অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ন ১,১৯৫ প্ৰবন্ধ
- নেচনেল জিঅ'গ্ৰাফিক (ভাৰতীয় টিভি চেনেল)নেচনেল জিঅ'গ্ৰাফিক(National Geographic, (নেট জিঅ বুলিও কোৱা হয়) এটা ভাৰতীয় টেলিভিছন চেনে…
- নেচনেল ডায়েটনেচনেল ডায়েট (; জাপানীজ: 国会; হেপবাৰ্ণ: কোক্কাই) হৈছে জাপানৰ ৰাষ্ট্ৰীয় আইনসভা। জাপানৰ আইন…
- নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডএনডিএফবি বা নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড হৈছে এটা সশস্ত্ৰ বিচ্ছিন্নতাবাদী সংগঠন …
- নেচনেল মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰীনেচনেল মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰী ভাৰতৰ নতুন দিল্লীত অৱস্থিত প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ…
- নেচনেল ষ্টক একচেঞ্জনেচনেল ষ্টক এক্সচেঞ্জ অফ ইণ্ডিয়া লিমিটেড (NSE) (এন.এছ.ই.) হৈছে মুম্বাইস্থিত ভাৰতৰ এক আগশা…
- নেচাৰেল হিষ্ট্ৰিনেচাৰেল হিষ্ট্ৰি (লেটিন: Naturalis Historia) হৈছে প্লিনি দ্য এল্ডাৰৰ দ্বাৰা ৰচিত এখন লেটিন…
- নেচাৰ্চ বেকননেচাৰ্চ বেকন হৈছে উত্তৰ-পূব ভাৰতৰ এক বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন। ১৯৮২ চনত সামাজিক উদ্যোগ…
- নেছনেল ডেমʼক্ৰেটিক প্ৰোগ্ৰেছিভ পাৰ্টিনেছনেল ডেমʼক্ৰেটিক প্ৰোগ্ৰেছিভ পাৰ্টি (National Democratic Progressive Party) চমুকৈ NDPP হ…
- নেছনেল পিপলছ পাৰ্টি (ভাৰত)নেছনেল পিপলছ পাৰ্টি (National People's Party) চমুকৈ এন.পি.পি, ভাৰতৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়…
- নেছাইয়ানেছাইয়া (প্ৰাচীন গ্ৰীক: Νησαίη, ইংৰাজী: Nesaea, Nesaia বা Nisaea; আক্ষৰিক অৰ্থ: 'দ্বীপত ব…
- নেছ′ (শ্ৰুতিকথা)নেছ′ (প্ৰাচীন গ্ৰীক: Νησώ, ইংৰাজী: Neso; আক্ষৰিক অৰ্থ: ′দ্বীপৰ দেৱী' বা 'চঞ্চল′) গ্ৰীক শ্ৰ…
- নেজলা ইছিকনেজলা ইছিক (: Nejla Işık) এগৰাকী তুৰস্কৰ পৰিৱেশ কৰ্মী আৰু তুৰ্কী সম্প্ৰদায়ৰ নেত্ৰী যিয়ে …
- নেজাল জেনেজাল জে (Tailed Jay, বৈজ্ঞানিক নাম-Graphium agamemnon) এটা সেউজীয়া আৰু ক’লা বৰণৰ চাতকনেজ…
- নেজিব আহমেদনেজিব আহমেদ অসমৰ এগৰাকী ফটোগ্ৰাফাৰ। ২০২৩ চনত লণ্ডনৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ত আয়োজন কৰ…
- নেট নিৰপেক্ষতানেট নিৰপেক্ষতা হৈছে এক নীতি যাৰ জ্বৰিয়তে ইণ্টাৰনেট যোগান ধৰোতা আৰু চৰকাৰ দুয়োৱে বৈষম্যবি…
