অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰয়টাৰ্ছ

ৰয়টাৰ্ছ (Reuters) হৈছে থমচন ৰয়টাৰৰ মালিকানাধীন এক আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানে, সমগ্ৰ পৃথিৱীৰ প্ৰায় ২০০ খন বিভিন্ন ঠাইত প্ৰায় ২,৫০০ সাংবাদিক আৰু ৬০০ ফটো সাংবাদিকক নিযুক্তি দিছে। ৰয়টাৰ্ছ বিশ্বৰ অন্যতম বৃহৎ সংবাদ সংস্থা।

হালনাগাদ: ২১ আগষ্ট ২০২৬ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ৰয়টাৰ্ছ (Reuters) হৈছে থমচন ৰয়টাৰৰ মালিকানাধীন এক আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠান।১ এই প্ৰতিষ্ঠানে, সমগ্ৰ পৃথিৱীৰ প্ৰায় ২০০ খন বিভিন্ন ঠাইত প্ৰায় ২,৫০০ সাংবাদিক আৰু ৬০০ ফটো সাংবাদিকক নিযুক্তি দিছে।২৩ ৰয়টাৰ্ছ বিশ্বৰ অন্যতম বৃহৎ সংবাদ সংস্থা।৪৫

১৮৫১ চনত জাৰ্মান বংশোদ্ভৱ পল ৰিয়টাৰে লণ্ডনত এই প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। ইয়াক ২০০৮ চনত থমছন কৰ্পোৰেচনে অধিগ্ৰহণ কৰে আৰু এতিয়াৰ থমচন ৰয়টাৰ্ছৰ মিডিয়া বিভাগ গঠন কৰে।৫

তথ্যসূত্ৰ

  1. ↑ About us. Reuters
  2. ↑ Home - Reuters News - The Real World in Real Time. Reuters News Agency
  3. ↑ Careers. www.reuters.tv
  4. ↑ (23 August 2002). News agency. Encyclopædia Britannica
  5. ↑ Stephen Brook. (30 May 2006). Reuters recruits 100 journalists. The Guardian

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰয়টাৰ্ছ” প্ৰবন্ধৰ সংশোধন ৬২৯৬৬২ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।