অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

নেপালী ৱিকিপিডিয়া

নেপালী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ নেপালী ভাষাৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ৬১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

নেপালী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ নেপালী ভাষাৰ সংস্কৰণ।১ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।

ইতিহাস

ইংৰাজী ৱিকিপিডিয়া আৰম্ভ হোৱাৰ এবছৰৰ পিছত ২০০২ চনৰ ৩ জুন তাৰিখে নেপালী ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰা হয় আৰু দক্ষিণ এছিয়াৰ প্ৰথম ভাষাসমূহৰ ভিতৰত ইয়াৰ নিজা ৱিকিপিডিয়া আছিল।২৩

পৰিসংখ্যা

২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে নেপালী ৱিকিপিডিয়াত প্ৰায় ৩১,০০০ প্ৰবন্ধ আছে। ইয়াৰ পাঠকৰ বিপুল সংখ্যকৰ উৎপত্তি নেপালৰ পৰা৷

তথ্যসূত্ৰ

  1. ↑ विकिपिडिया. Kantipur
  2. ↑ विकिपिडिया एक स्वतन्त्र विश्वकोश. Gorkhapatra
  3. ↑ नेपाली विकिपिडिया २० वर्षमा प्रवेश, कस्तो छ अवस्था ?. ICT Samachar

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেপালী ৱিকিপিডিয়া” প্ৰবন্ধৰ সংশোধন ৪৫৪২৬৬ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।