- নেটফ্লিক্সনেটফ্লিক্স (Netflix, Inc) হৈছে এটি আমেৰিকান কনটেণ্ট সেৱা আৰু প্ৰযোজনা উদ্যোগ। প্ৰতিষ্ঠানটি…
- নেটৱৰ্ক সুৰক্ষানেটৱৰ্ক সুৰক্ষা (Network security) হৈছে এক বিস্তৃত শব্দ যিয়ে বহুতো প্ৰযুক্তি, ডিভাইচ আৰু …
- নেডুম্বাছেৰীনেডুম্বাছেৰী ( IPA: [n̪eɖumbɐːeːɾi]) ভাৰতৰ কেৰালাৰ কোচি চহৰৰ উপকণ্ঠ অঞ্চল আৰু ইয়াত কোচিন …
- নেতাই ধুবুনী ঘাটনেতাই ধুবুনী ঘাট ধুবুৰী জিলাৰ বৰো বাজাৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। নগৰৰ পৰা ঘাট …
- নেতাজী ভৱননেতাজী ভৱন ( Netaji Bhawan ) পশ্চিম বংগৰ কলকাতাত অৱস্থিত এটা ঐতিহ্যমণ্ডিত ভৱন, যাক ভাৰতীয়…
- নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়ামনেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম (Netaji Subhas Chandra Bose Stadium হৈছে অসমৰ হাইলাকান্…
- নেথমী ৰোচেলনেথমী নিষেকা ৰোচেল ৰজাৰ্ছ (ইংৰাজী: Nethmi Nisheka Roshel Rogers; জন্ম: ৬ নৱেম্বৰ ১৯৯৮), জন…
- নেথা হুছেইননেথা হুছেইন (Netha Hussain;; জন্ম: ১১ জুন ১৯৯০) এগৰাকী ভাৰতীয় চিকিৎসক আৰু ৱিকিপিডিয়ান। ক…
- নেদা হাছানীনেদা হাছানী ( Neda Hassani) ( জন্ম,১৯৭৭ – মৃত্যু,২৩ জুন ২০০৩ ) এগৰাকী ইৰানৰ বিদ্ৰোহী আছিল।
- নেদাৰলেণ্ডনেদাৰলেণ্ড, অনানুষ্ঠানিকভাৱে হলেণ্ড, উত্তৰ-পশ্চিম ইউৰোপত অৱস্থিত এখন দেশ। দেশখনৰ বহিঃৰাজ্য…
- নেন'প্ৰযুক্তিনেন'প্ৰযুক্তি বা নেন'টেকন’লজী (Nanotechnology) হৈছে বস্তুৰ এনে এক পৰ্যায়ৰ ব্যৱহাৰ য’ত অন্…
- নেন্সি গ্ৰেচ ৰোমান স্পে’চ টেলিস্কোপনেন্সি গ্ৰেচ ৰোমান স্পে’চ টেলিস্কোপ (ইংৰাজী: Nancy Grace Roman Space Telescope; চমুকৈ ৰোমা…
- নেন্সি পেলোচিনেন্সি পেট্ৰিচিয়া পেলোচি ( Nancy Patricia Pelosi; জন্ম ২৬ মাৰ্চ, ১৯৪০) এগৰাকী আমেৰিকান ৰা…
- নেপচুননেপচুন (ইংৰাজীত: Neptune) সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহটো অষ্টম আৰু আকাৰ আয়তনৰ …
- নেপালনেপালৰ (Nepal नेपाल), চৰকাৰী নাম হৈছে সংঘীয় লোকতান্ত্ৰিক গণতন্ত্ৰ নেপাল। দক্ষিণ এছিয়াত অ…
- নেপাল নাগনেপাল নাগ বা নেপালচন্দ্ৰ নাগ ( Nepal Nag) ভাৰতৰ বৃটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এক ব্যক্তি…
- নেপাল ভাষা ৱিকিপিডিয়ানেপাল ভাষা ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ নেপাল ভাষা সংস্কৰণ। ৱিকিমিডিয়া …
