতি স্বৰূপে এই পুৰস্কাৰ দিয়া হয়। ২০০৪ তথা ২০০৫ চনত বিশেষ গ্ৰন্থ ৰচনা কৰা বাবে একাধিক লেখকক এই পুৰস্কাৰেৰে সন্মানিত কৰা হয়।

প্ৰাপক

ৰবীন্দ্ৰ পুৰস্কাৰ প্ৰাপকসমূহ:১

১৯৫০-১৯৬০

বৰ্ষনামৰচনা
১৯৫০সত্যনাথ ভাডুড়িজাগৰী (উপন্যাস)
নীহাৰ ৰঞ্জন ৰায়বাঙ্গালীৰ ইতিহাস: আদি পৰ্ব (ইতিহাস)
১৯৫১বিভূতিভূষণ বন্দোপাধ্যায় (মৰণোত্তৰ)ইছামতী (উপন্যাস)
যোগেশচন্দ্ৰ ৰায় বিদ্যানিধিইণ্ডিয়ান এনছিয়েণ্ট লাইফ (ইতিহাস)
১৯৫২ব্ৰজেন্দ্ৰনাথ বন্দ্যোপাধ্যায়সংবাদপত্ৰে সেকালেৰ কথা, বাংলা সাময়িক পত্ৰ, সাহিত্য-সাধক চৰিতমালা ইত্যাদি (সাহিত্যৰ ইতিহাস)
ড. কালীপদ বিশ্বাস আৰু এককড়ি ঘোষভাৰতৰ বনৌষধি (আয়ুৰ্বেদ)
১৯৫৩দীনেশচন্দ্ৰ ভট্টাচাৰ্যবাঙালীৰ সাৰস্বত অৱদান: বঙ্গে নব্যন্যায়চৰ্চা (সাহিত্যৰ ইতিহাস)
১৯৫৪ৰাণী চন্দপূৰ্ণকুম্ভ (ভ্ৰমণবৃত্তান্ত)
১৯৫৫পৰশুৰামকৃষ্ণকলি ইত্যাদি গল্প (চুটিগল্প)
তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়আৰোগ্য নিকেতন (উপন্যাস)
১৯৫৬সমৰেন্দ্ৰনাথ সেনবিজ্ঞানৰ ইতিহাস, প্ৰথম খণ্ড (বিজ্ঞান)
১৯৫৭ড. ৰমেশচন্দ্ৰ মজুমদাৰদ্য হিষ্ট্ৰী এণ্ড কালচাৰ অফ দি ইণ্ডিয়ান পিপল (ইতিহাস)
প্ৰভাতকুমাৰ মুখোপাধ্যায়ৰবীন্দ্ৰ জীৱনী (ৰবীন্দ্ৰচৰ্চা)
১৯৫৮প্ৰেমেন্দ্ৰ মিত্ৰসাগৰ থেকে ফেৰা (কাব্যগ্ৰন্থ)
ড. সুনীতি চট্টোপাধ্যায়Latterature Mediavali & Moderne Del Sub Continente Indiano (সাহিত্যৰ ইতিহাস, লেটিন ভাষাযত ৰচিত)
বিনয় ঘোষপশ্চিমবঙ্গৰ সংস্কৃতি (বঙ্গবিদ্যা)
১৯৫৯উপেন্দ্ৰনাথ ভট্টাচাৰ্যবাংলাৰ বাউল গান (সংগীত)
হৰিদাস মুখোপাধ্যায় আৰু উমা মুখোপাধ্যায়অৰিজিন অফ দ্য নেচনেল এডুকেছন মুভমেণ্ট (ইতিহাস)
১৯৬০প্ৰমথনাথ বিশীকেৰী সাহেবেৰ মুন্সী (উপন্যাস)
ৰাধাগোবিন্দ নাথগৌড়ীয় বৈষ্ণব দৰ্শন (বৈষ্ণৱ ধৰ্মতত্ত্ব)

