ৰসমালাই হৈছে ভাৰতীয় উপমহাদেশৰ পৰা উদ্ভৱ হোৱা এটা মিঠাই। মিঠাইটোক বঙালী ভাষাত ৰসমালাই,১ উৰ্দু আৰু হিন্দীত ৰসমলাই২ আৰু ওড়িয়াত ৰসমলেই৩ বুলি কোৱা হয়।
যদিও বিভিন্ন ঠাইত ৰসমালাই তৈয়াৰ কৰা হয়, তাৰে ভিতৰত বাংলাদেশৰ কুমিল্লা জিলা৪৫ আৰু ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ কলকাতাৰ৬ ৰসমালাই মুখ্যভাৱে জনা যায়।
তথ্যসূত্ৰ
- ↑ Ras malai · Traditional Cheese Dessert From West Bengal. TasteAtlas
- ↑ Ayto, John. (2012). The Diner's Dictionary: Word Origins of Food and Drink. OUP Oxford. পৃ. 301. ISBN 978-0-19-964024-9
- ↑ ommcomnews.com/odisha-news/odia-treat-for-amit-s
- ↑ · Rasmalai in Matri Bhandar
- ↑ (6 November 2017). Matri Bhander's roshomalai under siege from copycats. Dhaka Tribune
- ↑ (19 October 2017). Rasmalai is simply the dessert to beat. Gulf Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰসমালাই” প্ৰবন্ধৰ সংশোধন ৫৪৭৩৮০ (৪ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।