- নেপাল মণ্ডলনেপাল মণ্ডল (नेपाल मण्डल) হৈছে নেপালৰ এটা ঐতিহাসিক সংস্কৃতিক আৰু ৰাজনৈতিক অঞ্চল। ই প্ৰাচীন…
- নেপাল সম্বৎনেপাল সম্বৎ (Nepala Samvat, অৰ্থাৎ "নেপাল যুগ") হৈছে নেপালৰ নেৱাৰ লোকসকলে ব্যৱহাৰ কৰা লুনি…
- নেপাল ১নেপাল ১ (নেপাল ৱান) হ'ল ভাৰতৰ প্ৰথমটো নেপালী ভাষাৰ চেটেলাইট তথ্য-মনোৰঞ্জন চেনেল, যি নতুন দ…
- নেপাল ৰাষ্ট্ৰ বেংকনেপাল ৰাষ্ট্ৰ বেংক। ( নেপালী: नेपाल राष्ट्र बैंक) নেপাল ৰাষ্ট্ৰ বেংক আইন, ১৯৫৫-ৰ অধীনত ১৯৫…
- নেপালত ইছলাম ধৰ্মইছলাম (नेपाली मुसलमान) নেপালৰ তৃতীয় বৃহৎ ধৰ্ম ২০২১ চনৰ নেপালৰ লোকপিয়ল অনুসৰি নেপালত ৫.০৯…
- নেপালত ক্ৰিকেটনেপালত ক্ৰিকেট (Cricket in Nepal) অন্যতম জনপ্ৰিয় আৰু বহুলভাৱে অনুসৰণ কৰা খেল যিয়ে বছৰ বছ…
- নেপালত ধৰ্মনেপালৰ ধৰ্মই বহুতো গোট আৰু বিশ্বাসক সামৰি লৈছে। নেপাল এটা হিন্দু জাতি আৰু অন্তৱৰ্তীকালীন স…
- নেপালত নাৰীবাদনেপালত নাৰীবাদ মূলতঃ সমতা আৰু সুযোগৰ সমতাৰ ওপৰত কেন্দ্ৰীভূত। নেপালী সমাজ পৰম্পৰাগতভাৱে পিত…
- নেপালত হিন্দুধৰ্মহিন্দুধৰ্ম হৈছে নেপালৰ প্ৰধান আৰু সৰ্ববৃহৎ ধৰ্ম। খ্ৰীষ্টাব্দ ২০০৬ চনত ৰাজতন্ত্ৰৰ উচ্ছেদৰ প…
- নেপাললৈ প্ৰব্ৰজননেপাল এনে এখন দেশ য’ত ঔদ্যোগিক বৃদ্ধি সীমিত, যাৰ ফলত ভূমি আটাইতকৈ অৰ্থনৈতিক সম্পদ। কিন্তু …
- নেপালী খাদ্যাভাসনেপালী খাদ্যাভাস নেপাল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল যেনে ছিকিম আৰু গোৰ্খালেণ্ডৰ সাংস্কৃতিক…
- নেপালী চাহনেপালী চাহ নেপালত উৎপাদিত চাহগছৰ ( কেমেলিয়া চাইনেন্সিছ ) পাতৰপৰা তৈয়াৰী পানীয় হ’ল নেপাল…
- নেপালী টুপী (ঢাকা টুপী)ঢাকা টুপী (ढाका टोपी ), এক পৰম্পৰাগত নেপালী কাপোৰৰ টুপী যিটো নেপালী ৰাষ্ট্ৰীয় সাজ-পোছাকৰ …
- নেপালী ভাষানেপালী ভাষা ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটা ভাষা। ই নেপালৰ চৰকাৰী ভাষা। এ…
- নেপালী মানুহনেপালী বা গোৰ্খালী (नेपाली जनता) নেপালী জাতীয়তা আইন অনুসৰি নেপালৰ স্থায়ী নাগৰিক। নেপালী …
- নেপালী লোককথানেপালী লোককথা (ইংৰাজী: সৰহ) নেপালী জনসাধাৰণৰ মাজত প্ৰচলিত পৌৰাণিক কাহিনী আৰু পৰম্পৰাগত বিশ…
- নেপালী লোককথা (গ্ৰন্থ)নেপালী লোককথা (নেপালী: नेपाली लोककथा) তুলসী দিৱাছাৰ দ্বাৰা ৰচিত নেপালী ভাষাৰ লোককথাৰ সংকলন…
- নেপালী সাহিত্যনেপালী সাহিত্য নেপালী ভাষাত লিখা সাহিত্যক বুজায়। নেপালী ভাষা ১৯৫৮ চনৰ পৰা নেপালৰ ৰাষ্ট্ৰী…