১৯৬১-১৯৭০

বৰ্ষনামৰচনা
১৯৬১মহামহোপাধ্যায় হৰিদাস সিদ্ধান্তবাগীশমহাভাৰত (অনুবাদ)
স্বামী প্ৰজ্ঞানানন্দহিষ্ট'ৰিকেল ডেভেলপমেণ্ট অফ ইণ্ডিয়ান মিউজিক (সংগীত)
১৯৬২বলাইচাঁদ মুখোপাধ্যায় (বনফুল)হাটে বাজাৰে (উপন্যাস)
জিতেন্দ্ৰনাথ বন্দ্যোপাধ্যায়পঞ্চোপাসনা (ধৰ্মতত্ত্ব)
১৯৬৩সুবোধচন্দ্ৰ চক্ৰবৰ্তীৰামায়ণী বৃক্ষ (ভ্ৰমণবৃত্তান্ত)
ড. সুৰেশচন্দ্ৰ বন্দ্যোপাধ্যায়স্মৃতিশাস্ত্ৰে বাঙালি (ইতিহাস)
১৯৬৪ড. মৃত্যুঞ্জয়প্ৰসাদ গুহআকাশ ও পৃথিবী (বিজ্ঞান)
বিমল মিত্ৰকড়ি দিয়ে কিনলাম (উপন্যাস)
১৯৬৫সুকুমাৰ সেনভাৰতীয় সাহিত্যৰ ইতিহাস (সাহিত্যৰ ইতিহাস)
শচীন্দ্ৰনাথ বসুপ্ৰাগঐতিহাসিক মানুষ (নৃতত্ত্ব)
গজেন্দ্ৰ কুমাৰ মিত্ৰপৌষ ফাগুনেৰ পালা (উপন্যাস)
১৯৬৬আশাপূৰ্ণা দেবীপ্ৰথম প্ৰতিশ্ৰুতি (উপন্যাস)
শান্তিৰঞ্জন ভট্টাচাৰ্যবঙ্গালী হিন্দুয়োকা উৰ্দু খিদমৎ (সাহিত্য আলোচনা)
অনিৰ্বাণবেদ মীমাংসা (ধৰ্মতত্ত্ব)
১৯৬৭শৰদিন্দু বন্দ্যোপাধ্যায়তুঙ্গভদ্ৰাৰ তীৰে (উপন্যাস)
কালিকাৰঞ্জন কানুনগোৰাজস্থান কাহিনী (ইতিহাস)
ড. প্ৰবাসজীৱন চৌধুৰীটেগোৰ অন লিটাৰেচাৰ এণ্ড এছথেটিক (ৰবীন্দ্ৰচৰ্চা)
১৯৬৮কালিদাস ৰায়পূৰ্ণাহুতি (কাব্যগ্ৰন্থ)
সুকুমাৰ বসুহিমালয় (ভ্ৰমণবৃত্তান্ত)
ড. চাৰুচন্দ্ৰ সন্যালদ্য ৰাজবংশীজ অফ নৰ্থ বেঙ্গল (নৃতত্ত্ব)
১৯৬৯লীলা মজুমদাৰআৰ কোনোখানে
নাৰায়ণ সন্যালঅপৰূপা অজন্তা (গুহা চিত্ৰকলা সংক্ৰান্ত)
গোপেন্দ্ৰকৃষ্ণ বসুবাঙ্গালাৰ লৌকিক দেবতা (লোকসংস্কৃতি)
১৯৭০আবু ছৈয়দ আয়ুবআধুনিকতা ও ৰবীন্দ্ৰনাথ
ভেৰা আলেকজেন্দ্ৰোভনা নোভিকোভাবঙ্কিমচন্দ্ৰ - হিজ লাইফ এণ্ড ক্ৰিয়েচনছ্ (বঙ্কিমচৰ্চা)
দেবেন্দ্ৰনাথ বিশ্বাসভাৰতবৰ্ষেৰ অধিবাসীৰ পৰিচয় (নৃতত্ত্ব)

