অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৰম্বাছ

যি চতুৰ্ভূজৰ চাৰিডাল বাহু সমান আৰু দুই বিপৰীতযোৰ কোণ সমান তাকেই ৰম্বাছ (Rhombus) বোলা হয়।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২০ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

যি চতুৰ্ভূজৰ চাৰিডাল বাহু সমান আৰু দুই বিপৰীতযোৰ কোণ সমান তাকেই ৰম্বাছ (Rhombus) বোলা হয়।

বৈশিষ্ট্য

  • ৰম্বাছৰ চাৰিটা বাহুৰ দৈঘ্য সমান,
  • ৰম্বাছৰ বিপৰীত কোন সমান,
  • ৰম্বাছৰ কৰ্ণ দুডালৰ দৈঘ্য অসমান আৰু ইহঁতে পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে,
  • প্ৰতিটো বৰ্গক্ষেত্ৰ একোটা বিশেষ ৰম্বাছ, কিন্তু প্ৰতিটো ৰম্বাছ বৰ্গক্ষেত্ৰ নহয়।

ৰম্বাছৰ পৰিসীমা নিৰ্ণয়ৰ সূত্ৰ হৈছে ⟨P=4.side⟩

সেই অনুসৰি 5 cm বাহু দৈঘ্যৰ এটা ৰম্বাছৰ পৰিসীমা হ'ব ⟨4 . 5 cm = 20 cm⟩

ইয়াৰ ক্ষেত্ৰফল হৈছে ⟨A = b.h⟩ য'ত b = ভূমি আৰু h = উন্নতি

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বহুভুজ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰম্বাছ” প্ৰবন্ধৰ সংশোধন ২৫৩৯২৪ (১০ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।