- নেপালী ৱিকিপিডিয়ানেপালী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ নেপালী ভাষাৰ সংস্কৰণ। ৱিকিমিডিয়া ফা…
- নেপালৰ উৎসৱসমূহৰ তালিকানেপাল ধৰ্মনিৰপেক্ষ আৰু বহুসংস্কৃতিৰ জাতিৰ এক অনন্য উদাহৰণ হিচাপে থিয় দিছে, য’ত সম্প্ৰদায়…
- নেপালৰ কৃষিনেপালৰ কৃষি নেপালৰ অৰ্থনীতিত কৃষিয়ে আধিপত্য বিস্তাৰ কৰিছে। ১৯৮০ চনৰ শেষৰ ফালে ই ৯০%তকৈ অধ…
- নেপালৰ ক্ৰীড়ানেপালৰ ক্ৰীড়া নেপালৰ ক্ৰীড়াৰ ভিতৰত পৰম্পৰাগত নেপাল আৰু আধুনিক আন্তঃৰাষ্ট্ৰীয় দুয়োটা খে…
- নেপালৰ জাতিসমূহনেপালৰ জাতিসমূহ নেপালৰ জাতিগত বিভাজন ভাষা, জাতিগত পৰিচয়, জাতি ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি গ…
- নেপালৰ জাতীয় প্ৰতীকনেপালৰ জাতীয় প্ৰতীক (नेपालको राष्ट्रिय प्रतीक चिन्ह) নেপাল চৰকাৰ আৰু ইয়াৰ সংস্থাসমূহে ব্…
- নেপালৰ জেন জী আন্দোলন, ২০২৫২০২৫ চনৰ ছেপ্টেম্বৰ মাহত সমগ্ৰ নেপালত এক বৃহৎ পৰিসৰৰ বিক্ষোভ-আন্দোলন সংঘটিত হয়। প্ৰধানকৈ …
- নেপালৰ নাৰীইতিহাসৰ পাতত নেপালৰ নাৰীৰ মৰ্যাদা ভিন্ন সময়ত ভিন্ন হৈ অহা দেখা গৈছে। ১৯৯০ চনৰ আৰম্ভণিতে এ…
- নেপালৰ নৃত্যনেপালৰ নৃত্য নৃত্য হৈছে মানুহৰ গতিবিধিৰ উদ্দেশ্যপ্ৰণোদিতভাৱে নিৰ্বাচিত ক্ৰমৰদ্বাৰা গঠিত এক…
- নেপালৰ প্ৰাকৃতিক ইতিহাসৰ সংগ্ৰহালয়নেপালৰ প্ৰাকৃতিক ইতিহাসৰ সংগ্ৰহালয় (Natural History Museum of Nepal) বিশ্ব ঐতিহ্য ক্ষেত্ৰ…
- নেপালৰ ভাষাসমূহনেপালৰ ভাষা, যাক দেশৰ সংবিধানত নেপালী ভাষা বুলি কোৱা হয়, নেপালীসকলে কোৱা নেপালৰ সাৰ্বভৌম …
- নেপালৰ সংস্কৃতিনেপালৰ সংস্কৃতিয়ে নেপালত উপস্থিত ১২৫টা সুকীয়া জনগোষ্ঠীৰ অন্তৰ্গত বিভিন্ন সংস্কৃতিক সামৰি…
- নেপালৰ স্থাপত্যনেপালৰ স্থাপত্য বা নেপালী স্থাপত্য কলাত্মক আৰু ব্যাৱহাৰিক শৈলীৰ এক অনন্য মিশ্ৰণ। ভাৰত, তিব…
- নেপালৰ ৰাণী ঐশ্বৰ্যঐশ্বৰ্য ৰাজ্য লক্ষ্মী দেৱী শ্বাহ (; নেপালী: ऐश्वर्य राज्य लक्ष्मी देवी शाह; জন্ম: ৭ নৱেম্ব…
- নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীকচিহ্নসমূহনেপালৰ ৰাষ্ট্ৰীয় প্ৰতীকচিহ্ন নেপাল, আনুষ্ঠানিকভাৱে ফেডাৰেল ডেমক্ৰেটিক ৰিপাব্লিক অফ নেপাল,…
- নেপুৰনেপুৰ এবিধ অসমীয়া অলংকাৰ৷ নেপুৰক ঠাই বিশেষে নূপুৰ বুলিও কোৱা হয়৷ এই অলংকাৰবিধ ভৰিত পিন্ধ…
- নেপোলিয়ন বোনাপাৰ্টনেপোলিয়ন বোনাপাৰ্ট (Napoléon Bonaparte), (জন্ম:১৫ আগষ্ট, ১৭৬৯; এজাক্সিউ, কৰচিকা, মৃত্যু:৫…
