অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম

নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম (Netaji Subhas Chandra Bose Stadium হৈছে অসমৰ হাইলাকান্দিত থকা এখন বহুমুখী ষ্টেডিয়াম৷ ইয়াৰ বিশেষকৈ ফুটবল আৰু ক্ৰিকেট খেল অনুষ্ঠিত হয়৷ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ জনপ্ৰিয় নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামেৰে এইখনি ষ্টেডিয়াম নামকৰণ কৰা হৈছে৷ প্ৰধানকৈ ফুটবল খেলৰ…

হালনাগাদ: ২ অক্টোবৰ ২০২৩ ৮৩ শব্দ · ১ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম (Netaji Subhas Chandra Bose Stadium হৈছে অসমৰ হাইলাকান্দিত থকা এখন বহুমুখী ষ্টেডিয়াম৷ ইয়াৰ বিশেষকৈ ফুটবল আৰু ক্ৰিকেট খেল অনুষ্ঠিত হয়৷ ১২৩

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ জনপ্ৰিয় নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামেৰে এইখনি ষ্টেডিয়াম নামকৰণ কৰা হৈছে৷ প্ৰধানকৈ ফুটবল খেলৰ বাবে ষ্টেডিয়ামখন ব্যৱহাৰ কৰা হয় যদিও আৰম্ভণিৰ সময়ছোৱাত ইয়াত বিজয় মাৰ্চেণ্ট ট্ৰফীৰ তিনিখনকৈ ক্ৰিকেট খেলো অনুষ্ঠিত হৈছিল৷৪৫৬৭ তাৰে প্ৰথমখন খেল ২০০৮ চনত আৰু বাকী দুখন ২০১৩ চনত অনুষ্ঠিত হৈছিল৷ আনহাতে ২০০৫ চনত ষ্টেডিয়ামখনত চি.কে. নাইডু ট্ৰফীৰো এখন খেল অনুষ্ঠিত হৈছিল৷ ৮

তথ্যসূত্ৰ

  1. ↑ Sports school in Hailakandi. www.telegraphindia.com
  2. ↑ Coaching camp at Hailakandi. www.telegraphindia.com
  3. ↑ The Assam Tribune Online. www.assamtribune.com
  4. ↑ The Home of CricketArchive. cricketarchive.com
  5. ↑ The Home of CricketArchive. cricketarchive.com
  6. ↑ The Home of CricketArchive. cricketarchive.com
  7. ↑ The Home of CricketArchive. cricketarchive.com
  8. ↑ Sports Venue

সম্পৰ্কিত শ্ৰেণী

ষ্টেডিয়াম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম” প্ৰবন্ধৰ সংশোধন ৩৮৪১৬৬ (২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।