অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নেপালী ভাষা

নেপালী ভাষা ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটা ভাষা। ই নেপালৰ চৰকাৰী ভাষা। এই ভাষা ভাৰত, ভূটান আৰু ম্যানমাৰতো প্ৰচলিত। ভাৰতৰ ছিকিম ৰাজ্য আৰু পশ্চিম বংগৰ দাৰ্জিলিং জিলাত নেপালী ভাষাৰ চৰকাৰী মৰ্যাদা আছে।

হালনাগাদ: ২৪ মাৰ্চ ২০২৬ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নেপালী ভাষা ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটা ভাষা। ই নেপালৰ চৰকাৰী ভাষা। এই ভাষা ভাৰত, ভূটান আৰু ম্যানমাৰতো প্ৰচলিত। ভাৰতৰ ছিক্কিম ৰাজ্য আৰু পশ্চিমবংগৰ দাৰ্জিলিং জিলাত নেপালী ভাষাৰ চৰকাৰী মৰ্যাদা আছে।

বৰ্ণমালা

নেপালী ভাষাত ঝ বৰ্ণটো আধুনিক দেৱনাগৰীৰ দৰে झ লিখা নহয়। পুৰণি দেৱনাগৰী পদ্ধতিৰে झ লিখা হয়৷ বাকী বৰ্ণ বিলাকৰ ক্ষেত্ৰত আধুনিক দেৱনাগৰী লিপি লিপি ব্যবহাৰ কৰা হয়।

সংখ্যা

নেপালী ভাষাত ५, ८, ९ - এইকেইটা সংখ্যা আধুনিক দেৱনাগৰী সংখ্যাতকৈ অলপ পৃথক। পুৰণি দেৱনাগৰী পদ্ধতিত ५, ८, ९ লিখা হয়৷

+নেপালী সংখ্যাঅসমীয়া সংখ্যানেপালী সংখ্যাদেৱনাগৰী সংখ্যালিখিতIASTIPAউৎপত্তি
০००शुन्य/सुन्नाśūnyaসংস্কৃত ভাষা শূন্য (शून्य)
১११एकekসংস্কৃত ভাষা এক (एक)
২२२दुईduīসংস্কৃত ভাষা dvi (द्वि)
৩३३तीनtīnসংস্কৃত ভাষা ত্ৰি (त्रि)
৪४४चारcārসংস্কৃত ভাষা চতুৰ্ (चतुर्)
৫५५पाँचpāṃcসংস্কৃত ভাষা পঞ্চ (पञ्च)
৬६६छchaসংস্কৃত ভাষা ষষ্ (षष्)
৭७७सातsatসংস্কৃত ভাষা সপ্ত (सप्त)
৮८८आठāṭhসংস্কৃত ভাষা অষ্ট (अष्ट)
৯९९नौnauসংস্কৃত ভাষা নব (नव)
১০१०१०दशdaśসংস্কৃত ভাষা দশ (दश)
১১११११एघारeghār
১২१२१२बाह्रbāhr
২০२०२०बीसvis
২১२१२१एक्काइसekkāis
২২२२२२बाइसbāis
১০০१००१००एक सयek say
১,০০০१,०००१,०००एक हजारek hajār
১০,০০০१०,०००१०,०००दश हजारdaś hajār
১,০০,০০০१,००,०००१,००,०००एक लाखek lākh
১০,০০,০০০१०,००,०००१०,००,०००दश लाखdaś lākh
১,০০,০০,০০০१,००,००,०००१,००,००,०००एक करोडek karoḍ
১০,০০,০০,০০০१०,००,००,०००`दश करोडdaś karoḍ
১,০০,০০,০০,০০০१,००,००,००,०००१,००,००,००,०००एक अरबek arab
১০,০০,০০,০০,০০০१०,००,००,००,०००१०,००,००,००,०००दश अरबdas arab
১০১২१०१२एक खरबek kharab
১০১৪१०१४एक नीलek nil
১০১৬१०१६एक पद्मek padma
১০১৮१०१८एक शंखek shankha

কিছু বহু প্ৰচলিত বাক্য

অসমীয়ানেপালীউচ্চাৰণইংৰাজী
আপোনাৰ নাম কি?तपाईँको नाम के हो?তপাঈঁকো নাম কে হো?What is your name?
তোমাৰ নাম কি?तिम्रो नाम के हो?তিম্ৰো নাম কে হো?What is your name?
মোৰ নাম নীলিমা।मेरो नाम नीलिमा हो।মেৰো নাম নীলিমা হো।My name is Nilima.
আপোনাৰ ঘৰ ক'ত?तपाईँको घर कहाँ छ?তপাঈঁকো ঘৰ কহাঁ ছ?Where do you live?
তোমাৰ ঘৰ ক'ত?तिम्रो घर कहाँ छ?তিম্ৰো ঘৰ কহাঁ ছ?Where do you live?
খাদ্য ক'ত পোৱা যাব?खाना खाने ठाउँ कहाँ छ?খানা খানে ঠাউঁ কহাঁ ছ?Where is a place to eat?
শৌচালয় ক'ত আছে?शौचालय कहाँ छ?শৌচালয় কহাঁ ছ?Where is the toilet?

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভাষাভাষাপোখালি (ভাষা)নেপালী ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেপালী ভাষা” প্ৰবন্ধৰ সংশোধন ৫৯৩৩০০ (২৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।