- নেফথিছনেফথিছ বা নেবেট-হেটচ প্ৰাচীন মিচৰীয় ধৰ্মৰ এগৰাকী দেৱী আছিল। তেওঁ ইজিপ্তৰ পৌৰাণিক আখ্যানসম…
- নেফাউত্তৰ-পূব সীমান্ত অঞ্চল বা নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সী (চমুকৈ নেফা) আছিল ব্ৰিটিছ শাসিত ভ…
- নেফাফুনেফাফু (Clerodendrum colebrookianum; East Indian Glory Bower) এবিধ লেমীয়াছী (Lamiaceae) প…
- নেফামিজনেফামিজ বা অৰুণামিজ (Nefamese বা Arunamese) ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ ৮৩,৭৪৩ বৰ্গ কিঃমিঃ ব্যা…
- নেবিলা আব্দুলমেলিকনেবিলা আব্দুলমেলিক (Nebila Abdulmelik) এগৰাকী ইথিঅ'পিয়াৰ নাৰীবাদী কৰ্মী আৰু বিশিষ্ট মহিলা…
- নেবেলিভকানেবেলিভকা (Nebelivka) ইউক্ৰেইনৰ কিৰোভোহ্ৰাদ অব্লাস্তৰ হোলোভানিভস্ক ৰায়নত অৱস্থিত এখন গাঁও…
- নেমাই ঘোষনেমাই ঘোষ বা নিমাই ঘোষ আছিল এজন প্ৰখ্যাত ভাৰতীয় ফটোগ্ৰাফাৰ, সত্যজিৎ ৰায়ৰ সৈতে কৰা কামৰ ব…
- নেমুনেমু (Citrus × limon) এবিধ টেঙা জাতীয় ফল। চিৰসেউজ গুল্মজাতীয় উদ্ভিদ নেমু মূলত দক্ষিণ এছি…
- নেমুটেঙা পখিলানেমুটেঙা পখিলা (Lemon Butterfly, বৈজ্ঞানিক নাম-Papilio demoleus) এবিধ সতকাই দেখা পোৱা (com…
- নেমেৰ্টেছ (শ্ৰুতিকথা)নেমেৰ্টেছ (প্ৰাচীন গ্ৰীক: Νημερτής, ইংৰাজী: Nemertes; আক্ষৰিক অৰ্থ: 'অবিচলিত′, ′সত্যবাদী' …
- নেয়াৰ নদীনেয়াৰ নদী (Neyyar River) কেৰালাৰ তিৰুৱনন্তপুৰম জিলাৰ মাজেৰে বৈ যোৱা প্ৰায় ৫৬ কিলোমিটাৰ দ…
- নেয়েপিনেয়েপি:Nyepi হৈছে ইণ্ডোনেছিয়াৰ বালিবাসীৰ "মৌনতা দিৱস" যিটো বালিৰ কেলেণ্ডাৰ অনুসৰি প্ৰতি …
- নেলচা আলভেচনেলচা আলভেচ (ইংৰাজী: Nelsa Alves; জন্ম: ৬ জুলাই ১৯৮৭) এগৰাকী আংগোলান মডেল আৰু সৌন্দৰ্য প্ৰ…
- নেলছন মেণ্ডেলানেলছন ৰোলিহলাহলা মেণ্ডেলা (Nelson Rolihlahla Mandela, জন্ম: ১৮ জুলাই, ১৯১৮) বা চমুকৈ নেলছন…
- নেলি মেডিচননেলি মে মেডিচন (জন্ম নাম মুনী; ৫ এপ্ৰিল, ১৮৯৫ – ৮ জুলাই, ১৯৫৩) ১৯৩৪ চনত স্বামীক হত্যা কৰাৰ…
- নেলীনেলী হৈছে অসমৰ মৰিগাঁও জিলাৰ অন্তৰ্গত এখন গাঁও। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত এই চহ…
- নেলী মুগোনেলী মুগো কেনিয়াৰ এগৰাকী প্ৰসূতি বিশেষজ্ঞ, স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু এইচ আই ভি আৰু ছাৰ্ভাইকে…
- নেলী মেকক্লুংনেলী লেটিচিয়া মেকক্লুং ( ইংৰাজী: Nellie Letitia McClung; জন্ম: ২০ অক্টোবৰ ১৮৭৩ – ১ ছেপ্টে…
