অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাকেশ কুমাৰ

ৰাকেশ কুমাৰ (Rakesh Kumar, জন্ম ১৩ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় পেৰা-ধনুৰ্বিদ। তেওঁ পুৰুষৰ কম্পাউণ্ড অপেন প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰে।

হালনাগাদ: ১৭ জানুৱাৰী ২০২৫ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৰাকেশ কুমাৰ (Rakesh Kumar, জন্ম ১৩ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় পেৰা-ধনুৰ্বিদ।১ তেওঁ পুৰুষৰ কম্পাউণ্ড অপেন প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰে।২ ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰে।৩ ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত তেওঁ শীতল দেৱীৰ সৈতে আৰ্চাৰীৰ মিশ্ৰিত দল কমপাউণ্ড প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

খেলুৱৈ জীৱন

তেওঁ জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।৪৫ ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ডুবাইত অনুষ্ঠিত হোৱা ৭ম ফাজ্জা পেৰা আৰ্চাৰী বিশ্ব ৰেংকিং প্ৰতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড অপেন শাখাত তেওঁ সোণৰ পদক লাভ কৰে।৬৭ তেওঁ ভাৰতৰ সৰ্বোচ্চ ৰেংকিঙৰ কম্পাউণ্ড আৰ্চাৰ আৰু তেওঁৰ বিশ্ব ৰেংকিং ১১ নং স্থানত আছে।৪

ৰাকেশ কুমাৰ ২০১৮ চনত ইউৰোপীয় চাৰ্কিট ২য় লেগত দলীয় প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা দলৰ অংশ আছিল। লগতে তেওঁ ২০১৯ চনত ৫ম ফাজ্জা পাৰা আৰ্চাৰী বিশ্ব ৰেংকিং প্ৰতিযোগিতাত মিশ্ৰিত দলীয় ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা দলটোৰ অংশ আছিল।৪

তেওঁ শ্ৰী মাতা বৈষ্ণো দেৱী শ্ৰাইন ব'ৰ্ডৰ ক্ৰীড়া কমপ্লেক্সত প্ৰশিক্ষণ লৈছিল আৰু তেওঁ জম্মুৰ কাটৰাৰ বাসিন্দা।৮৯

২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। এই প্ৰতিযোগিতাত তেওঁ শীতল দেৱীৰ সৈতে অপেন মিশ্ৰিত দল কম্পাউণ্ড প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ KUMAR Rakesh. Tokyo 2020 Paralympics. Tokyo Organising Committee of the Olympic and Paralympic Games
  2. ↑ (28 February 2021). From suicide attempts to winning gold medals: The inspiring journey of para-archer Rakesh Kumar. Times of India
  3. ↑ Sportstar, Team. (2024-08-14). India at Paris Paralympics 2024: Complete list of 84 athletes at Paralympic Games. Sportstar
  4. ↑ (21 August 2021). Archer Rakesh Kumar overcomes depression, ready to shine at Tokyo Paralympics. New Indian Express
  5. ↑ (28 August 2021). Tokyo Paralympics: Archer Rakesh Kumar storms into pre-quarters, Shyam Sundar Swami bows out in Round 2. India Today
  6. ↑ (28 February 2021). Gold for Rakesh, mixed doubles pair in Fazza world ranking tournament. হিন্দুস্তান টাইমছ
  7. ↑ (25 February 2021). Indian para-archers ensure one gold, two silver at Fazza World Ranking tournament. Hindustan Times
  8. ↑ (18 September 2021). उपराज्यपाल मनोज सिन्हा ने पैरा ओलिंपियन राकेश कुमार, ज्योति बालियान को सम्मानित किया. Dainik Jagran
  9. ↑ (18 September 2021). LG hands over rights certificates to tribals. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

জম্মু আৰু কাশ্মীৰৰ ব্যক্তিপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাকেশ কুমাৰ” প্ৰবন্ধৰ সংশোধন ৪৬৪৬২৫ (১৭ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।