অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নেহা শৰ্মা

নেহা শৰ্মা (Neha Sharma; জন্ম: ২১ নৱেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু ব্যৱসায়ী মহিলা। শৰ্মাই য়ামলা পাগলা দীৱানা ২ (২০১৩), চʼলʼ (২০১৭) আৰু তান্থাজী (২০২০)কে ধৰি কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে। ২০২০ চনত ইল্লিগেল নামৰ ধাৰাবাহিকত অভিনয়েৰে ৱেবত আত্মপ্ৰকাশ কৰিছিল।

হালনাগাদ: ১৮ জুন ২০২৬ ৩০৫ শব্দ · ২ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

নেহা শৰ্মা (Neha Sharma; জন্ম: ২১ নৱেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু ব্যৱসায়ী মহিলা।১

শৰ্মাই য়ামলা পাগলা দীৱানা ২ (২০১৩), চʼলʼ (২০১৭) আৰু তান্থাজী (২০২০)কে ধৰি কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে। ২০২০ চনত ইল্লিগেল নামৰ ধাৰাবাহিকত অভিনয়েৰে ৱেবত আত্মপ্ৰকাশ কৰিছিল। তেওঁ কৃতি আৰু বিকল্প নামৰ দুখন চুটি চলচ্চিত্ৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

১৯৮৭ চনৰ ২১ নৱেম্বৰ তাৰিখে২ বিহাৰৰ এটি হিন্দু পৰিয়ালত নেহা শৰ্মাই জন্মগ্ৰহণ কৰিছিল। ভাগলপুৰৰ মাউণ্ট কাৰ্মেল স্কুলত স্কুলীয়া শিক্ষা সাং কৰি তেওঁ নতুন দিল্লীৰ৩ নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (NIFT)ৰ পৰা ফেশ্বন ডিজাইনৰ শিক্ষা গ্ৰহণ কৰে।৪ তেওঁ কৈছিল যে সৰুতে তেওঁ হাঁপানি ৰোগত আক্ৰান্ত হৈছিল আৰু শাৰীৰিকভাৱে সদায় অসুস্থ আৰু দুৰ্বল আছিল। লগতে তেওঁ জনায় যে হাইদৰাবাদৰ পৰিয়াল এটিৰ আশীৰ্বাদত তেওঁৰ হাঁপানি ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে।৫

ব্যক্তিগত জীৱন

তেওঁৰ ব্যক্তিগত চখসমূহ হ’ল ৰন্ধা-বঢ়া, গান শুনা, কিতাপ পঢ়া, নৃত্য কৰা আদি।৬ শৰ্মাই ভাৰতীয় শাস্ত্ৰীয় নৃত্য, কথকৰো প্ৰশিক্ষণ লৈছে। ইয়াৰ উপৰিও তেওঁ লণ্ডনৰ পাইনেপল ডান্স ষ্টুডিঅ’ৰ পৰা ষ্ট্ৰীট হিপ হপ, লেটিন ডান্সিং-চালছা, মেৰেংগু, জিভ, আৰু জেজ আদিও শিকিছে।৫ ইংৰাজ মডেল কেট মছক তেওঁ নিজৰ ষ্টাইল অনুপ্ৰেৰণা হিচাপে গণ্য কৰে। শৰ্মাৰ নিজাকৈ পোছাকৰ লেবেল/ব্ৰেণ্ড মুকলি কৰাৰ আকাংক্ষাও আছে।৭