১৯৭১-১৯৮২

বৰ্ষনামৰচনা
১৯৭১ৰমাপদ চৌধুৰীএখনি (উপন্যাস)
জিতেন্দ্ৰ কুমাৰ গুহমহাকাশ বিজ্ঞান (বিজ্ঞান)
শঙ্কৰ সেনগুপ্তএ ষ্টাডি অফ উইমেন ইন বেঙ্গল (সমাজ বিজ্ঞান)
১৯৭২বিভূতি ভূষণ মুখোপাধ্যায়এবাৰ প্ৰিয়াম্বদা (উপন্যাস)
পৰেশচন্দ্ৰ মজুমদাৰসংস্কৃত ও প্ৰাকৃত ভাষাৰ ক্ৰমবিকাশ (ভাষাতত্ত্ব)
ইন্দ্ৰমিত্ৰকৰুণাসাগৰ বিদ্যাসাগৰ (জীবনী)
১৯৭৩জ্যোতিৰ্ময়ী দেৱীসোনা ৰূপা নয় (উপন্যাস)
ড. ভক্তিপ্ৰসাদ মল্লিকঅপৰাধ জগতেৰ ভাষা (ভাষা বিজ্ঞান)
ড. অমলেন্দু মিত্ৰৰাঢ়েৰ সংস্কৃতি (বঙ্গবিদ্যা)
ডেভিড মেক কাচ্চিয়ানলেট মেডিয়াভ্যাল টেম্পলছ অফ বেঙ্গল (বঙ্গবিদ্যা)
১৯৭৪বুদ্ধদেৱ বসুস্বাগত বিদায় (কাব্যগ্ৰন্থ)
ড. শান্তিময় চট্টোপাধ্যায় আৰু এণাক্ষী চট্টোপাধ্যায়পৰমাণু জিজ্ঞাসা (বিজ্ঞান)
দীনেশচন্দ্ৰ ভট্টচাৰ্যপ্ৰাচীন ভাৰতীয় মনোবিদ্যা (মনস্তত্ত্ব)
সুকুমাৰ ৰায়মিউজিক অফ ইষ্টাৰ্ণ ইণ্ডিয়া (সংগীত)
অৰুণ ৰায় আৰু ড. হাইনজ মোদেভাৰত ও বাংলাদেশেৰ লোকগল্পেৰ জাৰ্মান অনুবাদ (অনুবাদ)
১৯৭৫অচিন্ত্যকুমাৰ সেনগুপ্তউত্তৰায়ণ (কাব্যগ্ৰন্থ)
গোপালচন্দ্ৰ ভট্টাচাৰ্যবাংলাৰ কীটপতঙ্গ (কীটবিজ্ঞান)
১৯৭৬সতীকান্ত গুহনাট্যকাৰ (নাটক)
অৰূপৰতন ভট্টাচাৰ্যপ্ৰাচীন ভাৰতে জ্যোতিৰ্বিজ্ঞান (বিজ্ঞানৰ ইতিহাস)
ড. শিশিৰ কুমাৰ দাসশ্বেদো অফ খ্ৰীষ্টিনিয়াটী (ইতিহাস)
ড. নীলমণি মুখোপাধ্যায়বেঙ্গলি জমিনদাৰ (ইতিহাস)
১৯৭৮নেপাল মজুমদাৰভাৰতে জাতীয়তা ও আন্তৰ্জাতিকতা এবং ৰবীন্দ্ৰনাথ (ৰবীন্দ্ৰচৰ্চা)
ড. ডুছান জাবৰিটেলহিষ্ট্ৰী অফ বেঙ্গলি লিটাৰেচাৰ (বাংলা সাহিত্যৰ ইতিহাস)
১৯৭৯অৰুণ মিত্ৰশুধু ৰাতেৰ শব্দ নয় (কাব্যগ্ৰন্থ)
শিৱকালী ভট্টাচাৰ্যচিৰঞ্জীৱ বনৌষধি (আয়ুৰ্বেদ)
গেৰাল্ডিন ফোৰ্বছপজিটিভিজম ইন বেঙ্গল: আ কেছ ষ্টাডি ইন দ্য ট্ৰান্সমিছন এণ্ড এছিমিলেছন অফ এন আইডিঅ'লজি (বঙ্গবিদ্যা)
১৯৮০গোপাল হালদাৰৰূপনাৰায়ণেৰ কূলে (আত্মকথা)
ড. তাৰকমোহন দাসপৃথিবী কি শুধু মানুষেৰ জন্য (বিজ্ঞান)
১৯৮১বিনোদ বিহাৰী মুখোপাধ্যায় (মৰণোত্তৰ)চিত্ৰকৰ (চিত্ৰকলা)
সুশোভন সৰকাৰঅল বেঙ্গল ৰেনেছা (ইতিহাস)
১৯৮২বীৰেন্দ্ৰ চট্টোপাধ্যায়শ্ৰেষ্ঠ কবিতা (কবিতা)

