অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নেহা বৰা

নেহা বা নেহা বৰা এগৰাকী ভাৰতীয় ছাত্ৰ কৰ্মী। বৰ্তমান তেওঁ সৰ্বভাৰতীয় ছাত্ৰ সন্থাৰ সৰ্বভাৰতীয় সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

হালনাগাদ: ২০ আগষ্ট ২০২৬ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নেহা বা নেহা বৰা এগৰাকী ভাৰতীয় ছাত্ৰ কৰ্মী। বৰ্তমান তেওঁ সৰ্বভাৰতীয় ছাত্ৰ সন্থাৰ সৰ্বভাৰতীয় সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।১

শিক্ষা

তেওঁৰ ঘৰ উত্তৰাখণ্ডত, আৰু তেওঁ এগৰাকী নাট্যশিল্পী।১২ নেহাই দিল্লী বিশ্ববিদ্যালয়ৰপৰা বি এ, আম্বেদকাৰ বিশ্ববিদ্যালয়ৰপৰা এম এ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (জে এন ইউ) স্কুল অৱ আৰ্টছ এণ্ড এষ্টেটিক্সত পি এইচ ডি ডিগ্ৰী লাভৰ বাবে অধ্যয়ন কৰি আছে।১

ছাত্ৰ সক্ৰিয়তাবাদ

প্ৰশ্নকাকত ফাদিল আৰু নীট পৰীক্ষাৰ অনিয়মৰ সৈতে জড়িত অভিযোগৰ বাবে ২০২৬ চনত নতুন দিল্লীত হোৱা জেন জেড(GenZ) প্ৰতিবাদত জড়িত হৈ নেহা বৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰে৩ বা ২০২৬ চনত দিল্লী যন্তৰ মন্তৰ প্ৰতিবাদত জড়িত হৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনায়।৩ সোনম ৱাংচুকৰ সৈতে তেওঁ ৰাষ্ট্ৰৰ ৰাজধানীত ২৩ দিনীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰে।৪৫ অনশন প্ৰতিবাদ আৰম্ভ কৰাৰ সময়ত তেওঁৰ শৰীৰৰ ওজন ৬৬ কিলোগ্ৰাম আছিল আৰু ইয়াৰ শেষলৈকে প্ৰায় ৭.৫ কিলোগ্ৰাম ওজন কমিছে আৰু ৰক্তচাপৰ চিন্তনীয় মাত্ৰাত উপনীত হৈছে।২ ককৰোচ জনতা পাৰ্টিৰ জৰিয়তে প্ৰচাৰিত মিম আৰু ৰাজনৈতিক ব্যংগ অভিযানৰপৰা উদ্ভৱ হোৱা সামাজিক আন্দোলন গঢ়ি তোলাত তেওঁক সহায়ক বুলি গণ্য কৰা হয়।৬ ২০২৬ চনত ককৰোচ জনতা পাৰ্টিৰ উদ্যোগত অনুষ্ঠিত হোৱা 'সংসদ চলো' পদযাত্ৰাৰ সময়ত ছাত্ৰ আৰু যুৱকজনৰ ওপৰত আৰক্ষীয়ে বৰ্বৰতাৰ অভিযোগ উত্থাপন কৰি দিল্লী আৰক্ষী আয়ুক্ত অনুৰাগ কুমাৰৰ পদত্যাগ দাবী কৰে।৭

শিক্ষাৰ ব্যক্তিগতকৰণ, গণপ্ৰহাৰ, কাগজ ফাদিল, বিলকিছ বানুৰ ন্যায় আৰু গাজাৰ মানৱীয় সংকটৰ দৰে বিষয়ত তেওঁক মাত মাতি থকা দেখা গৈছে।৮৪৯১০১১১২

তথ্যসূত্ৰ

  1. ↑ Jeelani, Gulam. (2026-07-18). Sonam Wangchuk hospitalised: Who are three student activists continuing hunger strike at Jantar Mantar. mint
  2. ↑ Who Is Neha Bora? Meet Student Activist Who Remained Steadfast At Delhi's NEET Protest Despite A 23-Day Hunger Strike. Free Press Journal
  3. ↑ Sharma, Yashraj. Why have India’s Gen Z protesters called for a march to parliament?. Al Jazeera
  4. ↑ JNU's Neha Bora continues hunger strike after Wangchuk moved away, alleges police crackdown
  5. ↑ Neha Bora ends 23-day hunger strike · TOI Shorts - Times of India Videos. The Times of India
  6. ↑ How the Cockroach Janta Party Transformed From Meme to a Student Movement. The Wire
  7. ↑ Shukla, Gargi. (2026-07-22). AISA calls for removal of Delhi top cop. Hindustan Times
  8. ↑ Who is Neha Bora: कौन हैं नेहा बोरा? CJP प्रोटेस्ट के बाद क्यों हैं चर्चा में, सोशल मीडिया पर वायरल हो रहे वीडियो
  9. ↑ Sonam Wangchuk hospitalised: Who are three student activists continuing hunger strike at Jantar Mantar
  10. ↑ Not only Sonam Wangchuk, AISA activists on parallel hunger strike 'at high risk' too: 'Shows the govt is heartless'
  11. ↑ सोनम वांगचुक को हटाने के बाद भी आईसा कार्यकर्ताओं की भूख हड़ताल जारी, तबीयत बिगड़ी
  12. ↑ 'We Are Fasting So People Find Courage Within Themselves Again': Voices from Jantar Mantar. The Wire

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেহা বৰা” প্ৰবন্ধৰ সংশোধন ৬২৯৪৯৪ (২০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।