নেট নিৰপেক্ষতা হৈছে এক নীতি যাৰ জ্বৰিয়তে ইণ্টাৰনেট যোগান ধৰোতা আৰু চৰকাৰ দুয়োৱে বৈষম্যবিহীন ভাৱে ইণ্টাৰনেটত উপলব্ধ যিকোনো তথ্য ব্যৱহাৰৰ বাবে আগবঢ়ায়। এই ক্ষেত্ৰত বৈষম্য বুলিলে কোনো বিশেষ ৱেবছাইত ব্যৱহাৰৰ বাবে গ্ৰাহকৰ পৰা অধিক মূল্য লোৱা বা ৱেব পৃষ্ঠা ডাউনল'ড কৰোঁতে ডাউনল'ড গতিত ইচ্ছাকৃতভাৱে তাৰতাম্য ঘটোৱা ইত্যাদি কথা আহি পৰে।
২০০৩ চনত কলোম্বিয়া বিশ্ববিদ্যালয়ৰ মিডিয়া আইন বিষয়ৰ অধ্যাপক " টিম ৱু "এ 'নেট নিৰপেক্ষতা' শব্দটো প্ৰথমবাৰৰ বাবে উপয়োগ কৰে।১২
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Tim Wu. (2003). Network Neutrality, Broadband Discrimination. Journal on telecom and high tech law
- ↑ Staff. A Guide to Net Neutrality for Google Users. গুগল
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেট নিৰপেক্ষতা” প্ৰবন্ধৰ সংশোধন ৫০২৭১৫ (৭ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।