১৯৮৩-২০০৩

বৰ্ষনাম
১৯৮৩দিনেশ দাস, সঙ্কৰ্ষণ ৰায়
১৯৮৪নন্দগোপাল সেনগুপ্ত, দিলীপ কুমাৰ বিশ্বাস, অমল কুমাৰ বন্দ্যোপাধ্যায়, সুশীল কুমাৰ মুখোপাধ্যায়
১৯৮৫সুখময় ভট্টাচাৰ্য, অমিয় কুমাৰ হাটি, সুধী প্ৰধান
১৯৮৬ৰাধাৰাণী দেৱী, শচীন্দ্ৰ নাথ ছাহানি, এছ কৃষ্ণমূৰ্তি
১৯৮৭ৰমেন্দ্ৰ কুমাৰ আচাৰ্য্য চৌধুৰী, ৰমেন মজুমদাৰ, শিশিৰ কুমাৰ দাস
১৯৮৮ছন্‌জিদা খাতুন, ধীৰেন্দ্ৰ নাথ গঙ্গোপাধ্যায়, নিশীথৰঞ্জন ৰায়
১৯৮৯শঙ্খ ঘোষ, ৰাম বসু, ভবাণী প্ৰসাদ সাহু, তপন ৰায়চৌধুৰী
১৯৯০কিৰণশঙ্কৰ সেনগুপ্ত, অৰুণ কুমাৰ মিত্ৰ
১৯৯১ভবতোষ দত্ত, মঙ্গলাচৰণ চট্টোপাধ্যায়, দীপঙ্কৰ চট্টোপাধ্যায়, সুমন্ত মুখোপাধ্যায়
১৯৯২অমলেশ ত্ৰিপাঠী, শৈলেশ দাসগুপ্ত, মাৰ্টিন কেম্পচেন
১৯৯৩মণীন্দ্ৰ ৰায়, ৰতনলাল ব্ৰহ্মচাৰী, প্ৰফুল্ল চক্ৰবৰ্তী
১৯৯৪ক্ষুদিৰাম দাস, অশোক মিত্ৰ, গৌৰীপ্ৰসাদ ঘোষ
১৯৯৫শক্তি চট্টোপাধ্যায়, প্ৰতুলচন্দ্ৰ ৰক্ষিত, জয়ন্ত বসু, নাৰায়ণচন্দ্ৰ চন্দ
১৯৯৬জ্যোতিৰ্ময় ঘোষ, অজয় হোম, ৰবীন্দ্ৰ কুমাৰ দাসগুপ্ত
১৯৯৭কুমাৰ প্ৰসাদ মুখোপাধ্যায়, ৰবীন বল
১৯৯৮সমৰেন্দ্ৰ সেনগুপ্ত, সুবোধ কুমাৰ মজুমদাৰ, সুমিত সৰকাৰ
১৯৯৯অমিতাভ দাসগুপ্ত, সূৰ্যেন্দুবিকাশ কৰমহাপাত্ৰ
২০০০অন্নদাশঙ্কৰ ৰায়, দিলীপ কুমাৰ সিংহ, মানিনী চট্টোপাধ্যায়, সুধীৰকুমাৰ নন্দী
২০০১প্ৰশান্ত কুমাৰ পাল, অপৰাজিত বসু
২০০২প্ৰণতি মুখোপাধ্যায়, ভিক্টৰ ইভবুলিছ
২০০৩প্ৰণবেন্দু দাসগুপ্ত, বিশ্বনাথ চক্ৰবৰ্তী

২০০৪-২০০৫

বৰ্ষনামৰচনা
২০০৪অলোক ৰঞ্জন দাসগুপ্তধুলোমাখা ইথৰেৰ জামা (কবিতা)
তনিকা সৰকাৰহিন্দু ৱাইফ, হিন্দু নেচন (নাৰীবাদ)
পলাশবৰণ পালবিজ্ঞান: ব্যক্তি, যুক্তি, সময় (বিজ্ঞান)
২০০৫বিনয় মজুমদাৰকাব্যসমগ্ৰ ২ (কবিতা)
ভূমেন্দ্ৰ গুহউত্তৰপুৰুষ (উপন্যাস)
হিমানী বন্দ্যোপাধ্যায়ইনভেণ্টিং ছাবজেক্টছ্ (সাহিত্য)
বাসুদেব চট্টোপাধ্যায়এ জিঙ্গল বেলচ্ (সাহিত্য)

২০০৬-বৰ্তমানলৈ

বৰ্ষনাম
২০০৬তৰুণ সৈনাল, ৰালফ ডব্লিউ নিকোলাছ, বিনয়ভূষণ ৰায়
২০০৭অৰবিন্দ গুহ, নলিন পাটেল, কাজুও আজুমা, দিলীপ বসু
২০০৮মণিভূষণ ভট্টাচাৰ্য, জান ওপেনছ
২০০৯পবিত্ৰ মুখোপাধ্যায়, বিজয়া মুখোপাধ্যায়, অমিয় কুমাৰ বাগচী, শ্যামল চক্ৰবৰ্তী, শংকৰ মুখোপাধ্যায়
২০১০মণীন্দ্ৰ গুপ্ত, ফাদাৰ পল দতিয়েন, দং ইউ চেন, সুকন্যা সিংহ, অসীম কুমাৰ মুখোপাধ্যায়

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ "ৰাজকণ্ঠেৰ মালা: ৰবীন্দ্ৰ পুৰস্কাৰ", অমৃতলোক, অগ্ৰহায়ণ ১৪১৭ সংখ্যা, পৃ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বঁটাসমূহসাহিত্যৰ বঁটা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবীন্দ্ৰ পুৰস্কাৰ” প্ৰবন্ধৰ সংশোধন ৩৮৬০৯০ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।