- নেলী সেনগুপ্তনেলী সেনগুপ্ত ( Nellie Sengupta; জন্ম: এডিথ এলেন গ্ৰে; ১২ জানুৱাৰী ১৮৮৮- ২৩ অক্টোবৰ ১৯৭৩) …
- নেলী ৱেভাৰ গ্ৰীণনেলী ৱেভাৰ গ্ৰীণ (১৮৭০ চনৰ দশক – ৬ অক্টোবৰ, ১৯৫৭) এগৰাকী আমেৰিকান শিক্ষাবিদ আৰু ক্লাব মহিল…
- নেলীৰ হত্যাকাণ্ডনেলীৰ হত্যাকাণ্ড বুলিলে ১৯৮৩ চনত অসমৰ নগাঁও জিলাৰ নেলীত সংঘটিত হোৱা সন্দেহজনক অবৈধ অনুপ্ৰৱ…
- নেহা আহুজানেহা আহুজা (ইংৰাজী: Neha Ahuja; জন্ম: ২৭ ছেপ্টেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় প্ৰাক্তন আলপাইন স…
- নেহা কক্কৰনেহা কক্কৰ সিং (জন্ম: ৬ জুন ১৯৮৮) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ নেপথ্য কণ্ঠশিল্পী ট’নি ক…
- নেহা কাপুৰনেহা কাপুৰ (Neha Kapur; জন্ম: ৩১ মাৰ্চ ১৯৮৩) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিত…
- নেহা কিৰপালনেহা কিৰপাল (Neha Kirpal)এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী মহিলা। কলা আৰু মানসিক স্বাস্থ্যৰ ক…
- নেহা দীক্ষিতনেহা দীক্ষিত (Neha Dixit) হৈছে ৰাজনৈতিক, লিংগ আৰু সামাজিক ন্যায় বিষয়ত সক্ৰিয় এগৰাকী ভাৰ…
- নেহা ধুপীয়ানেহা ধুপীয়া ( Neha Dhupia; জন্ম ২৭ আগষ্ট ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নাৰীবাদী, মডেল আ…
- নেহা বৰানেহা বা নেহা বৰা এগৰাকী ভাৰতীয় ছাত্ৰ কৰ্মী। বৰ্তমান তেওঁ সৰ্বভাৰতীয় ছাত্ৰ সন্থাৰ সৰ্বভাৰ…
- নেহা ভাছিননেহা ভাসীন (ইংৰাজী: Neha Bhasin; জন্ম: ১৮ নৱেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু গীতি…
- নেহা মেহতানেহা মেহতা (জন্ম: ১ এপ্ৰিল ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ গুজৰাটী চলচ্চিত্ৰ আৰ…
- নেহা শৰ্মানেহা শৰ্মা (Neha Sharma; জন্ম: ২১ নৱেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু ব্যৱসায…
- নেহা সিংনেহা সিং (: Neha Singh; জন্ম: ৫ মে' ১৯৮২ ) এগৰাকী ভাৰতীয় নাট্য নিৰ্মাতা, লেখিকা নেহা সিঙে…
- নেহা সিং ৰাঠৌৰনেহা সিং ৰাঠৌৰ এগৰাকী ভোজপুৰী গায়িকা। তেওঁ মুদ্ৰাস্ফীতি, দুৰ্নীতি, দৰিদ্ৰতা আৰু চৰকাৰী ব্…
- নেহাল চুদাসামানেহাল চুদাছামা (Nehal Chudasama; জন্ম ২২ আগষ্ট ১৯৯৬) এগৰাকী ভাৰতীয় মডেল, ফিটনেছ কনচালটেণ্…
- নেহেৰু প্ৰতিবেদননেহেৰু প্ৰতিৱেদন (Nehru Report) ১৯২৮ চনত মতিলাল নেহৰুৰ সভাপতিত্বত সৰ্বদলীয় সন্মিলন এ প্ৰস…