চলচ্চিত্ৰপুঞ্জী

এই চিনে এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজাইছে

চলচ্চিত্ৰ

বৰ্ষশিৰোনামচৰিত্ৰভাষাটোকাতথ্যসূত্ৰ
২০০৭চিৰুথাসঞ্জনাতেলেগু৮
২০০৯কুৰ্ৰাদুহেমাতেলেগু৯
২০১০ক্ৰুকসুহানীহিন্দী১০
২০১২তেৰী মেৰী কাহিনীমীৰাহিন্দীকেমিঅʼ উপস্থিতি১১১২
ক্যা চুপাৰ কুল হে হামচিম্ৰণ সিংঘানিয়াহিন্দী১৩
২০১৩জয়ন্তভাই কি লাভ ষ্টʼৰীচিম্ৰণ দেশাইহিন্দী১৪
য়ামলা পাগলা দিৱানা ২সুমন খান্নাহিন্দী১৫
২০১৪ইয়ংগিস্তানঅন্বিতা চৌহানহিন্দী১৬
২০১৬কৃতিকৃতিহিন্দীচুটি চলচ্চিত্ৰ১৭
হিউৱেন-চাংকুমাৰীমাণ্ডাৰিন১৮
তুম বিন ২তৰণহিন্দী১৯
২০১৭মুবাৰকাঁঅধিবক্তা নাফিছা কুৰেছিহিন্দী২০
চʼলʼঅক্ষৰামালয়ালম২১
ভামাতামিল
২০২০তান্থাজীকমলা দেৱীহিন্দী২২
ইক সান্ধু হুন্দা চিচিম্ৰণপঞ্জাবী২৩
২০২১বিকল্পশিৱানীহিন্দীচুটি চলচ্চিত্ৰ২৪
আফাত-ই-ইশ্কলাল্লোহিন্দী২৫
২০২৩জোগিৰা চাৰা ৰা ৰাডিম্পল চৌবেহিন্দী২৬
হাই নান্নামডেলতেলেগুকেমিঅʼ উপস্থিতি
২০২৪বেড নিউজচেজলহিন্দীকেমিঅʼ উপস্থিতি২৭
২০২৫হিন্দী

ৱেব ধাৰাবাহিক

+বৰ্ষশিৰোনামচৰিত্ৰটোকাতথ্যসূত্ৰ
২০২০–২০২৪ইল্লিগেলঅধিবক্তা নীহাৰিকা সিং২৮
২০২২শ্বাইনিং উইথ দ্য শৰ্মাছনিজেই২৯৩০
২০২৪থাৰ্টি চিক্স ডেইজফাৰাহ জাইদি / সুহানা মোহন৩১

সংগীত ভিডিঅʼ

+বৰ্ষশিৰোনামকণ্ঠশিল্পী(সকল)তথ্যসূত্ৰ
২০১৯ধীমে ধীমেটনি কক্কৰ৩২
২০২০গালিববি প্ৰাক৩৩
দিল কো কৰাৰ আয়াইয়াছেৰ দেশাই, নেহা কক্কৰ৩৪
লেম্বো কাৰগুৰি৩৫
২০২১থোড়া থোড়া প্যাৰষ্টেবিন বেন৩৬
২০২২পেহলী পেহলী বাৰিশইয়াছেৰ দেশাই৩৭
২০২৪তু হেদৰ্শন ৰাৱল, প্ৰকৃতি গিৰি৩৮
মুক্কে পায়ে চিবি প্ৰাক৩৯

সংবাদ মাধ্যমত

২০১৩ চনৰ এক অনুষ্ঠানত শৰ্মা
২০১৩ চনৰ এক অনুষ্ঠানত শৰ্মাছবি: Bollywood Hungama · CC BY 3.0

শৰ্মাই বহুবাৰ টাইমছ অফ ইণ্ডিয়াৰ ৫০ গৰাকী সৰ্বাধিক আকাঙ্ক্ষিত মহিলাৰ তালিকাত স্থান পাইছে। তেওঁ ২০১০ চনত ৩১তম,৪০ ২০১১ চনত ২৬তম,৪১ ২০১২ চনত ১৫শ,৪২ ২০১৩ চনত ১৩শ,৪৩ ২০১৪ চনত ১৭শ,৪৪ ২০১৫ চনত ৩২তম,৪৫ ২০১৬ চনত ৩৩তম,৪৬ ২০১৭ চনত ৩৬তম,৪৭ ২০১৮ আৰু ২০১৯ চনত ৪৪তম৪৮৪৯ আৰু ২০২০ চনত ৩২তম স্থান পাইছিল।৫০ তেওঁ এফএইচএমৰ বিশ্বৰ ১০০ গৰাকী চেক্সিয়েষ্ট মহিলাৰ তালিকাতো অন্তৰ্ভুক্ত হৈছিল, যʼত তেওঁ ২০১৪ চনত ৭ম স্থান অৰ্জন কৰিছিল।৫১

