অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

নেছনেল ডেমʼক্ৰেটিক প্ৰোগ্ৰেছিভ পাৰ্টি

নেছনেল ডেমʼক্ৰেটিক প্ৰোগ্ৰেছিভ পাৰ্টি (National Democratic Progressive Party) চমুকৈ NDPP হৈছে ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। চিংৱাং কনিয়াক হৈছে এনডিপিপিৰ সভাপতি। দলটোৰ প্ৰতীক চিহ্ন হৈছে গোলক।

হালনাগাদ: ৩ জুলাই ২০২৩ ৬১ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

নেছনেল ডেমʼক্ৰেটিক প্ৰোগ্ৰেছিভ পাৰ্টি (National Democratic Progressive Party) চমুকৈ NDPP হৈছে ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। চিংৱাং কনিয়াক হৈছে এনডিপিপিৰ সভাপতি। দলটোৰ প্ৰতীক চিহ্ন হৈছে গোলক।

নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ক সমৰ্থন কৰা নগা পিপলছ ফ্ৰণ্টৰ বিসম্বাদী গোটে বিভাজিত হৈ ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি গঠন কৰিছিল।১২ ২০১৭ চনৰ অক্টোবৰ মাহত ডিপিপিৰ নাম সলনি কৰি "নেছনেল ডেমʼক্ৰেটিক প্ৰোগ্ৰেছিভ পাৰ্টি" কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ (17 May 2017). New Nagaland party formed. Hindustan Times
  2. ↑ Nagaland's 2nd regional political party named as Democratic Progressive Party launches

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেছনেল ডেমʼক্ৰেটিক প্ৰোগ্ৰেছিভ পাৰ্টি” প্ৰবন্ধৰ সংশোধন ৩৭০৭৩৩ (৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।