অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নেতাই ধুবুনী ঘাট

নেতাই ধুবুনী ঘাট ধুবুৰী জিলাৰ বৰো বাজাৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। নগৰৰ পৰা ঘাট লৈ দূৰত্ব প্ৰায় ৩ কিলোমিটাৰ আৰু গুৰু টেগ বাহাদুৰ পথেৰে ১৫ মিনিটৰ কম সময়ত পোৱা যায়।

হালনাগাদ: ৮ ছেপ্তেম্বৰ ২০২৫ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

নেতাই ধুবুনী ঘাট ধুবুৰী জিলাৰ বৰো বাজাৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। নগৰৰ পৰা ঘাট লৈ দূৰত্ব প্ৰায় ৩ কিলোমিটাৰ আৰু গুৰু টেগ বাহাদুৰ পথেৰে ১৫ মিনিটৰ কম সময়ত পোৱা যায়।১২

নামৰ উৎপত্তি

সুকবি নাৰায়ণদেৱৰ পদ্মা পুৰাণৰ আখ্যান মতে চান্দ সদাগৰৰ পুত্ৰ লখিন্দৰক সাপে খুঁটাৰ পাছত পত্নী বেউলাই তেওঁৰ মৃত স্বামীক লৈ নেতাই ধুবুনী ঘাট পাইছিল,৩ আৰু ইয়াতে তেওঁৰ স্বামীক জীয়াই তুলিবৰ মন্ত্ৰ লাভ কৰিছিল। আখ্যান মতে নেতাই ধুবুনীক পৌৰাণিক কন্যা হিচাপে বিবেচনা কৰা হয় যি ব্ৰহ্মপুত্ৰৰ পাৰত দেৱদেৱীসকলৰ কাপোৰ ধুইছিল।৩ এখন বৃহৎ ৰঙা কাঠামোৰ প্ৰৱেশপথে আঞ্চলিক ভাষাত লোকক স্বাগতম জনায়। স্থানীয় লোক আৰু পৰ্যটকৰ সুবিধাৰ্থে ঘাটৰ উদ্যানৰ চাৰিওফালে ৰক্ষণাবেক্ষণ দিয়া হৈছে।৪

বিশেষত্ব

নেতাই ধুবুনী ঘাটৰ আশেপাশে চিলাৰায়ৰ মূৰ্ত্তি আৰু অষ্টমী মেলা ময়দান অৱস্থিত। ২০১৮ চনত নগৰৰ ইতিহাস সম্পৰ্কে সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে অসম পৰ্যটন বিকাশ কৰ্পোৰেচনৰ সভাপতি জয়ন্ত মল্ল বৰুৱাৰই নেতাই ধুবুনীৰ এটা মূৰ্তিৰ উদ্বোধন কৰিছে৫

তথ্যসূত্ৰ

  1. ↑ Madhu G Nadig. Netai Dhubuni Ghat: Curated info, timings, distance, maps ... Madhu G Nadig. Trawel
  2. ↑ Map of Netai Dhubuni Ghat. Google map
  3. ↑ নাৰায়ণদেৱ. বেউলা - লাখিন্দাৰৰ. পৃ. পদ্ম-পুৰাণ-ভাটিয়ালি খণ্ড
  4. ↑ The Assam Tribune Digital Desk. (DHUBRI, March 17). Netai Dhubuni’s statue unveiled at Dhubri. The Assam tribune
  5. ↑ Sentinel Digital Desk. (18 March 2018). ATDC chairman unveils statues of Netai Dhubuni. The Sentinel

সম্পৰ্কিত শ্ৰেণী

অসমৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেতাই ধুবুনী ঘাট” প্ৰবন্ধৰ সংশোধন ৫৩৭৬৮১ (৮ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।