- নেহৰু জেকেটনেহৰু জেকেট হৈছে পুৰুষ বা মহিলা উভয়ে পৰিধান কৰিব পৰা নিতম্বৰ দৈৰ্ঘ্যৰ এটা চিলোৱা কোট, মেণ…
- নেহৰু ব্ৰিগেডনেহৰু ব্ৰিগেড অথবা চতুৰ্থ গেৰিলা ৰেজিমেণ্ট আছিল ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ এটা গোট৷ তেওঁলোকে…
- নেহৰু ষ্টেডিয়াম, গুৱাহাটীনেহৰু ষ্টেডিয়াম (Nehru Stadium) অসমৰ গুৱাহাটীত অৱস্থিত এখন ষ্টেডিয়াম। ইয়াত মূলতঃ ফুটবল …
- নেৰেইডছনেৰেইডছ (/ˈnɪəriɪdz/; প্ৰাচীন গ্ৰীক: Νηρηΐδες, ইংৰাজী: Nereids বা Nereides) গ্ৰীক শ্ৰুতিকথ…
- নেৰেইডা ৰড্ৰিগেজনেৰেইডা ৰড্ৰিগেজ (ইংৰাজী: Nereyda Rodríguez; ১৬ আগষ্ট ১৯৩১ – ১ অক্টোবৰ ২০১১) এগৰাকী ডমিনিক…
- নেৰেউছনেৰেউছ (গ্ৰিক: Νηρεύς) হ'ল গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি পণ্টাছ (সমুদ্ৰ) আৰু গাইয়া (পৃথিৱী)…
- নেৱা প্ৰচলিত লিপিপ্ৰচলিত হ'ল ব্ৰাহ্মী লিপিৰ পৰা উৎপত্তি হোৱা ব্ৰাহ্মিক লিপি পৰিয়ালৰ এটা অংশ তথা নেপালী লিপ…
- নেৱাৰ শিল্পকলানেৱাৰ শিল্পকলা নেৱাৰ সম্প্ৰদায়ৰ মানুহে যুগ যুগ ধৰি ব্যৱহাৰ কৰি অহা শিল্পকলা। এই চিত্ৰ শিল…
- নেৱাৰ সংগীতনেৱাৰ সংগীত নেৱা সংগীত বা নেৱাৰ সংগীত বুলিও কোৱা হয়। এই সংগীত নেপালত নেৱাৰসকলে বিকশিত কৰা…
- নেৱাৰ স্থাপত্যনেৱাৰ স্থাপত্য নেপালৰ কাঠমাণ্ডু উপত্যকাত নেৱাৰী লোকসকলে চৰ্চা কৰা এক থলুৱা স্থাপত্য শৈলী হ…
- নেৱাৰসকলৰ জাতীয় সাজনেৱাৰসকলৰ জাতীয় সাজ বুলিলে নেপালৰ কাঠমাণ্ডু উপত্যকা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ খিলঞ্জী…
- নৈ বৈ যায়নৈ বৈ যায় লীলা গগৈৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯৮৩ চনৰ…
- নৈতিক গঠনবাদনৈতিক গঠনবাদ বা নীতিগত গঠনবাদ হৈছে মেটা-নীতি (en: meta-ethics}}) আৰু নীতিগত নৈতিকতা দুয়োট…
- নৈতিক প্ৰকৃতিবাদনৈতিক প্ৰকৃতিবাদ (যাক প্ৰকৃতিবাদী জ্ঞানবাদী সংজ্ঞাবাদ বুলিও কোৱা হয়) হৈছে নৈতিক ধৰ্ম আৰু …
- নৈতিকতানৈতিকতা হৈছে নৈতিক পৰিঘটনাৰ দাৰ্শনিক অধ্যয়ন। ইয়াক নৈতিক দৰ্শন বুলিও কোৱা হয়, ই মানুহে ক…
- নৈদানিক মালিতানৈদানিক মালিতা হ'ল জগৎসৃষ্টি, বিভিন্ন বস্তুৰ উৎপত্তি, প্ৰাকৃতিক ব্যাপাৰৰ ব্যাখ্যা, পৰ্বত-প…
- নৈমিষাৰণ্যনৈমিষাৰণ্য, যাক নৈমিষ বুলিও কোৱা হয়, পুৰাণ সাহিত্যৰ লগতে ৰামায়ণ আৰু মহাভাৰত উভয়তে সঘনাই…
- নৈষধ চৰিতনৈষধ চৰিত (Naishadha Charita) এখন সংস্কৃত ভাষাত লিখা কবিতা পুথি যিখন সংস্কৃতত লিখা পাঁচখন …