উদ্যমিতা

ফুটবল

২০২০ চনত, নেহা এইচ ধামি, বাম্বি বেইন্স, জুগি ডি আৰু ব্লু ব্লাডৰ সৈতে একেলগে আই পি এল ছকাৰ দল বাৰ্মিংহাম চেলেঞ্জাৰ্ছৰ সহ-গৰাকী হয়।৫২

আতিথ্য

২০২৪ চনত, নেহাই কৰণ আৰ চাওলা, অঙ্গদ সিং আৰু অক্ষয় শোকিনৰ সৈতে কল মি টেন নামৰ এখন নতুন জাপানী ৰেষ্টুৰেণ্টৰ সহ-প্ৰতিষ্ঠা কৰি আতিথ্য খণ্ডত খোজ দিয়ে। দিল্লীৰ বসন্ত বিহাৰ জিলাত অৱস্থিত এই ৰেষ্টুৰেণ্টখন ২০২৪ চনৰ ছেপ্টেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়।৫৩

বঁটা আৰু মনোনয়ন

এপ্পলচ্ এণ্টাৰটেইনমেণ্ট স্ক্ৰিনএক্সএক্স বঁটা

বৰ্ষধাৰাবাহিকশিতানফলাফলতথ্যসূত্ৰ
২০২৪থাৰ্টি চিক্স ডেইজশ্ৰেষ্ঠ অভিনেত্ৰী৫৪

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (31 August 2018). Pictures of the charming Bollywood actress Neha Sharma. The Times of India
  2. ↑ Topic Neha Sharma. India Today
  3. ↑ Kashyap, Pooja. (2 October 2010). 'Serial kisser' arrives in city to promote crook. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (9 September 2012). Neha Sharma Albums. FreeImagesGallery.com
  5. ↑ Gupta, Priya. (21 May 2013). Acting and looks don't help, only box office does: Neha Sharma. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ Calcutta Tube Team. (5 October 2010). Crook- It's Good To Be Bad Hindi Film Actress Neha Sharma Interview. Calcutta Tube
  7. ↑ Sinha, Seema. (5 May 2011). Neha Sharma reveals her beauty secrets. The Times of India
  8. ↑ Neha Sharma's reply to fan wanting to see her and Ram Charan together on-screen again is winning the internet. zoomtventertainment.com
  9. ↑ (6 October 2009). Shooting of 'Kurradu' with Varun Sandesh and Neha Sharma in the lead was completed recently.. The New Indian Express
  10. ↑ (9 March 2016). Neha Sharma to debut in Emraan Hashmi starrer Crook: It's Good To Be Bad. Bollywood Hungama
  11. ↑ (12 May 2012). Neha Sharma is Shahid's love interest in 'Teri Meri Kahaani'. Zee News
  12. ↑ (2 June 2012). Neha Sharma to star with Shahid in Teri Meri Kahaani. India Today
  13. ↑ (28 June 2012). Neha, Sarah make Kya Super Kool Hain Hum look fresh: Riteish. India Today
  14. ↑ 'Jayanta Bhai Ki Luv Story' · Neha Sharma. Bollywood Hungama
  15. ↑ (3 April 2013). Yamla Pagla Deewana 2 my biggest film so far: Neha Sharma. India Today
  16. ↑ (28 February 2014). Neha Sharma goes de-glam for Youngistan!. The Indian Express
  17. ↑ (23 June 2016). Shirish Kunder's short film Kriti released: Manoj Bajpayee, Radhika Apte & Neha Sharma starrer psycho thriller is gripping. India.com
  18. ↑ (5 November 2016). Sonu Sood, Ali Fazal and Neha Sharma part of Xuanzang, China's official entry to Oscars. India Today
  19. ↑ (28 January 2017). 'Tum Bin 2' sneak peek: Neha Sharma brings back the romance. The Times of India
  20. ↑ (30 November 2016). Arjun Kapoor shares Mubarakan 'madness' with Neha Sharma. Hindustan Times
  21. ↑ (6 October 2017). Solo: Neha Sharma on her Tamil film debut, and working with Dulquer Salmaan, Bejoy Nambiar. Firstpost
  22. ↑ (26 October 2021). After working for 10 years in B-town, Tanhaji actor Neha Sharma still gets rejected in auditions: It is a terrible feeling. Zoom TV
  23. ↑ (1 August 2019). Gippy Grewal welcomes Neha Sharma to Punjab. The Times of India
  24. ↑ Neha Sharma excited about her new film 'Vikalp'
  25. ↑ (8 October 2021). ZEE5 Original Aafat-E-Ishq starring Neha Sharma to premiere on October 29, 2021 - Bollywood Hungama. বলিউড হাংগামা
  26. ↑ Neha Sharma spills the beans on working with her Jogira Sara Ra Ra co-star Nawazuddin Siddiqui. Free Press Journal
  27. ↑ (19 July 2024). BREAKING: Ananya Panday, Neha Sharma have crucial cameos in Bad Newz. বলিউড হাংগামা
  28. ↑ Illegal review: Piyush Mishra and Neha Sharma's new web series is an ill-made legal drama. India Today
  29. ↑ SocialSwag. socialswag.com
  30. ↑ (27 May 2022). Shining With The Sharmas: Neha Sharma, Sister Aisha Set To Debut In Kardashians-style Series. News18
  31. ↑ (2024-07-12). 36 Days review: Impatience rules in this Purab Kohli-Neha Sharma show. The Indian Express
  32. ↑ Jain, Vaishali. (1 June 2021). Tony Kakkar's Dheeme Dheeme has Turkish version and it's going viral. Seen yet?. indiatvnews.com
  33. ↑ Paint your Valentines in romance with 'Galib' from 'Ik Sandhu Hunda Si'. The Times of India
  34. ↑ (31 July 2020). Dil Ko Karaar Aaya: Sidharth Shukla, Neha Sharma are deeply in love in Neha Kakkar's new song, Hrithik Roshan likes it too. Hindustan Times
  35. ↑ New Punjabi Song Video 2020: Guri's Latest Punjabi Gana Video Song 'Lambo Car'. The Times of India
  36. ↑ (13 February 2021). Thoda Thoda Pyaar: Romantic Track Starring Sidharth Malhotra and Neha Sharma Released Before V-Day. News18
  37. ↑ Aayush Sharma and Neha Sharma romance in Kolkata rain for Pehli Pehli Baarish music video. The Telegraph (India)
  38. ↑ Tu Hai by Darshan Raval and Prakriti Giri ft Neha Sharma. The Times of India
  39. ↑ (2024-08-18). Mukke Paye Si: Sunny Kaushal, Neha Sharma in B Praak's new hit. The Statesman
  40. ↑ Times of India 50 most Desirable Women, 2010.
  41. ↑ Times 50 Most Desirable Women of 2011: The Winners. The Times of India
  42. ↑ Times top 50 Most Desirable Women of 2012. The Times of India
  43. ↑ Deepika Padukone: 2013's Most desirable woman. The Times of India
  44. ↑ Top 50 · Most Desirable Woman of 2014 · Images of Most Desirable Woman of 2014. The Times of India
  45. ↑ Priyanka Chopra: The Most Desirable woman of 2015. The Times of India
  46. ↑ Krishnan, Aishwarya. (30 June 2017). Srinidhi Shetty is the Most Desirable Woman of 2016! See Pics of Miss Supranational who beat Priyanka Chopra & Deepika Padukone to top Times' Poll List. India News, Breaking News · India.com
  47. ↑ Here are the other winners of The Times 50 Most Desirable Women 2017. The Times of India
  48. ↑ Meet India's most desirable divas. The Times of India
  49. ↑ MEET THE TIMES 50 MOST DESIRABLE WOMEN 2019. The Times of India
  50. ↑ The Times Most Desirable Woman of 2020: Rhea Chakraborty - Living through a trial by fire, gracefully. The Times of India
  51. ↑ August Cover Girl: Neha Sharma
  52. ↑ Birmingham Challengers announce Neha Sharma as co-owner
  53. ↑ Neha Sharma launches a new Japanese restaurant in Delhi. www.filmfare.com
  54. ↑ (14 November 2024). Applause Entertainment Screenxx 2024 Awards. Instagram

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীবিহাৰৰ ব্যক্তিহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীমালায়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীপঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেহা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬১২৮০৮ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।